• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন কৰিব : আপোনাৰ বাবেই চাণক্যই দি গৈছে এইকেইটা নীতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2024 6:30 pm
2.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰাচীন ভাৰতীয় পণ্ডিত আচাৰ্য চাণক্য ভাৰতীয় সমাজত চিৰ অনুকৰণীয় হৈ আহিছে। ব্যক্তিৰ জীৱনৰ সৈতে জড়িত সকলোবোৰ বিষয়ৰ ওপৰতে আচাৰ্য চাণক্যই এৰি গৈছে পাণ্ডিত্যপূৰ্ণ চাপ। চাণক্যৰ এই দূৰদৰ্শী চিন্তাক সেয়ে ভাৰতৰ সমাজ জীৱনত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়।

আচাৰ্য্য চাণক্যৰ দ্বাৰা ৰচিত পুথি চাণক্য নীতি পৃথিৱীৰ সকলো ঠাইতে বহুলভাৱে প্ৰচলিত।

যদি কোনো ব্যক্তিয়ে এই পুঠিখন অনুসৰণ কৰে তেন্তে সফলতা নিশ্চিত।

চতুৰ মানুহে সদায়েই কিছু কথা গোপনে ৰাখে। চাওঁ আহক কি কথা–

১. পত্নীৰ চৰিত্ৰ

চাণক্যৰ মতে চতুৰ মানুহে নিজৰ পত্নীৰ চৰিত্ৰ কেতিয়াও বেলেগৰ সন্মুখত উপস্থাপন নকৰে। আনকি কেতিয়াবা কেতিয়াবা নিজৰ পৰিয়ালৰ লগতো। যদি কোনো স্বামীয়ে আনৰ আগত পত্নীক কটু ব্যৱহাৰ কৰে, তেন্তে সেয়া হৈ পৰে হাঁহিৰ পাত্ৰ। চতুৰ মানুহে সদায়েই সকলো কথা ভাবি-চিন্তি উপস্থাপন কৰে।

২. আৰ্থিক অৱস্থা

চাণক্যৰ মতে চতুৰ মানুহে কেতিয়াও তেওঁৰ আৰ্থিক অৱস্থা বেলেগৰ সন্মুখত উপস্থাপন নকৰে। কিয়নো এনে কৰাৰ ফলত ধনী-দুখীয়াৰ ভেদভাৱ সৃষ্টি হ’ব পাৰে। চতুৰ মানুহে সদায়েই সকলো কথা ভাবি-চিন্তি উপস্থাপন কৰে।

৩. নিজক কৰা অপমান

চাণক্যৰ মতে চতুৰ মানুহে কেতিয়াও নিজক কৰা অপমানৰ কথা বেলেগৰ সন্মুখত উপস্থাপন নকৰে। কিয়নো এনে কৰাৰ ফলত তেওঁ হাঁহিৰ পাত্ৰ হ’ব পাৰে আৰু নিজৰ আত্মসন্মান হেৰুৱাব পাৰে।

Recent News

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd