• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ নেডফিৰ প্ৰেক্ষাগৃহত সম্পন্ন হ’ল উত্তৰ পূব পৰ্যটন সমাৰোহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2024 7:10 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন ই ফ’কাচৰ উদ্যোগত মহানগৰীৰ নেডফিৰ প্ৰেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত হৈ যায় উত্তৰ পূব পৰ্যটন সমাৰোহ। উত্তৰ পূবৰ পৰ্যটন ক্ষেত্রসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হোৱা সমাৰোহখনত পৰ্যটন ক্ষেত্র আৰু পৰ্যটনৰ লগত সম্পৰ্কিত বিভিন্ন বিষয় আলোচনা হয়।

এই সম্পর্কত নৰ্থ ইষ্ট কনক্লেভৰ আয়োজক সংগীতা শইকীয়াই কয় যে পৰ্যটনৰ বিষয়টো এটা বৃহৎ বিষয় বা পৰিসৰ। এই সমাৰোহখনত পৰ্যটনেই নহয়, পৰ্যটনৰ লগত সম্পৰ্কিত বিষয় সমূহো আলোচনা কৰা হয়।

কিদৰে প্ৰকৃতি সংৰক্ষণ কৰি আৰু সেউজ কৰি ৰাখি পৰ্যটনক প্ৰসাৰ কৰিব পাৰি, গাঁওবোৰৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত থলুৱা আহাৰ তথা পৰম্পৰাক প্ৰসাৰ কৰি পৰ্যটনস্থলী হিচাপে পৰ্যবসিত কৰিব সেই সম্পর্কেও আলোচনা কৰা হয়। অৱশ্যে ইয়াৰ বাবে চৰকাৰে দীৰ্ঘ ম্যাদী আঁচনি গ্ৰহণ কৰাৰ কথা পোষকতা কৰে আলোচকসকলে।

Apply Now

সমাৰোহখনত সমল ব্যক্তি হিচাপে ভাৰত চৰকাৰৰ ক্ষেত্ৰীয় সঞ্চালক গুৱাহাটীৰ অনিল ওৰাও, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ মুখ্য বিষয়া উৎপল বৰুৱা, ইনস্টিটিউট অৱ হোটেল মেনেজমেন্টৰ অধ্যক্ষ অমিতাভ দে, হোটেল এন্ড ৰেষ্টুৰা এচচিয়েছনৰ পৰামৰ্শ দাতা ত্ৰিদিপ শৰ্মা, সোণাপুৰ কলেজৰ পৰ্যটন বিভাগৰ প্ৰবক্তা স্বপ্না মেধি, কয়লী টেভেলচৰ স্বত্বাধিকাৰী অৰিজিত পুৰকায়স্থ, জ্যেষ্ঠ কৃষি বিজ্ঞানী শৰৎ শইকীয়া, এপাৰ্টৰ সমন্বয়ক সঞ্জয় শৰ্মা উপস্থিত থাকে।

তিনিখন পেনেল আলোচনা আঁত ধৰে ক্ৰমে স্বপ্ননীল বৰুৱা, ৰঞ্জিত দাস আৰু মৌচম হাজৰিকাই। সমাৰোহত সোণাপুৰ কলেজ, প্ৰাগজ্যোতিষ কলেজ, কটন কলেজৰ পৰ্যটন বিভাগৰ প্ৰবক্তাৰ লগতে ২০০ৰো অধিক ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰাৰ লগতে মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।

হোটেল এন্ড ৰেষ্টুৰা এচচিয়েছনৰ পৰামৰ্শ দাতা ত্ৰিদীপ শৰ্মাই প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ জৰিয়তে দায়িত্বশীল পৰ্যটনৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে। পৰ্যটনৰ আন পাৰ্শ্ব প্ৰভাৱো থাকে কিয়নো এজন পৰ্যটকে তেওঁৰ ভ্ৰমণৰ সময়ত বহুতো উপাৰ্জন কৰিব পাৰে।

মডাৰেটৰ ৰঞ্জিত দাসে অধিবেশনৰ সাৰাংশত কয় যে যদি পৰ্যটনৰ বহনক্ষম ভৱিষ্যত থাকিব লাগে তেন্তে আমি আমাৰ মনোযোগ পুনৰ নিৰ্দেশিত কৰি স্থানীয় জনগোষ্ঠীসমূহৰ কল্যাণ আৰু আগ্ৰহক আগস্থানত ৰাখিব লাগিব। প্ৰকৃতিক সন্মান কৰা, সংস্কৃতিক সন্মান কৰা আৰু আতিথ্য প্ৰদানকাৰীক সন্মান কৰাৰ ধাৰণাৰে আমি পৰ্যটন গঢ়ি তুলিব লাগিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd