• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত প্ৰদৰ্শনৰ স্বীকৃতি ৰিয়ানলৈঃ জাতীয় দলত স্থান লাভৰ বাবে আৰু কত দিনৰ অপেক্ষা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2024 7:59 pm
Riyan Parag
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে আগবঢ়াই অহা চমকপ্ৰদ প্ৰদৰ্শনৰ এক স্বীকৃতি পালে ৰিয়ান পৰাগে। জাতীয় দলত উপেক্ষিত হ’লেও নিজৰ প্ৰদৰ্শনৰ সুবাদত ৰিয়ানে লাভ কৰিছে লালা অমৰনাথ বঁটা।

সম্প্ৰতি হায়দৰাবাদত অনুষ্ঠিত হৈ থকা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত ৰিয়ানে লাভ কৰে এই সন্মান। ঘৰুৱা ক্ৰিকেটৰ সীমিত অ’ভাৰৰ ফৰ্মেটত শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে বিবেচিত হয় ৰিয়ান।

Apply Now

 

Riyan Parag won the Lala Amarnath Award for best all-rounder in domestic limited overs.

– Riyan recieved the award from Rohit Sharma. pic.twitter.com/Bap4wmooLo

— Johns. (@CricCrazyJohns) January 23, 2024

Valuable contributions with the bat and ball 😎

Here are the winners of the Lala Amarnath Award👏👏#NamanAwards pic.twitter.com/kcqNerF4Hv

— BCCI (@BCCI) January 23, 2024

উল্লেখ্য যে ২০২২-২৩ ছিজনৰ ঘৰুৱা ক্ৰিকেটত ৰিয়ানৰ প্ৰদৰ্শন আছিল অনবদ্য। এই ছিজনত বিজয় হাজাৰে ট্ৰফীত ৰিয়ানে ৬৯ গড়ে তিনিটা শতক আৰু এটা অৰ্ধশতকেৰে ৫৫২ ৰান সংগ্ৰহ কৰি পঞ্চম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল।

লগতে এই ছিজনত ১০টা উইকেটো দখল কৰে ৰিয়ানে। জম্মু-কাশ্মীৰৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত তেওঁ ১১৬ টা বলত কেৰিয়াৰৰ শ্ৰেষ্ঠ ১৭৪ ৰাণৰ এক মাৰমুখী ইনিংছ খেলে।

আনহাতে দেওধৰ ট্ৰফীত ৰিয়ান প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী, তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী আৰু সৰ্বাধিক ছয় কোবোৱা বেটাৰ হিচাপে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছিল।

তেওঁ প্ৰতিযোগিতাখনত ৮৮.৫০ গড়ে মুঠ ৩৫৪ ৰান সংগ্ৰহ কৰাৰ লগতে ১৯.০৯ গড়ে ১১টা উইকেট দখল কৰে। লগতে ইউছুফ পাঠানৰ নামত থকা এটা ইনিংছত সৰ্বাধিক (৯টা) ছয়ৰ অভিলেখো অতিক্ৰম কৰি ৰিয়ানে (১১টা) নতুন অভিলেখ গঢ়ে।

ইয়াৰ পিছতে ৰিয়ানে চৈয়দ মুস্তাক আলী ট্ৰফীতো প্ৰদৰ্শন কৰে চমক। একপ্ৰকাৰে অভাৱনীয় বেটিং বিক্ৰমেৰে ৰিয়ানে প্ৰতিযোগিতাখনত ৮৫ গড়ে আৰু ১৮২.৭৯ ষ্ট্ৰাইক ৰেটেৰে ৫১০ ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৰূপে পৰিগণিত হয়।

টি-২০ ক্ৰিকেটত একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয় ৰিয়ান। লগতে প্ৰতিযোগিতাখনত ১১টা উইকেট দখলেৰে ৰিয়ানে দাঙি ধৰা অনবদ্য অলৰাউণ্ড প্ৰতিভা।

ছিজনটোত এনে দুৰ্দমনীয় প্ৰদৰ্শনৰ সুবাদত ৰিয়ান জাতীয় দললৈ আমন্ত্ৰিত হ’ব বুলি ব্যাপক চৰ্চা চলিছিল যদিও মূৰকত উপেক্ষিত হৈ ৰয় ৰিয়ান। শেহতীয়াকৈ চলিত ৰঞ্জী ট্ৰফীটো ৰিয়ানে দাঙি ধৰিছে দমনীয় প্ৰদৰ্শন।

এনে ধাৰাবাহিকতা, দুৰ্দমনীয় অলৰাউণ্ড প্ৰদৰ্শৰ পাছতো ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভৰ বাবে কিমান দিন অপেক্ষা কৰিবলগীয়া হয়, সেয়া হ’ব লক্ষণীয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd