• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৰাজকোটত যশস্বীৰ অনন্য যশস্যাঃ গঢ়িলে কেইবাটাও ঈৰ্ষণীয় অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2024 10:16 pm
India vs England Yashasvi Jaiswal
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত আজি বৃ্হৎ জয়েৰে অগ্ৰগতি লাভ কৰিছে ভাৰতে। ভাৰতৰ এই বিজয়ত অন্যতম খনিকৰ ৰূপে জিলিকি উঠে যশস্বী জয়ছোৱাল।

এক দুৰ্দান্ত দ্বিশতকীয় ইনিংছেৰে যশস্বীয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰে প্ৰশংসা লাভ কৰিছে। প্ৰথম ইনিংছত ব্যৰ্থ হ’লেও যুৱ তাৰকাগৰাকীয়ে দ্বিতীয় ইনিংছত ইংলেণ্ডক বেকফুটলৈ ঠেলি ২১৪ ৰাণৰ অপৰাজিত ইনিংছ খেলে।

Apply Now

যশস্বীয়ে ২৩৬ টা বলত ১৪ টা চাৰি আৰু ১২ টা ছয়েৰে নিজৰ এই ইনিংছটো সজাই তোলে। এই ইনিংছটোৰে তেওঁ কেইবাটাও অনন্য কৃতিত্ব অৰ্জন কৰে।

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত দুটা দ্বিশতকীয় ইনিংছ খেলা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হয় যশস্বী জয়ছোৱাল। বিৰাট কোহলী আৰু বিনোদ কাম্বলীৰ পিছত একেৰাহে দুখন টেষ্টত দ্বিশতক অৰ্জন কৰা তৃতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়।

সমান্তৰালভাৱে যশস্বী বিনো মানকাদ আৰু বিৰাট কোহলীৰ পিছত এটা টেষ্ট ছিৰিজত দুটা দ্বিশতক  অৰ্জন কৰা তৃতীয় ভাৰতীয় বেটাৰ হিচাপে অভিলেখ ৰচে।

টেষ্টৰ এটা ইনিংছত সৰ্বাধিক ছয় কোবোৱা বেটাৰ হিচাপেও অভিলেখৰ গৰাকী হয় যশস্বী। যুৱ তাৰকাগৰাকীয়ে এই ইনিংছটোত ১২ টা ছয় কোবাই পাকিস্তানৰ কিংবদন্তী তাৰকা ৱাছিম আক্ৰামৰ নামত থকা অভিলেখ স্পৰ্শ কৰে।

তদুপৰি চলিত টেষ্ট শৃংখলাটোত যশস্বীয়ে ২২ টা ছয় কোবাইছে। এটা শৃংখলাত এগৰাকী বেটাৰৰ দ্বাৰা এয়াই সৰ্বাধিক ছয়ৰ অভিলেখ। এই ক্ষেত্ৰত যশস্বীয়ে অতিক্ৰম কৰে ৰোহিত শৰ্মাক। ভাৰতীয় অধিনায়কগৰাকীয়ে ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৯ টা ছয় কোবাইছিল।

ইফালে কেৰিয়াৰৰ প্ৰথম তিনিটা শতকক ১৫০তকৈ অধিক স্ক’ৰলৈ ৰূপান্তৰিত কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপেও পৰিগণিত হয় জয়ছোৱাল।

লক্ষণীয়ভাৱে জয়ছোৱালৰ এনে দৰ্শনীয় প্ৰদৰ্শনে সামগ্ৰিকভাৱে ভাৰতীয় দলৰ অভিলেখ সৃষ্টিত সহায় কৰে। ইতিমধ্যে চলিত শৃংখলাটোত ৪৮টা ছয় কোবাইছে ভাৰতে। এইদৰে ভাৰতে নিজৰে অভিলেখ ভং কৰে। ইয়াৰ পূৰ্বে ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪৭টা ছয় কোবাইছিল ভাৰতে।

লগতে ৰাজকোট টেষ্টত ভাৰতে মুঠ ২৮ টা ছয় কোবাই পূৰ্বে ২০১৯ চনত ভাইজাগত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৭ টা ছয়ৰ অভিলেখ অতিক্ৰম কৰে। তদুপৰি দ্বিতীয় ইনিংছত ভাৰতে মুঠ ১৮ টা ছয় কোবাই আন এক অভিলেখ স্থাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd