• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্বীনা বৰা হত্যাত অভিযুক্ত ইন্দ্ৰানীৰ ডকু-ছিৰিজত আপত্তি; নিষেধাজ্ঞা বিচাৰি আদালতত চিবিআই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2024 11:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইন্দ্ৰাণী মুখাৰ্জীৰ ডকু-ছিৰিজ ‘ইন্দ্ৰাণী মুখাৰ্জী ষ্টোৰী: দ্য বাৰিড ট্ৰুথ’ (The Indrani Mukerjea Story: Buried Truth ) মুক্তিৰ পূৰ্বেই বিপদত পৰিছে। নেটফ্লিক্সৰ এই ছিৰিজৰ ওপৰত আপত্তি দৰ্শাইছে চিবিআইয়ে। বাতৰি মতে, কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে ইয়াৰ মুক্তিৰ ওপৰত নিষেধাজ্ঞা বিচাৰি আদালতৰ কাষ চাপিছে।

২০১৫ চনত ব্যক্তিগত সংবাদ মাধ্যমৰ মুৰব্বী ইন্দ্ৰাণী মুখাৰ্জীৰ গ্ৰেপ্তাৰত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। তেওঁৰ বিৰুদ্ধে নিজ কন্যা শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগ উঠিছিল। প্ৰথম শুনা গৈছিল যে শ্বীনা ইন্দ্ৰানীৰ ভনীয়েক। কিন্তু পিছত গম পোৱা যায় যে শ্বীনা ইন্দ্ৰাণী আৰু তেওঁৰ প্ৰথম স্বামী সঞ্জীৱ খান্নাৰ সন্তান।

২০০২ চনত ইন্দ্ৰানীয়ে সঞ্জীৱৰ সৈতে বিচ্ছেদ ঘটাই পিটাৰ মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰথমতে হেনো ইন্দ্ৰানীয়ে নিজৰ কন্যাক ভনীয়েক হিচাপে পিটাৰৰ লগত চিনাকি কৰাই দিছিল। পিটাৰৰ পুত্ৰ ৰাহুলৰ সৈতেও হেনো শ্বীনাৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।

Apply Now

লগতে পঢ়কঃ প্ৰেমিকৰ সৈতে কন্যাৰ পলায়নৰ খবৰ পোৱাৰ পিছত নিজৰেই প্ৰাণ ল’লে দম্পতীয়ে

অভিযোগ অনুসৰি, ২০১২ চনৰ পৰা ৰাহুলে শ্বীনাৰ কোনো খবৰ পোৱা নাই। মাথোঁ তেওঁৰ ফোনত শ্বীনাৰ পৰা এটা ব্ৰেকআপ মেছেজ আহিছিল। সেই সময়ত ইন্দ্ৰানীয়ে কৈছিল যে শ্বীনা আমেৰিকালৈ গৈছে।

২০১৫ চনত ইন্দ্ৰানীৰ গাড়ী চালক শ্যাম ৰায়ক সুকীয়া এটা গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে শ্বীনাৰ হত্যাকাণ্ড পোহৰলৈ আহে। সেই বছৰৰ আগষ্ট মাহত শ্বীনা বৰাৰ হত্যাৰ অভিযোগত ইন্দ্ৰাণী মুখাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছত ছবছৰ বিচাৰাধীন হৈ থকাৰ অন্তত ২০২২ চনত ইন্দ্ৰানীয়ে জামিন লাভ কৰে।

‘ইন্দ্ৰাণী মুখাৰ্জী ষ্টোৰী: দ্য বাৰিড ট্ৰুথ’ এই চাঞ্চল্যকৰ ঘটনাৰ আধাৰত ৰচনা কৰা হৈছে। ২৩ ফেব্ৰুৱাৰীত নেটফ্লিক্সত মুক্তি পোৱাৰ কথা আছে এই ডকু-ছিৰিজখন। কিন্তু তাৰ পূৰ্বে এই মুক্তিৰ ওপৰত নিষেধাজ্ঞা বিচাৰি মুম্বাইৰ বিশেষ আদালতত আবেদন দাখিল কৰা হৈছে। চি বি আইৰ হৈ অধিবক্তা চি জে নামডোডে আবেদন জনাইছে যে গোচৰ নিষ্পত্তি নোহোৱালৈকে তথ্যচিত্ৰখন নেটফ্লিক্সত প্ৰদৰ্শন কৰিব দিব নালাগে।

লগতে পঢ়কঃ কেন্দ্ৰৰ সৈতে আলোচনাত বৰফ গলিল! সদ্যহতে স্থগিত কৃষকৰ দিল্লী চলো অভিযান

চিবিআইৰ বিশেষ আৰক্ষী অধীক্ষক ন্যায়াধীশ নাইক-নিম্বালকাৰে নেটফ্লিক্স এণ্টাৰটেইনমেণ্ট চাৰ্ভিচেছ ইণ্ডিয়া আৰু ডকু-চিৰিজৰ সৈতে জড়িত আন আন প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰিছে। অহা ২০ তাৰিখ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd