• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মিছ ৱৰ্ল্ড-২০২৪ৰ খিতাপ লাভ কৰিলে চেক ৰিপাব্লিকৰ সুন্দৰী ক্ৰীষ্টিনা পিস্কোভাই

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
March 10, 2024 9:22 am
এইবাৰৰ মিছ ৱৰ্ল্ড ক্ৰীষ্টিনা পিস্কোভা।

এইবাৰৰ মিছ ৱৰ্ল্ড ক্ৰীষ্টিনা পিস্কোভা।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ মুম্বাইত অনুষ্ঠিত হৈছিল ৭১ সংখ্যক মিছ ৱৰ্ল্ড ইভেণ্ট ২০২৪। এইবাৰৰ মিছ ৱৰ্ল্ড খিতাপ লাভ কৰিছে মিছ চেক ৰিপাব্লিক ক্ৰীষ্টিনা পিস্কোভাই। এইবাৰ মিছ ৱৰ্ল্ডত হতাশাৰ সন্মুখীন হ’ল ভাৰত। ভাৰতৰ চিনি শ্বেট্টীয়ে শীৰ্ষ ৮ ৰ ভিতৰত স্থান লাভ কৰিবলৈ ব্যৰ্থ হৈ বাহিৰ হয়। এই মিছ ৱৰ্ল্ড অনুষ্ঠানটো মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হৈছিল।

ক্ৰীষ্টিনাই আইন আৰু ব্যৱসায় দুয়োটা বিষয়তে ডিগ্ৰী লাভ কৰিছে। তেওঁৰ ছ’চিয়েল মিডিয়াৰ তথ্য অনুসৰি ক্ৰীষ্টিনাই পিস্কো ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল। ক্রিষ্টিনাই মডেল হিচাপে কাম কৰি আছে৷ তেওঁ তাঞ্জানিয়াত সুযোগ বঞ্চিত শিশুসকলৰ বাবে এখন ইংৰাজী বিদ্যালয় খুলিছিল, য’ত তেওঁ স্বেচ্ছাসেৱী হিচাপে কামো কৰিছিল।

প্ৰতিযোগিতাত ক্ৰীষ্টিনা পিস্কোভাৰ সৈতে ভাৰত চিনি শ্বেট্টী।

প্ৰথম ৰানাৰ্ছ আপ হৈছে লেবাননৰ ইয়াছমিনা জেটৌন। ৭০ সংখ্যক মিছ ৱৰ্ল্ড কেৰ’লিনা বিলাভস্কাৰে মুকুট পিন্ধায় ক্ৰীষ্টিনা পিস্কোভাক। ২৮ বছৰৰ পাছত এই অনুষ্ঠানৰ আয়োজক ভাৰতক প্ৰতিনিধিত্ব কৰে ২২ বছৰীয়া ছিনি শ্বেট্টীয়ে।

Apply Now

শীৰ্ষ আঠত স্থান লাভ কৰিলেও তাৰ পৰাই নক আউট হয়। মুম্বাইত জন্মগ্ৰহণ কৰা চিনি শ্বেট্টীয়ে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ খিতাপ জয় কৰিছিল। কিন্তু ২০২৪ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত শীৰ্ষ ৮ ৰ ভিতৰত স্থান লাভ কৰিব নোৱাৰিলে।

ক্ৰীষ্টিনা পিস্কোভা।

অনুষ্ঠানত ১২ জনীয়া বিচাৰকৰ পেনেলত চলচ্চিত্ৰ নিৰ্মাতা সাজিদ নাদিয়াদৱালা, কৃতি ছানন, পূজা হেগড়ে, ক্ৰিকেটাৰ হৰভজন সিংকে ধৰি বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে। চনী লাইভত পোনপটীয়াকৈ প্ৰচাৰ কৰা হৈছিল এই অনুষ্ঠান। চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু প্ৰাক্তন মিছ ৱৰ্ল্ড মেগান ইয়ঙে আয়োজন কৰে এই অনুষ্ঠান। সমান্তৰালভাৱে কণ্ঠশিল্পী শ্বান, নেহা কক্কৰ আৰু টনি কক্কাৰেও প্ৰদৰ্শন আগবঢ়ায়। 

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd