• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

World’s Richest Person: ২০,০০০,৭০০ কোটি ডলাৰৰ সম্পত্তি! ইলন মাস্কক পিছ পেলাই তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2024 12:55 pm
বাৰ্নাৰ্ড আৰ্নল্ট আৰু ইলন মাস্ক। ফটোঃ সংগ্ৰহীত।

বাৰ্নাৰ্ড আৰ্নল্ট আৰু ইলন মাস্ক। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইলন মাস্ক পদচ্যুত হৈছে। বিশ্বৰ আটাইতকৈ ধনী মানুহজন এতিয়া টেছলাৰ মালিক মাস্ক নহয়। তেওঁক পৰাজিত কৰি ফৰাচী টাইকুন বাৰ্নাৰ্ড আৰ্নল্ট বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।

ফোৰ্বছৰ বিলিয়নেয়াৰৰ তালিকাত আৰ্নল্টৰ নাম প্ৰথম স্থানত আছে। তেওঁ আন কোনো নহয়, বিশ্বৰ কেইবাটাও বিলাসী ব্ৰেণ্ড যেনে ডিঅ’ৰ, টিফিনি এণ্ড কোম্পানী, মাৰ্ক জেকব, ফেণ্ডি আদিৰ মালিক।

ফোৰ্বছৰ তালিকা অনুসৰি শুকুৰবাৰে আৰ্নল্টৰ সম্পত্তি ২০৭.৮ বিলিয়ন বা ২০ হাজাৰ ৭ কোটি ডলাৰলৈ বৃদ্ধি পাইছে। দ্বিতীয় স্থানত থকা ইলন মাস্কৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ ২০,৪০০ কোটি ডলাৰ।

Apply Now

লগতে পঢ়কঃ পদত্যাগ কৰিলে নীতিশ কুমাৰে; শীতৰ ঠাণ্ডাতো ‘ৰাজনৈতিক ব্যস্ততা’ত গৰম হৈ উঠিছে পাটনা

শুকুৰবাৰে এলভিএমএইচৰ শ্বেয়াৰ ১৩ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে টেছলাৰ শ্বেয়াৰ ১৩ শতাংশ হ্ৰাস পাইছে। এদিনতে আৰ্নল্ডৰ সম্পত্তি ২৩.৬ বিলিয়ন ডলাৰ বৃদ্ধি পালে। আনহাতে, মাস্কে ১৮ বিলিয়ন বা ১৮০ কোটি ডলাৰ হেৰুৱাইছে। তাতেই আৰ্নল্ডে ইলন মাস্কক পিছ পেলাই থৈ গ’ল।

বৰ্তমান এলভিএমএইচৰ বজাৰ মূল্য ৩৮৮.৮ বিলিয়ন ডলাৰ। টেছলাৰ বজাৰ মূল্য ৫৮৬.১৪ বিলিয়ন ডলাৰ।

উল্লেখ্য যে এলভিএমএইচৰ চিইঅ’ আৰ্নল্টে যোৱা চাৰিটা দশকত বিলাসী ব্ৰেণ্ডৰ সাম্ৰাজ্য গঢ়ি তুলিছে। তেওঁৰ কোম্পানীত আছে লুই ভিটন, টেগ, ডম পেৰিগনন, ফেণ্ডি, ডিঅ’ৰ, টিফিন এণ্ড কোম্পানী, মাৰ্ক জেকবছ, ফেণ্ডি, চেলিনৰ দৰে বিলাসী ব্ৰেণ্ড।

লগতে পঢ়কঃ হোটেলত বন্দী, খাদ্য বন্ধ কৰি দি শাস্তি আই পি এল তাৰকাক! দিল্লীৰ কাণ্ডক লৈ তোলপাৰ ক্ৰিকেটমহল

যোৱা এপ্ৰিল মাহতেই এল ভি এম এইচ ইউৰোপৰ প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হৈছিল যাৰ বজাৰ মূল্য ৫০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd