• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাত নিহত ভাৰতীয় ছাত্ৰক চিনাক্তঃ লিণ্ডাৰ স্কুল অৱ বিজনেছৰ ছাত্ৰ আছিল মৃত শ্ৰেয়ছ ৰেড্ডী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2024 3:41 pm
Indian Student Found Dead In US
9.2k
VIEWS
Share on FacebookShare on Twitter

বৃ্হস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনচিনাটিত উদ্ধাৰ হয় এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ। নিহত ছাত্ৰগৰাকীক ১৯ বৰ্ষীয় শ্ৰেয়ছ ৰেড্ডী বেনিগাৰ বুলি চিনাক্ত কৰা হৈছে।

অহাইঅ’ৰ লিণ্ডাৰ স্কুল অৱ বিজনেছৰ ছাত্ৰ আছিল বেনিগাৰ। মৃত ছাত্ৰগৰাকীৰ পিতৃ-মাতৃ হায়দৰাবাদত বাস কৰে বুলি জানিব পৰা গৈছে।

অৱশ্যে ছাত্ৰগৰাকীৰ মৃত্যুৰ আঁৰত কোনো ধৰণৰ অপৰাধৰ সম্ভাৱনা নুই কৰিছে কৰ্তৃপক্ষই। ইফালে নিউয়ৰ্কস্থিত ইণ্ডিয়ান মিছনে ছাত্ৰগৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰে।

ইণ্ডিয়ান মিছনে লগতে বেনিগাৰৰ মৃত্যুৰ কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে। বেনিগাৰৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি থকা হৈছে বুলিও ইণ্ডিয়ান মিছনে সদৰী কৰে।

উল্লেখ্য যে বিগত এসপ্তাহৰ ভিতৰত আমেৰিকাত ভাৰতীয় ছাত্ৰৰ এয়া তৃতীয়টো মৃত্যুৰ ঘটনা।

যোৱা মাহত বিবেক ছাইনী নামৰ এজন ভাৰতীয় ছাত্ৰক এটা মলত এজন গৃহহীন লোকে হাতুৰীৰে কোবাই হত্যা কৰিছিল। শেহতীয়াকৈ ছাইনীয়ে আমেৰিকাত এম বি এ সম্পূৰ্ণ কৰিছিল।

তাৰ পূৰ্বে ইণ্ডিয়ানা প্ৰদেশৰ পাৰ্ডু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্ৰ নীল আচাৰ্যকো বিগত এসপ্তাহত আমেৰিকাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

পাৰ্ডু বিশ্ববিদ্যালয়ৰ জন মাৰ্টিনছন অনাৰ্ছ কলেজৰ কম্পিউটাৰ বিজ্ঞান আৰু ডাটা বিজ্ঞানৰ ডাবল মেজৰ আচাৰ্য দেওবাৰে নিৰুদ্দেশ হোৱা বুলি প্ৰকাশ পাইছিল। সোমবাৰে নিশ্চিত কৰা হৈছিল তেওঁৰ মৃত্যুৰ খবৰ।

আফাতে যোৱা বছৰৰ নৱেম্বৰ মাহত অহাইঅ’ত চিনচিনাটি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা আদিত্য আদলাখা নামৰ ভাৰতীয় ছাত্ৰ এজনক এখন গাড়ীৰ ভিতৰতে গুলীয়াই হত্যা কৰা হৈছিল।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd