• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় ক্ৰিকেটাৰৰ দখলত দ্ৰুততম ত্ৰিশতকৰ অভিলেখ! সন্মুখত লাৰাৰ অভিলেখ ভঙাৰ সুযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2024 10:58 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদৰ বেটছমেন তন্ময় আগৰৱালাই প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িছে। সৰ্বাধিক দ্ৰুততম ত্ৰিশ শতক অৰ্জনৰ অভিলেখ এতিয়া এজন ভাৰতীয় ক্ৰিকেটাৰৰ হাতত। ৰঞ্জি ট্ৰফীৰ চতুৰ্থ ৰাউণ্ডৰ মেচত এই অভিলেখ গঢ়িছে। তেওঁৰ বিশ্ব অভিলেখৰ সৌজন্যত হায়দৰাবাদে প্ৰথম দিনাই ৫২৯ ৰান সংগ্ৰহ কৰে!

ৰেড বল ক্ৰিকেটত ২০০ ৰ ওপৰত ষ্ট্ৰাইক ৰেটত ট্ৰিপল চেঞ্চুৰী কৰিছে তন্ময়ে। এই অভিলেখ ভংগ হ’বলৈ আৰু বা কিমান অপেক্ষা কৰিব লাগিব! প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্ৰুততম ত্ৰিশ শতক অৰ্জনৰ অভিলেখ আছিল মাৰ্কছ মাৰিউছৰ। ১৯১টা বলত ত্ৰিশতক অৰ্জন কৰিছিল। এইবাৰ সেয়া নিজৰ নামত কৰিলে ভাৰতীয় তন্ময় আগৰৱালাই।

লগতে পঢ়কঃ আন্তৰ্জাতিক ন্যায় আদালতৰ ৰায় নামানে ইজৰাইলে; সৰ্বাত্মক যুদ্ধৰ ঘোষণা নেতানিয়াহুৰ

Apply Now

হায়দৰাবাদ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত মেচখনত অৰুণাচল প্ৰদেশে প্ৰথমে বেটিং কৰে। ড’ৰিয়াই অপৰাজিত ৯৭ ৰান সংগ্ৰহ কৰে। বিপৰীত দিশত উইকেট পৰি থাকিলেও অৰুণাচলৰ এই অ’পেনাৰ শেষ পর্যন্ত অপৰাজিত হৈ থাকে৷ কিন্তু ড’ৰিয়াই হয়তো গম পোৱা নাছিল যে তেওঁলোকৰ বলাৰৰ বাবে কি অপেক্ষা কৰি আছে। অৰুণাচলে ৩৯.৪ অভাৰত ১৭২ ৰান সংগ্ৰহ কৰি অল আউট হয়। তাৰ পিছত আৰম্ভ হ’ল বেটিং ধুমুহা।

হায়দৰাবাদৰ হৈ তন্ময় আগৰৱাল আৰু অধিনায়ক ৰাহুল সিং গেহলটে অ’পেন কৰে। প্ৰথম দিনটোৰ শেষত হায়দৰাবাদে ৪৮ অভাৰত মাত্ৰ ১টা উইকেট হেৰুৱাই ৫২৯ ৰান সংগ্ৰহ কৰে!

লগতে পঢ়কঃ অভূতপূৰ্ব! হাইকোৰ্টৰ দুই ন্যায়াধীশৰ সংঘাতত হস্তক্ষেপ ছুপ্ৰিম কোৰ্টৰ; গঠন সাংবিধানিক বিচাৰপীঠ

তন্ময় আগৰৱালক শতক, দ্বিশতকতো স্তব্ধ কৰিব পৰা নগ’ল। মাত্ৰ ২৮টা বলত ২০০ৰ পৰা ৩০০ত উপনীত হয় তন্ময়! মুঠতে ১৪৭টা বলৰ ট্ৰিপল চেঞ্চুৰীৰ ইনিংছ! দিনৰ শেষত ১৬০ বলত ৩২৩ ৰান কৰি অপৰাজিত হৈ আছে তন্ময়। হায়দৰাবাদৰ এই অ’পেনাৰখনে ৩৩টা বাউণ্ডেৰী আৰু ২১টা অভাৰ বাউণ্ডেৰী মাৰে।

Magnificent! 🤯

Hyderabad's Tanmay Agarwal has hit the fastest triple century in First-Class cricket, off 147 balls, against Arunachal Pradesh in the @IDFCFIRSTBank #RanjiTrophy match 👌

He's unbeaten on 323*(160), with 33 fours & 21 sixes in his marathon knock so far 🙌 pic.twitter.com/KhfohK6Oc8

— BCCI Domestic (@BCCIdomestic) January 26, 2024

খেলখনৰ প্ৰথম দিনাই এই অৱস্থা। দ্বিতীয় দিনা যদি তন্ময় আগৰৱালৰ মুড একেই থাকে! ব্রায়ান লাৰাৰ ৫০১ ৰানৰ অভিলেখ অতিক্রম কৰাৰো সম্ভাৱনা আছে তন্ময়ৰ। ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলে তাৰেই অপেক্ষা কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd