• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰু কি লাগে? মূত্ৰৰ পৰাই জ্বলিব লাইট, ঘূৰিব ফেন! আই আই টিৰ বিজ্ঞানীৰ চমক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 16, 2024 2:08 pm
আই আই টি পলাক্কাডৰ গৱেষকৰ দল। ফটোঃ সংগ্ৰহীত।

আই আই টি পলাক্কাডৰ গৱেষকৰ দল। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শক্তিৰ চাহিদা বৃদ্ধি আৰু বহনক্ষম উন্নয়নৰ বাবে বিকল্প শক্তিৰ সন্ধান কৰা হৈছে। শেহতীয়াকৈ মোডী চৰকাৰে ঘৰতে সৌৰ শক্তি কেন্দ্ৰ স্থাপনৰ আঁচনি আৰম্ভ কৰিছে। ইফালে কেৰালাৰ আই আই টি-পালাক্কাডৰ গৱেষকৰ এটা দলে এটা বিশেষ চুল্লী (ৰিয়েক্টৰ) প্ৰস্তুত কৰিছে।

এফালে এই ৰিয়েক্টৰটোৱে নাইট্ৰ’জেন, ফছফৰাছ আৰু মেগনেছিয়াম সমৃদ্ধ জৈৱিক সাৰ উৎপাদন কৰিব পাৰে। আকৌ একে সময়তে প্ৰস্ৰাৱত থকা ৰাসায়নিক পদাৰ্থৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পাৰে। অৰ্থাৎ আই আই টি পালাক্কাডৰ বিজ্ঞানীসকলে কৰা এই বৈপ্লৱিক প্ৰযুক্তিত মানুহৰ প্ৰস্ৰাৱ ব্যৱহাৰ কৰি একেটা ৰিয়েক্টৰৰ পৰা বিদ্যুৎ আৰু সাৰ দুয়োটা উৎপাদন কৰিব পৰা যায়।

এই ৰিয়েক্টৰটোৱে প্ৰস্ৰাৱত থকা আয়নৰ শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰে বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে।

Apply Now

লগতে পঢ়কঃ প্ৰাক্তন পত্নীৰ অত্যাচাৰত অতিষ্ঠ! থানাত এজাহাৰ দাখিল মহাভাৰতৰ ‘কৃষ্ণ’ নীতিশ ভৰদ্বাজৰ

আই আই টি পলাক্কাডৰ মতে এই প্ৰযুক্তিত উৎসৰ পৰা পৃথক কৰা প্ৰস্ৰাৱ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ প্ৰস্ৰাৱ মলৰ লগত মিহলি হ’ব নালাগিব। ইয়াক চহৰ আৰু গ্ৰামাঞ্চল উভয়তে সমানে ব্যৱহাৰ কৰা যাব পাৰে।

এই প্ৰযুক্তিটোত এটা ইলেক্ট্ৰ’কেমিকেল ৰিয়েক্টৰ, এমোনিয়া শোষণ কলাম, ডিকলাৰাইজেচন আৰু ক্ল’ৰিনেচন চেম্বাৰ, প্লাম্বিং আৰু ইলেক্ট্ৰিকেল মেনিফল্ড আছে। বিদ্যুৎ ৰাসায়নিক ৰিয়েক্টৰত মেগনেছিয়াম এনোড আৰু এটা কাৰ্বন কেথ’ড ব্যৱহাৰ কৰা হয়।

চুল্লীটো এক্ৰিলিকেৰে তৈয়াৰ কৰা হৈছে। ইয়াত এনোড আৰু কেথ’ড থাকে। যেতিয়া ইয়াত প্ৰস্ৰাৱ ঢালি দিয়া হয় তেতিয়া বিদ্যুৎ ৰাসায়নিক বিক্ৰিয়া আৰম্ভ হয়। এই বিক্ৰিয়াৰ ফলত একেলগে বিদ্যুৎ আৰু জৈৱিক সাৰ উৎপন্ন হয়। এই জৈৱিক সাৰত নাইট্ৰজেন, ফছফৰাছ আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে থাকে। উদ্ভিদৰ পুষ্টিৰ বাবে এই উপাদানসমূহ অতি প্ৰয়োজনীয়। আৰু প্ৰতিটো চক্ৰত এই প্ৰযুক্তিয়ে ৫০০ মিলিৱাট আৰু ৭ৰ পৰা ১২ ভল্ট বিদ্যুৎ উৎপাদন কৰে। বৰ্তমান ইয়াৰ দ্বাৰা মোবাইল ফোন আৰু এল ই ডি লাইট চাৰ্জ কৰা হয়।

অৱশ্যে এই প্ৰযুক্তিয়ে ভৱিষ্যতে থিয়েটাৰ, শ্বপিং মলৰ দৰে বৃহৎ ঠাইৰ বিদ্যুতৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে আই আই টিৰ গৱেষকসকলে।

লগতে পঢ়কঃ চিৰিয়াখানাত সিংহৰ সৈতে চেলফি তোলাৰ চেষ্টা; সিংহৰ আক্ৰমণত প্ৰাণ গ’ল যুৱকৰ

বৰ্তমান এই প্ৰযুক্তিৰ পৰীক্ষা চলি আছে। গৱেষক দলটোত আছে সংগীতা ভি, শ্ৰীজিৎ পি এম আৰু ৰিনু আন্না কোশি। তেওঁলোকৰ গৱেষণা পত্ৰ ‘Separation and Purification Technology’ নামৰ আলোচনীখনত প্ৰকাশ কৰিছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ইকুইটি এম্পাৱাৰমেণ্ট এণ্ড ডেভেলপমেণ্ট বিজ্ঞান বিভাগে এই গৱেষণাৰ বাবে ধন আগবঢ়াইছিল।

হয়তো ইয়াৰ পিছত এনেকুৱা এটা সময়ো আহিব যেতিয়া আমি বিদ্যুৎ উৎপাদনৰ বাবে প্ৰতিদিনে প্ৰস্ৰাৱ জমা কৰি ৰাখিব লাগিব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd