• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এটা নেমুৰ দাম ১.৪৮ লাখ টকা! কি আছে বিশেষ নেমুটোত? কিয় ইমান দামত বিক্ৰী হ’ল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2024 11:51 am
4.2k
VIEWS
Share on FacebookShare on Twitter

এটা নেমুৰ দাম ১.৪৮ লাখ টকা! ২০-৩০ টকীয়া নেমুৰ দাম ইমান দামী কেনেকৈ হ’ব পাৰে? আপুনি কেতিয়াবা ভাবিছেনে? এইটো সম্ভৱনে? জনা গৈছে যে সম্প্ৰতি (ভাইৰেল নিউজ) এনেকুৱা এটা ঘটনা দেখা গৈছে। তেনে এটা নেমু (285 YO Lemon) ব্ৰিটেইনত ভাৰতীয় মুদ্ৰাত ১.৪৮ লাখ টকাৰ উচ্চ মূল্যত বিক্ৰী হৈছিল। কিন্তু কিয়? সেই নেমুটোৰ কি এনে বিশেষত্ব আছে?

ব্ৰিটেইনৰ শৰ্পশ্বাৰৰ এটা নিলামকাৰী সংস্থা ব্ৰিটেলছ অকচনিয়াৰ্ছে শেহতীয়াকৈ তেওঁলোকৰ ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছে যে তেওঁলোকে ব্ৰিটেইনৰ এটা পৰিয়ালৰ পৰা এই নেমুটো লাভ কৰিছে আৰু সেই পৰিয়ালে এই নেমুটো (২৮৫ ৱাই অ’ লেমন) তেওঁলোকৰ কোনো আজো ককাকৰ পৰা লাভ কৰিছে।

লগতে পঢ়কঃ কি হ’ব? যদি পৃথিৱীখন ১ ছেকেণ্ডৰ বাবে ঘূৰিবলৈ বন্ধ কৰি দিয়ে!

তেওঁলোকৰ ককাকৰ কেবিনেটত নেমুটো বন্ধ কৰি থোৱা আছিল। ২৮৫ বছৰৰ পাছত সেই কেবিনেটটো মুকলি কৰা হ’ল আৰু তাৰ পিছতহে সেই নেমুটো আৱিষ্কাৰ হ’ল (ভাইৰেল নিউজ)। সেই ব্যক্তিজনৰ বহু আগতেই মৃত্যু ঘটিছিল।

জনা যায় যে তেওঁৰ ঘৰৰ সকলো বস্তু বিক্ৰী কৰি থাকোঁতে এজন ফটোগ্ৰাফাৰে তেওঁৰ কেবিনেটৰ এখন ফটো তুলি থাকোতে এই নেমুটো লক্ষ্য কৰিলে। যদিও এই ২৮৫ বছৰীয়া নেমুটো বিশেষ একো নহয়, তথাপিও এটা কথাই নিলাম সংস্থাৰ গৰাকীৰ চকু কপালত তুলিলে।

লগতে পঢ়কঃ পাঁচ ফুল এক মালী, যুৱৰাজৰ প্ৰেম কাহিনী! তালিকাত দীপিকা, নেহা, ৰিয়া আৰু…

নেমুটোত এটা বিশেষ বাৰ্তা খোদিত কৰা হৈছিল। আৰু সেই বাৰ্তাৰ পৰাই নেমুটোৰ বয়স উদ্ধাৰ হয়। নেমুটোৰ ওপৰত থকা  লিখা আছে যে এই নেমুটো ( 285 YO Lemon) ১৭৩৯ চনৰ ৪ নৱেম্বৰত মিছ ই বেক্সটাৰক মিষ্টাৰ পি লু ফ্ৰাচিনি নামৰ এজন ব্যক্তিয়ে উপহাৰ দিছিল। ফলস্বৰূপে বছৰ আৰু তাৰিখৰ উল্লেখ দেখি ফটোগ্ৰাফাৰৰ চকু কপালত উঠিল আৰু সময় গণনা কৰি তাৰ পিছত নিলামকাৰীৰ হাতত সেইটো গতাই দিলে।

 

View this post on Instagram

 

A post shared by Brettellsauctions (@brettellsauctions)

নিলামকাৰী কোম্পানীটোৰ মতে, এই নেমুটোৰ ( 285 YO Lemon) দাম প্ৰথমতে ৪০ৰ পৰা ৬০ পাউণ্ড নিৰ্ধাৰণ কৰা হৈছিল, য’ত এই নেমুটো নিলামত ১৪১৬ পাউণ্ডত বিক্ৰী কৰা হৈছে। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১.৪৮ লাখ টকা। আৰু সেইটো থকা কেবিনেটটো মাত্ৰ ৩২ পাউণ্ডত বিক্ৰী হৈছে।

লগতে পঢ়কঃ মালয়েছিয়াত নতুন ৰজাঃ অগাধ সম্পত্তি, আছে হিটলাৰে উপহাৰ দিয়া গাড়ী

উল্লেখ্য যে কিছুদিন পূৰ্বে চেণ্ডুইচ বেগ এটাৰ চাঞ্চল্যকৰ দামৰ কথা পোহৰলৈ আহিছিল। সৰু চেণ্ডুইচ বেগ এটাৰ দাম হেনো তিনি লাখ টকা। বিখ্যাত আন্তঃৰাষ্ট্ৰীয় কোম্পানী লুনি ভুইটোৰ এই বেগটোৰ মূল্য তিনি হাজাৰ ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ২ লাখ ৮০ হাজাৰ টকা। 

Recent News

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd