• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্কট ৰোগত আক্ৰান্ত হৈ ২৯ বছৰ বয়সতে মৃত্যু মিছ ইণ্ডিয়া খিতাপ বিজয়ী জনপ্ৰিয় মডেলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 29, 2024 1:11 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেমিনা মিছ ইণ্ডিয়া ত্ৰিপুৰা ২০১৭ৰ বিজয়ী ৰিংকি চাকমাৰ মৃত্যু ঘটিছে। পেজেণ্টৰ অফিচিয়েল পেজে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এই খবৰ শ্বেয়াৰ কৰিছে। ৰিংকিৰ এখন ছবি শ্বেয়াৰ কৰি তেওঁলোকে লিখিছে, ‘গভীৰ দুখৰ সৈতে আমি ৰিংকি চাকমা, ফেমিনা মিছ ইণ্ডিয়া ত্ৰিপুৰা ২০১৭ৰ মৃত্যুৰ খবৰ জনাইছো। এগৰাকী আচৰিত নাৰী। ৰিংকি সঁচাকৈয়ে আছিল এক শক্তি, যাৰ কামৰ প্ৰতি আকৰ্ষণ প্ৰবল আছিল। তেওঁ ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰিছিল। ফেমিনা মিছ ইণ্ডিয়া ২০১৭ প্ৰতিযোগিতাত তেওঁক মিছ বিউটি খিতাপেৰে সন্মানিত কৰা হয়। এইটো তেওঁৰ আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা আৰু সহানুভুতিশীল মনৰ প্ৰমাণ।”

তাত লগতে লিখিছে, ‘এই কঠিন সময়ত তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ আমাৰ গভীৰ সমবেদনা জনাইছো। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। ৰিংকিৰ সৌন্দৰ্য্য চিৰদিনৰ বাবে মনত থাকিব। যিসকলে আপোনাক চিনি পোৱাৰ সৌভাগ্য লাভ কৰিছিল তেওঁলোকে আপোনাক গভীৰভাৱে মিছ কৰিব।’

লগতে পঢ়কঃ টাটাৰ যুগান্তকাৰী উদ্ভাৱন, ‘১০০ টকীয়া টেবলেট’য়ে নিৰাময় কৰিব কেন্সাৰ! কেতিয়া আহিব বজাৰত?

Apply Now

২০২২ চনৰ পৰা কেন্সাৰৰ সৈতে যুঁজি আছিল ৰিংকি। তেওঁৰ মেলিগন্যেন্ট ফাইল’ডছ টিউমাৰ (স্তন কেন্সাৰ) ধৰা পৰিছিল। প্ৰথম অস্ত্ৰোপচাৰৰ পিছত কেন্সাৰটো হাওঁফাওঁলৈ মেটাষ্টেজ হৈ মূৰলৈ বিয়পি পৰে। ইয়াৰ ফলত মগজুৰ টিউমাৰ হয়। দুৰ্ভাগ্যজনকভাৱে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটি থাকে। তেওঁ আৰু কেমো ল’ব পৰা নাছিল। ২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত তেওঁক জৰুৰীকালীন অৱস্থাত ছাকেটৰ মেক্স হাস্পতালত ভৰ্তি কৰা হয়। আই চি ইউত ভেন্টিলেটৰত আছিল।তেওঁৰ এটা হাওঁফাওঁ প্ৰায় কাম কৰা নাছিল।

ইনষ্টাগ্ৰামত বান্ধৱী প্ৰিয়ংকাই ৰিংকিৰ ৰিপোৰ্টৰ সৈতে ছবিখন শ্বেয়াৰ কৰে। তেওঁ লিখিছে, ‘আমি আমাৰ বন্ধু ৰিংকি চাকমাৰ বাবে ধন সংগ্ৰহ কৰিছো। তেওঁৰ পৰিয়ালে নিজৰ সকলো মূলধন শেষ কৰি পেলাইছে। কাৰণ, যোৱা দুবছৰ ধৰি তেওঁ কেন্সাৰৰ সৈতে যুঁজি আছে। ইয়াৰ পূৰ্বে তেওঁৰ স্তন কেন্সাৰ ধৰা পৰিছিল। যাৰ বাবে তেওঁৰ অপাৰেচন হৈছিল। কিন্তু, পিছত তেওঁৰ হাওঁফাওঁ আৰু মগজুলৈ বিয়পি পৰিল।’

লগতে পঢ়কঃ ৰাজ্যৰ ১৬টা দলৰ বিৰোধী মঞ্চত পুনৰ CAA বিৰোধী প্ৰতিবাদৰ অংগীকাৰ

ৰিংকিৰ বান্ধৱীয়ে লিখিছে, ‘দিল্লীৰ এইমছত কেমো লৈ আছিল। দুৰ্ভাগ্যজনকভাৱে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিল। তেওঁ আৰু কেমো লব নোৱাৰিলে। গতিকে তেওঁক মুকলি কৰি দিয়া হ’ল। ইয়াৰ পিছত বৰ্তমান তেওঁ আন ঠাইত আই চি ইউত ভেণ্টিলেটৰত আছে। কাৰণ, তেওঁৰ এটা হাওঁফাওঁ এতিয়া প্ৰায় কাম কৰা নাই। চিকিৎসাৰ বাবে ধন সংগ্ৰহ কৰা হৈছিল।’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd