• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সাহিত্য সভাৰ প্ৰস্তাৱ : ২৮ মে’ত গুৱাহাটীত জাতীয় অভিৱৰ্তন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 7:10 am
13-05-18 Nagaon- Paramananda Rajbongshi PMT (2)

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ প্ৰতিনিধিত্ব মূলক চিত্ৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও আৱৰ্ত ভৱনত দেওবাৰে অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি অসমৰ জাতীয় সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱো গ্ৰহণ কৰা হয়।

কৰ্ণধাৰ সমিতিৰ বৈঠক সমাপ্ত হোৱাৰ পিছত বিয়লি এখন সংবাদ মেল অনুষ্ঠিত কৰি কৰ্ণধাৰ সমিতিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে সংবাদ মাধ্যমক অৱগত কৰে। অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ তীব্ৰ বিৰোধিতা কৰিছে। তদুপৰি, সভাই শেহতীয়াভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা ইতিবাচক ঘোষণাক আদৰণি জনাইছে।

Apply Now

সাহিত্য সভাই লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্য চৰকাৰক অসমৰ ৰাইজে আশ্বস্ত হ’ব পৰাকৈ স্পষ্ট দৃষ্টিভংগী প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে। সভাই নাগৰিকত্ব সংশোধনী বিধেয়ক, ৰাজ্যভাষা আৰু মাতৃভাষা ৰক্ষাকৱচ, ইউনিকোডত অসমীয়া ভাষাৰ স্বাভিমান, অসমীয়া ভাষাৰ নিজস্ব আলোকিত বৰ্ণ চিনাক্তকৰণ-তৈয়াৰ, স্নাতক পৰ্যায়ত অসমীয়া মাধ্যম প্ৰৱৰ্তন-এই পাঁচটা সমস্যা সম্পৰ্কত অসমৰ প্ৰধান ৰাজনৈতিক দলৰ সভাপতিসকলৰ সৈতে যোগাযোগ কৰিছে।

সভাই এই সমস্যা সমূহৰ সম্পৰ্কত ৰাজনৈতিক দলবোৰৰ দৃষ্টিভংগী জনাবলৈ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হৈছে।

অসম সাহিত্য সভাৰ নিজস্ব সংবিধানৰ আওতাৰ আধাৰত তিনিখন জাতীয় উপদেষ্টা কোষৰ এখন অভিৱৰ্তন অহা ২৮ মে’ত গুৱাহাটীৰ জিলা পুথিভঁৰালত আয়োজন কৰা হৈছে। এই জাতীয় কোষে আগবঢ়োৱা পৰামৰ্শ অনুসৰিয়েই সাহিত্য সভাই ইয়াৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব।

অসম সাহিত্য সভাৰ জাতীয় উপদেষ্টা কোষত থকা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকল, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুৱ-ছাত্ৰ সংগঠনসমূহ, অসম কলেজ অধ্যক্ষ পৰিষদ, অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম হাইস্কুল শিক্ষক সংস্থা, অসম প্ৰাথমিক শিক্ষক সংস্থা, অসম নাট্য সন্মিলন, অসম লেখিকা সন্থা, অসম লেখিকা সমাৰোহ তথা অসমৰ সকলো অৰাজনৈতিক যুব-ছাত্ৰ সংগঠনৰ নেতৃবৃন্দক লৈ  এই জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰা হ’ব।

শেহতীয়াকৈ ৰাজ্যখনত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ বাবে যিকেইখন সন্মিলিত মঞ্চ গঠিত হৈছে সেই সকলৰ সৈতে অসম সাহিত্য সভাই মত- বিনিময় কৰিব বুলি জনায় সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd