• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছত্তীশগড়ত আইডি বিস্ফোৰণ : আহত টহলদাৰী সেনা জোৱান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2024 7:17 pm
401
VIEWS
Share on FacebookShare on Twitter

ছত্তীশগড়ৰ বিজাপুৰ জিলাত আইইডি বিস্ফোৰণত ছত্তীশগড় সশস্ত্ৰ বাহিনীৰ এজন জোৱান আহত হয়। 

দেওবাৰে পুৱা প্ৰায় ৯ বজাত এই বিস্ফোৰণটো সংঘটিত হৈছিল। 

জানিব পৰা মতে ছত্তীশগড় সশস্ত্ৰ বাহিনীৰ কৰ্মীসকলে বিজাপুৰ বনাঞ্চলৰ কাষৰীয়া অঞ্চলত তহল দি আছিল। তেতিয়াই বিস্ফোৰণটো ঘটিছিল। 

ছত্তীশগড় আৰক্ষীয়ে জনোৱা অনুসৰি, মাওবাদীসকলে বনাঞ্চলৰ কাষৰীয়া অঞ্চলটোত এটা আইইডি স্থাপন কৰিছিল। 

আৰক্ষীয়ে তালাচীৰ সময়ত তিনিটা আইইডি উদ্ধাৰ কৰিছিল। এতিয়ালৈকে অঞ্চলটোৰ পৰা ৫ কিলোগ্ৰাম ওজনৰ তিনিটা বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।

ছত্তীশগড় আৰক্ষীৰ এজন বিষয়াই কয়, “বিস্ফোৰণৰ ফলত এজন জোৱানজনে ভৰিত আঘাত পায়। তেওঁক প্ৰথমে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। 

ইয়াৰ পিছত আহত জোৱানজনক দান্তেৱাড়া জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

Recent News

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

আই পি এলৰ টিকট কেলেংকাৰী আৰু জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হায়দৰাবাদ ক্ৰিকেটৰ মুৰব্বী

আই পি এলৰ টিকট কেলেংকাৰী আৰু জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হায়দৰাবাদ ক্ৰিকেটৰ মুৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd