• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লকডাউনত জন্ম হোৱা শিশু কম অসুখীয়া, আনতকৈ পৃথক হোৱাৰ চাঞ্চল্যকৰ দাবী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2024 2:53 pm
লকডাউনত জন্ম হোৱা শিশু কম অসুখীয়া, আনতকৈ পৃথক হোৱাৰ চাঞ্চল্যকৰ দাবী!

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ বাবে কোভিড-১৯ৰ সংক্ৰমণৰ ফলত মৃত্যুমুখত পৰাৰ বিপৰীতে এই সময়ছোৱাত জন্ম হোৱা শিশুৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচণ্ড শক্তি দেখিবলৈ পোৱা গৈছে।

এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে লকডাউনত জন্ম হোৱা শিশুৱে অতি কম ৰোগত আক্ৰান্ত হৈছে। কোৱা হৈছে যে আন সময়ত জন্ম হোৱা শিশুতকৈ ইহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী।

আয়াৰলেণ্ড ইউনিভাৰ্চিটি কলেজ কৰ্কৰ গৱেষকসকলে কয় যে লকডাউনৰ সময়ত জন্ম হোৱা শিশু আন শিশুতকৈ পৃথক। ইহঁতৰ আন্ত্ৰিক মাইক্ৰ’বায়’ম আন শিশুৰ তুলনাত যথেষ্ট পৃথক হোৱা দেখা গৈছে। যাৰ বাবে এই শিশুসকলৰ এলাৰ্জীৰ সমস্যা তুলনামূলকভাৱে অতি কম।

মাইক্ৰ’বায়’ম কি?

এন আই এইচৰ মতে, সুস্থ অৱস্থাত থকা আন্ত্ৰিক মাইক্ৰ’বায়’টাত অসংখ্য ইতিবাচক কাৰ্য্য ঘটে, য’ত খাদ্যৰ বদহজম উপাদানৰ বিপাকীয় ক্ৰিয়াৰ পৰা শক্তি উদ্ধাৰ কৰা, সংক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰক্ষা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ মডুলেচন আদি চামিল।

গৱেষণাত দাবী কৰা হৈছে যে এবছৰত কোভিডত জন্ম লোৱা শিশুৰ মাত্ৰ ৫ শতাংশৰহে এলাৰ্জি হোৱা বুলি ধৰা পৰিছে, আনহাতে ইয়াৰ পূৰ্বে এই সংখ্যা ২২.৮ শতাংশত উপনীত হৈছিল।

কেৱল এয়াই নহয়, এই শিশুসকলৰ মাত্ৰ ১৭ শতাংশইহে এবছৰত এন্টিবায়টিক গ্ৰহণ কৰিবলগীয়া হৈছে। তাৰ আগতে এই হাৰ আছিল ৮০ শতাংশ।

লকডাউনত জন্ম হোৱা শিশুৰ ইমিউনিটিৰ আটাইতকৈ ডাঙৰ কাৰণ এই সময়ত প্ৰদূষণৰ অভাৱ। কাৰণ লকডাউনত সকলো বন্ধ আছিল, যাৰ বাবে বায়ু প্ৰদূষণ শূন্যলৈ হ্ৰাস পাইছিল আৰু শিশুৰ হাওঁফাওঁত আৱৰ্জনা কম হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব নেকি শিৱৰাজ সিং চৌহান?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব নেকি শিৱৰাজ সিং চৌহান?

August 27, 2025 4:44 pm
অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব নেকি শিৱৰাজ সিং চৌহান?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব নেকি শিৱৰাজ সিং চৌহান?

August 27, 2025 4:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd