• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানত আৰম্ভ ভোটগণনা; প্ৰাৰম্ভিক ফলাফলত চমক! নৱাজ নহয়, আগবাঢ়িছে কাৰাৰুদ্ধ ইমৰাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2024 11:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানত স্থানীয় সময় অনুসৰি কালি সন্ধিয়া ৫ বজাত আনুষ্ঠানিকভাৱে ভোটদানৰ অন্ত পৰে। কিন্তু শুকুৰবাৰে পুৱাৰ আগতে গণনা আৰম্ভ কৰিব পৰা নগ’ল। অৱশেষত পুৱা ৩ বজাত নিৰ্বাচন আয়োগে সংবাদমেল অনুষ্ঠিত কৰি প্ৰাৰম্ভিক ফলাফল ঘোষণা কৰে। এতিয়াও অধিকাংশ সমষ্টিতে গণনা চলি আছে। গণনাত পলম হোৱাৰ বাবেই মোবাইল আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্তক দোষাৰোপ কৰা হৈছে।

প্ৰাথমিক গণনাৰ ধাৰাক ব্যাখ্যা কৰি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে জেলত থকা ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) দলৰ সমৰ্থনত বহু নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে।

সেই দেশৰ ৰাজনৈতিক শিবিৰৰ এটা অংশই দাবী কৰিছিল যে পাকিস্তান সেনাবাহিনীৰ সহযোগত নৱাজ শ্বৰীফৰ পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন) দলে এই নির্বাচনত এক বৃহৎ জয়লাভ কৰিব৷ কিন্তু সেই দাবীৰ সত্যতা এতিয়াও পোৱা নাই বুলি পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰিছে।

Apply Now

লগতে পঢ়কঃ শিহৰণকাৰী! ফেচবুক লাইভ শেষ হোৱাৰ লগে লগে গুলীবিদ্ধ হৈ মৃত্যু শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা

পুৱা ৬ বজালৈকে পাকিস্তানত মাত্ৰ ৮ খন ৰাষ্ট্ৰীয় বিধানসভাৰ আসনৰ ফলাফল ঘোষণা কৰা হৈছে। অধিকাংশ আসনত পিটিআই সমৰ্থিত নিৰ্দলীয় আৰু নৱাজৰ পিএমএল-এন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে।

উল্লেখ্য যে একাধিক গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত এতিয়া জেলত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এনে পৰিস্থিতিত নিৰ্বাচন আয়োগে কাঢ়ি লৈ ​​গৈছে তেওঁৰ দল পিটিআইৰ নিৰ্বাচনী প্ৰতীক ক্ৰিকেটৰ বেট। ফলত বহু পিটিআই কৰ্মীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অন্যান্য প্ৰতীক লৈ নিৰ্বাচনী খেলপথাৰত অৱতীৰ্ণ হয়।

লগতে পঢ়কঃ আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত পুনৰ ভাৰত বনাম অষ্ট্ৰেলিয়া; এইবাৰ অন্য ৰূপত টীম ইণ্ডিয়া!

এই পৰ্যন্ত ৰাষ্ট্ৰীয় বিধানসভাত নৱাজৰ দলটোৱে মাত্ৰ দুখন আসনহে লাভ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নৱাজৰ ভাতৃ শ্বাহবাজ শ্বৰীফে লাহোৰৰ এখন আসনত জয়লাভ কৰিছে। কিন্তু প্ৰাৰম্ভিক গণনাৰ পৰা দেখা যায় যে দলসমূহে নিজৰ গড় ভিত্তি ওপৰত ধৰি ৰাখিবলৈ সক্ষম হৈছে।

ইমৰাণৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে তেওঁলোকৰ দুৰ্গ খাইবাৰ পখতুনখোৱা প্ৰদেশত কমেও তিনিখন আসনত জয়লাভ কৰিছে। বেনজিৰ ভুট্টোৰ পুত্ৰ তথা প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো জৰ্দাৰীৰ পাকিস্তান পিপলছ পাৰ্টিয়ে পুনৰ সিন্ধ প্ৰদেশত ‘যুঁজ’ দিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নৱাজে প্ৰতিদ্বন্দ্বিতা কৰা কেইবাখনো আসনত প্ৰাৰম্ভিক গণনাত পিছ পৰি আছে।

লগতে পঢ়কঃ পত্নীব্ৰতা স্বামী! মৰ্মান্তিক গাড়ী দুৰ্ঘটনাত মৃত্যু পত্নীৰ; নিজৰ বিৰুদ্ধে FIR দাখিল কৰিলে শিক্ষকে

এই পৰিস্থিতি গণনাত পলম হোৱাৰ বাবে ইমৰাণৰ দলটোৱে ৰিগিঙৰ আশংকা কৰিছে। ইতিমধ্যে পিটিআইয়ে জনাইছে যে তেওঁলোকৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে দেশৰ পৰৱৰ্তী চৰকাৰ গঠন কৰিব। জেলত বহি থকাৰ সময়তে ইমৰানে বিজয়ৰ আশা প্ৰকাশ কৰে। তেওঁ কয়, `বৃহৎ সংখ্যক লোকে সিদ্ধান্ত লৈছিল যে আমাৰ দলক বৃহৎ ব্যৱধানত জয়ী কৰাব।’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd