• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি হ’ব? যদি পৃথিৱীখন ১ ছেকেণ্ডৰ বাবে ঘূৰিবলৈ বন্ধ কৰি দিয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2024 10:14 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীখন নিজৰ অক্ষৰ চাৰিওফালে ঘূৰি থাকে। ২৪ ঘণ্টাত এবাৰ সম্পূৰ্ণ পৰিক্ৰমা কৰে। এই ২৪ ঘণ্টাত দিন ৰাতি ঘটে। এইদৰে পৃথিৱীখন ৩৬৫ দিনত এবাৰ সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে। এতিয়া প্ৰশ্ন হয়, যদি পৃথিৱীখনে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰি থকা বন্ধ কৰি দিয়ে তেন্তে কি হ’ব?

অৱশ্যেই সাংঘাতিক কাণ্ড ঘটিব। দিন ৰাতি বুলি আৰু একো নাথাকিব। সূৰ্য্য উদয়-সূৰ্যাস্ত বুলি একো নাথাকিব। ছয়টা ঋতুৱেই পাৰ হৈ যাব। আৰু তাৰ লগে লগে ঘটিব এটাৰ পিছত এটা দুৰ্যোগ।

বিষুৱৰেখাত পৃথিৱীয়ে নিজৰ অক্ষত পশ্চিমৰ পৰা পূবলৈ ঘন্টাত প্ৰায় ১০০০ মাইল বেগত ঘূৰি থাকে। যদি এই অৱস্থাত বন্ধ হৈ যায়, তেন্তে মহাপ্ৰলয় ঘটিব। হঠাৎ ঘূৰ্ণন বন্ধ হৈ গ’লে মানুহ, জীৱ-জন্তু, ঘৰ, নদী, সাগৰ, পাহাৰ আৰু পৰ্বত সকলো মহাকাশৰ পূব দিশলৈ উফৰি পৰিব। ঘৰ-বাৰী ভাঙি বিধ্বস্ত হ’ব। বাছ বা গাড়ী চলি থাকিলে হঠাতে ব্ৰেক মাৰিলে মানুহ যেনেকৈ আগলৈ উফৰি পৰে, ঠিক তেনেকৈ পৃথিৱীৰ ঘূৰ্ণন বন্ধ হ’লেও পৃথিৱীৰ পৃষ্ঠত থকা সকলো বস্তু মহাশূন্যত উফৰি পৰিব।

Apply Now

লগতে পঢ়কঃ সৌৰজগতত নতুন নক্ষত্ৰ আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে; দেখিবলৈ কেনেকুৱা?

বিজ্ঞানীসকলে কয় যে পৃথিৱীৰ এই ঘূৰ্ণনটোৰ বাবেই মাধ্যাকৰ্ষণ শক্তিৰ জন্মৰ কাৰণ। গতিকে ঘূৰ্ণন বন্ধ হ’লে মাধ্যাকৰ্ষণ শক্তিৰ কাম বন্ধ হৈ যাব। পৃথিৱীৰ পৃষ্ঠত কোনো প্ৰাণী বা নিৰ্জীৱ বস্তু বৰ্তি থাকিব নোৱাৰিব। এটা বিপৰীত শক্তি গঢ় লৈ উঠিব যিয়ে সকলো ওলট পালট কৰি পেলাব আৰু বাহিৰলৈ দলিয়াই পেলাব।

ইয়াৰ লগতে ভয়ংকৰ ধুমুহাও আহিব। পৃথিৱীৰ ঘূৰ্ণনৰ ওপৰতো বতাহৰ গতি আৰু দিশ নিৰ্ভৰ কৰে। পৃথিৱীখন ঘূৰ্ণন হৈ থকাৰ বাবে সকলোতে সমানে বতাহ বলিছে। গতিকে যদি ১ ছেকেণ্ডৰ বাবেও ঘূৰ্ণন বন্ধ হয় তেন্তে তীব্ৰবেগী বতাহ বন্ধ হৈ একে ঠাইতে ঘূৰি থাকিব। হাজাৰ হাজাৰ হাৰিকেনৰ দৰে ভয়ংকৰ ধুমুহা বলিবলৈ আৰম্ভ কৰিব। জীৱৰ অস্তিত্ব সম্পূৰ্ণৰূপে বিলুপ্ত হৈ যাব।

ফটোঃ সংগ্ৰহীত।

যদি পৃথিৱীয়ে নিজৰ ঘূৰ্ণন চিৰদিনৰ বাবে বন্ধ কৰি দিয়ে তেন্তে পৃথিৱীত দিন-ৰাতিৰ অস্তিত্ব বন্ধ হৈ যাব। পৃথিৱীৰ যি ফাল সূৰ্য্যৰ ফালে মুখ কৰি থাকে, তাত উষ্ণতা তীব্ৰভাৱে বৃদ্ধি পাব, আৰু যি ফাল সূৰ্য্যৰ বিপৰীতে আছে, সেই ফালটো হিম শীতল হৈ পৰিব। তাৰ লগে লগে জোৱাৰ ভাটা বন্ধ হৈ যাব। চন্দ্ৰৰ সৈতে পৃথিৱীৰ এই আত্মিক আকৰ্ষণ ঘূৰ্ণনৰ ওপৰত নিৰ্ভৰশীল।

কিন্তু জ্যোতিৰ্বিজ্ঞানীসকলে কয় যে কৌণিক গতিবেগৰ স্থিৰতাৰ নিয়ম অনুসৰি পৃথিৱীৰ ঘূৰ্ণন বন্ধ হোৱাৰ কোনো কাৰণ নাই। এই প্ৰক্ৰিয়া হাজাৰ কোটি বছৰ ধৰি চলি থাকিব। যদি পৃথিৱীতকৈ আকাৰ আৰু ভৰত ডাঙৰ কোনো মহাকৰ্ষীয় বস্তুৰ লগত পৃথিৱীৰ সংঘৰ্ষ হয়, তেন্তে গতিবেগৰ পৰিৱৰ্তন হ’ব পাৰে। তেতিয়া ঘূৰ্ণন বন্ধ হ’বও পাৰে। আৰু সেইটোৱেই হ’ব ধ্বংসৰ আৰম্ভণি।

লগতে পঢ়কঃঅচিন দেশৰ অজান কথা! দৰিদ্ৰ দেশৰ ৰজাৰ ১৬ গৰাকী পত্নী; সকলোৰে আছে বেলেগ বেলেগ গাড়ী

মুঠতে পৃথিৱীৰ ঘূৰ্ণন বন্ধ হ’লেই সকলোবোৰ মহাকাশত উফৰি পৰিব, আৰু দিন-ৰাতি বা ঋতু পৰিৱৰ্তনৰ বিষয়ে চিন্তা কৰিবলৈ অৱকাশেই নাথাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd