• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খানাপাৰাত ভাৰত জোড়ো ন্যায় যাত্ৰাত উত্তপ্ত পৰিস্থিতি; আৰক্ষীৰ লাঠীচালনা, ভূপেন বৰাক প্ৰহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2024 1:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে খানাপাৰাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৱাহাটীত প্ৰৱেশ কৰাৰ সময়তে ন্যায় যাত্ৰাত বাধা প্ৰদান আৰক্ষীৰ। হাজাৰ হাজাৰ মানুহৰ অংশগ্ৰহণেৰে আগবঢ়া ন্যায় যাত্ৰাত অংশ গ্ৰহণকাৰীসকলৰ ওপৰত অসম আৰক্ষীয়ে লাঠীচালনা কৰে।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু উপ আৰক্ষী আয়ুক্তৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ  সভাপতি ভূপেন বৰাৰ হতাহতি হয়। আৰক্ষীয়ে ভূপেন বৰাক প্ৰহাৰ কৰে। এই ঘটনাত ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াও নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে কেইবাজনো কংগ্ৰেছকৰ্মীক প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে।

খানাপাৰাত বেৰিকেড সাজি মোতায়েন কৰা হৈছিল আৰক্ষী। আৰক্ষীয়ে দিয়া বেৰিকেড ভাঙি আগবঢ়াৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে লাঠীচালনা কৰে। ইপিনে, অংশগ্ৰহণকাৰী সকলে বিজেপি চৰকাৰ, অসম আৰক্ষী হায় হায় ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে।

Apply Now

লগতে পঢ়কঃ অযোধ্যাত দেশৰ ৪ প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি ১৩ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ; নাছিল ৰঞ্জন গগৈ আৰু…

এই ঘটনাৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে কয় যে আমি সকলোৱে শান্তিপ্ৰিয়ভাৱে  গুৱাহাটীৰ মাজেদি যাব বিচাৰিছিলো। এই ৰাস্তাৰে জেপি নাড্ডাক যাবলৈ দিয়া হৈছিল, বজৰং দল গৈছিল। কিন্তু আমি যেতিয়া যাব বিচাৰিছো আমাক যাব দিয়া নাই। এই অন্যায় আমি সহ্য নকৰো। সংবিধানে দিয়া অধিকাৰ আমি লমেই।

গগৈয়ে কয় যে আমি পৰিবেশ বেয়া কৰিব বিচৰা নাই। অসম আৰক্ষীক অনুৰোধ জনাইছো ইয়াত আমাৰ আই-মাতৃ, বৃদ্ধ সকলো আছে। সকলোকে সুৰক্ষিতভাৱে যাবলৈ দিয়ক। আমি সংঘাত বিচৰা নাই।

গৌৰব গগৈয়ে লগতে কয়, মই এইখন মঞ্চৰ পৰাই হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহক ক’ব বিচাৰো আমাৰ ওপৰত যিমানেই নিৰ্যাতন চলাব আমি সিমানেই শক্তিশালী হৈ পৰিম।

লগতে পঢ়কঃকুনোত পুনৰ তিনিটা পোৱালি জন্ম দিলে নামিবিয়াৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে অনা চিতা `জালা’ই

আনহাতে, ৰাহুল গান্ধীয়ে কয় যে আমি ইয়াৰ বেৰিকেড ভাঙি পেলাই দিছো। কিন্তু আমি আইন ভংগ নকৰো। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ দৰে কংগ্ৰেছে আইন ভংগ নকৰে। কিন্তু আমি দুৰ্বল বুলি নাভাবিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd