• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমাচলৰ ‘বিজেপি-বন্ধু’ ৬ কংগ্ৰেছ বিধায়কৰ সদস্যপদ খাৰিজ; পুনৰ সক্ৰিয় অধ্যক্ষ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 29, 2024 3:19 pm
হিমাচল বিধানসভাৰ অধ্যক্ষ পাথানিয়া। ফটোঃ সংগ্ৰহীত ।

হিমাচল বিধানসভাৰ অধ্যক্ষ পাথানিয়া। ফটোঃ সংগ্ৰহীত ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমাচল বিধানসভাৰ অধ্যক্ষ কুলদীপ সিং পাথানিয়াই পুনৰ হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰক বিজেপিৰ কবলৰ পৰা বচাবলৈ ৰক্ষকৰ ভূমিকা পালন কৰিছে। তেওঁ ছয়জন বিদ্ৰোহী কংগ্ৰেছ বিধায়কৰ সদস্যপদ বাতিল কৰিছে। বৃহস্পতিবাৰে পুৱা তেওঁ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে।

বিধায়ককেইগৰাকীৰ বিৰুদ্ধে দলত্যাগ বিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১৯৮৬ চনত ৰাজীৱ গান্ধীৰ চৰকাৰে এই আইন প্ৰৱৰ্তন কৰিছিল।

বুধবাৰে হিমাচল কংগ্ৰেছৰ অধ্যক্ষ পাথানিয়াই ১৫জন বিজেপি বিধায়কক নিলম্বন কৰে। সেই তালিকাত বিজেপিৰ বিৰোধী নেতাজনো আছে।

Apply Now

লগতে পঢ়কঃ পাৰ্টি কৰিবলৈ গৈ হৈছিল কাজিয়া; কলেজীয়া ছাত্ৰক হত্যা কৰি মাটিত পুতি থলে বন্ধুৰ দলে

অধ্যক্ষৰ সৈতে অসংসদীয় আচৰণ আৰু মাৰ্শ্বালৰ ওপৰত হাত উঠোৱাৰ বাবে নিলম্বন কৰা হৈছে বিৰোধী বিধায়কক। বিৰোধিতা নোহোৱাকৈ বাজেট গৃহীত হোৱাৰ পাছত অধ্যক্ষই বিধানসভাৰ অধিৱেশন অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখে। ফলত বিজেপিৰ দল ভাঙি চৰকাৰ গঠনৰ প্ৰচেষ্টা সাময়িকভাৱে ৰুদ্ধ হয়।

পাথানিয়াই কয় যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী হৰ্ষবৰ্ধন চৌহানে দলীয় ছয়জন বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছিল। বিধায়কসকলে দলীয় হুইপক অৱজ্ঞা কৰি ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক ভোট দিয়াৰ অভিযোগ কৰে।

অধ্যক্ষৰ এই নিৰ্দেশৰ ফলস্বৰূপে এতিয়া বিধানসভাত বিজেপিৰ ভোটদানত অংশগ্ৰহণ কৰিব পৰা বিধায়কৰ সংখ্যা দহলৈ হ্ৰাস পাইছে। আৰু কংগ্ৰেছৰ সদস্যৰ সংখ্যা ৩৪ লৈ হ্ৰাস পালে।

লগতে পঢ়কঃ কৰ্কট ৰোগত আক্ৰান্ত হৈ ২৯ বছৰ বয়সতে মৃত্যু মিছ ইণ্ডিয়া খিতাপ বিজয়ী জনপ্ৰিয় মডেলৰ

বুধবাৰে বিজেপিৰ প্ৰাৰ্থীক ভোট দিয়াৰ পিছৰে পৰা সন্ধানহীন হৈ আছে কংগ্ৰেছৰ ৬ বিধায়ক। তেওঁলোক ক’ত আছে তাক লৈ দলটো আন্ধাৰত। কংগ্ৰেছ নেতৃত্বই কয় যে তেওঁলোকক অযোগ্য ঘোষণা কৰাৰ পৰামৰ্শ দিয়াৰ পূৰ্বে নিজকে ৰক্ষা কৰাৰ সুযোগ দিয়া হৈছিল। কিন্তু তেওঁলোকক ঘৰত বা বিধায়ক হোষ্টেলত কতো পোৱা নগ’ল।

কিন্তু ৰাজনৈতিক মহলৰ এটা অংশই এতিয়াও হিমাচলত কংগ্ৰেছ চৰকাৰৰ বিপদ শেষ হোৱা বুলি নাভাবে। বহুতৰে আস্থা নাই মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৰ ওপৰত। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বীৰভদ্ৰ সিঙৰ পুত্ৰ বিক্ৰমাদিত্যই বুধবাৰে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। অৱশ্যে এই পদত্যাগৰ কথা মানি লোৱা নাই মুখ্যমন্ত্ৰীয়ে। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে নিশা বিক্ৰমাদিত্যৰ সৈতে বাৰ্তালাপ কৰে। সেই বৈঠকৰ পাছত বিক্ৰমাদিত্যই আপাততঃ বিদ্ৰোহৰ অন্ত পেলাইছে।

লগতে পঢ়কঃ মধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ১৪ জন লোকৰ মৃত্যু

অৱশ্যে বেছিভাগ বিধায়কে তেওঁৰ মাতৃ তথা ৰাজ্যিক কংগ্ৰেছৰ সভানেত্ৰী প্ৰতিভা সিঙক মুখ্যমন্ত্ৰী হিচাপে চাবলৈ আগ্ৰহী। বিদ্ৰোহী বিধায়কৰ হেঁচাত মুখ্যমন্ত্ৰী সলনি হ’লে ৰাহুল, প্ৰিয়ংকাক অসন্মান কৰা হব। গান্ধী পৰিয়ালৰ ভাতৃ-ভগ্নীয়ে সুখুক মুখ্যমন্ত্ৰী কৰাৰ সিদ্ধান্ত লৈছিল। গতিকে বাকী বিধায়কসকলক হেঁচাত ৰাখিবলৈ ছয়জন বিধায়কৰ সদস্যপদ বাতিল কৰা হ’ল। বুধবাৰে নিশাও মুখ্যমন্ত্ৰী সুখুৱে সন্ধিয়ে কৈছিল যে সেই ছয়জন বিধায়ক এতিয়াও আমাৰ পৰিয়ালৰ সদস্য। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd