• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তৰ্জাতিক ন্যায় আদালতৰ ৰায় নামানে ইজৰাইলে; সৰ্বাত্মক যুদ্ধৰ ঘোষণা নেতানিয়াহুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2024 9:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত গণহত্যাৰ বিষয়ত দক্ষিণ আফ্ৰিকাই দাখিল কৰা গোচৰত আন্তৰ্জাতিক ন্যায়ালয়ৰ ৰায়ক গৰিহণা দিছে। তেওঁ কয় যে এই ৰায়দান “আপত্তিজনক”।

আইচিজেডৰ ৰায়ক লৈ নেতানিয়াহুৱে দুটা বিবৃতি আগবঢ়ায়। এটা হিব্ৰু ভাষাত আৰু আনটো ইংৰাজীত। এই বিবৃতিসমূহত তেওঁ আন্তৰ্জাতিক সম্প্ৰদায়ক আবেদন জনাই কয় যে ইজৰাইলে ন্যায়সংগত যুদ্ধ চলাই আছে আৰু তেওঁলোকে গাজা আৰু হামাছৰ অসামৰিক বাসিন্দাসকলক অন্য দৃষ্টিৰে চায়।

অৱশ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিবোৰৰ বিপৰীতে বাস্তৱত সদায় এখন বেলেগ ছবি দেখা যায়। ইজৰাইলৰ বিষয়াসকলে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাৰ বিষয়ে যি কোৱা হৈছে বাস্তৱত তাৰ সৈতে বহু পাৰ্থক্য আছে।

Apply Now

লগতে পঢ়কঃ প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত, আছুৰ প্ৰাক্তন সভাপতি দিপাংক নাথে যোগদান কৰিব বিজেপিত

ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ বক্তব্যৰ শেষত কয় যে ইজৰাইলীসকলে নিজৰ সকলো সামৰিক লক্ষ্যত উপনীত নোহোৱালৈকে (গাজাত) স্থল, বায়ু আৰু সাগৰীয় যুদ্ধ চলি থাকিব।

শুকুৰবাৰে নেদাৰলেণ্ডৰ আন্তৰ্জাতিক ন্যায় আদালতে ইজৰাইলক গাজাত গণহত্যা আৰু গণহত্যাৰ বাবে উচটনি দিয়া কাৰ্য্য ৰোধৰ বাবে সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু ন্যায়াধীশসকলে যুদ্ধবিৰতি বা ইজৰাইলৰ সামৰিক অভিযান বন্ধ কৰাৰ নিৰ্দেশ দিয়া নাছিল। গাজাৰ মানৱীয় সংকটক লৈও আদালতে উদ্বেগ প্ৰকাশ কৰে।

আইচিজেৰ ন্যায়াধীশ পেনেলৰ সভানেত্ৰী জোয়ান ড’নঘুৱে কয় যে অঞ্চলটোত সংঘটিত হোৱা মানৱীয় ট্ৰেজেডীৰ পৰিসৰৰ বিষয়ে আদালত সম্পূৰ্ণৰূপে সচেতন আৰু অব্যাহত থকা প্ৰাণহানি আৰু মানৱীয় দুখ-কষ্টক লৈ গভীৰভাৱে উদ্বিগ্ন।

লগতে পঢ়কঃ অভূতপূৰ্ব! হাইকোৰ্টৰ দুই ন্যায়াধীশৰ সংঘাতত হস্তক্ষেপ ছুপ্ৰিম কোৰ্টৰ; গঠন সাংবিধানিক বিচাৰপীঠ

তেওঁ কয় যে আদালতে ভাবে যে গাজাত ইজৰাইলৰ কিছুমান কাৰ্য্য ৰাষ্ট্ৰসংঘৰ গণহত্যা চুক্তিৰ (জেনোছাইড কনভেনশ্যন) অধীনত পৰে।

দক্ষিণ আফ্ৰিকাই হেগ ভিত্তিক এই  আদালতত গাজাত ইজৰাইলৰ সামৰিক অভিযান শেষ কৰাৰ নিৰ্দেশনাকে ধৰি ৯টা বিষয়ত হস্তক্ষেপ বিচাৰিছিল। ইজৰাইলে গাজাত গণহত্যা সংঘটিত কৰাৰ অভিযোগো উত্থাপন কৰে।

ইজৰাইলে এই অভিযোগ অস্বীকাৰ কৰি গোচৰটো খাৰিজ কৰাৰ বাবে প্ৰস্তাৱ দাখিল কৰে, যিটো আদালতে মানি লোৱা নাছিল। অৰ্থাৎ গাজাত ইজৰাইলে গণহত্যা সংঘটিত কৰিলে নে নাই সেই লৈ আইনী প্ৰক্ৰিয়া চলি থাকিব।

লগতে পঢ়কঃ ৰাজনীতিলৈ দক্ষিণৰ চুপাৰষ্টাৰ থালাপথী বিজয়ঃ শীঘ্ৰেই ঘোষণা কৰিব দল

যুদ্ধবিৰতি বা সামৰিক অভিযান বন্ধ কৰাৰ নিৰ্দেশ নিদিলেও আদালতে ইজৰাইলক গণহত্যাৰ কাৰ্য্য আৰু গণহত্যাৰ বাবে উচটনি দিয়া কাৰ্য্য ৰোধৰ বাবে সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। সেই অনুসৰি ইজৰাইলে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে এমাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ আদালতে নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd