• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেটৰ পৰা চুলিলৈকে স্বাস্থ্য ৰক্ষাত সহায় কৰে; জানক নিম পাতৰ ১০ টা উপকাৰিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2024 11:02 am
15.5k
VIEWS
Share on FacebookShare on Twitter

বসন্ত কালত নিয়মিতভাৱে নিম পাত খাব লাগে। নিমৰ পাত বহু ধৰণে খাব পাৰি। নিম বেঙেনাৰ লগত ভাজি বা ইচ্ছা কৰিলে সিজোৱা আলুৰ লগত নিম পাত ভাজি খাব পাৰে। বসন্ত কালত ইয়াক খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। নিম পাতৰ ৰসো খাব পাৰে।

নিম পাতৰ উপকাৰিতা:

ক) নিম পাত পুষ্টিকৰ উপাদানেৰে ভৰপূৰ। নিমৰ পাত একাপত প্ৰচুৰ পৰিমাণে প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি আৰু কেলচিয়াম থাকে। ইয়াত ৪৫ গ্ৰাম কেলৰি থাকে।

খ) নিম পাত শক্তিশালী বীজাণুনাশক। দৈনিক ৪-৫ টা নিম পাত খাব পাৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। প্ৰতিষেধক হিচাপে কাম কৰে।

গ) নিম পাতে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। নিম পাতত থকা ৰাসায়নিক পদাৰ্থই ইনচুলিন বৃদ্ধি কৰাত সহায় কৰে।

ঘ) নিম পাতে মুখ সতেজকাৰী হিচাপে কাম কৰে। নিম পাতৰ পানী তিয়াই গাৰ্গল কৰাৰ পিছত মুখৰ দুৰ্গন্ধ আঁতৰি যায়। মুখখন সুস্থ কৰি ৰাখে।

ঙ) বসন্ত কালত নিমৰ পাত খোৱাটো জৰুৰী। ই চিকেনপক্স বা পক্সৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

চ) নিয়মিতভাৱে নিমৰ পাত খালে ছালখন সুস্থ হৈ থাকে। ই একজিমা, ফোঁহা, ব্ৰণ আদি ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ভেঁকুৰৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে।

ছ) বসন্ত জ্বৰত আক্ৰান্ত লোকে হাত-ভৰি খজুৱালে নখেৰে নিম পাতেৰে খজুৱাব পাৰে।

জ) নিম তেল অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ই আৰু ফেটি এচিড থাকে। যিটো ছাল আৰু চুলিৰ বাবে উপকাৰী।

ঝ) কটা-ছিঙা বা পুৰিলে নিম পাতৰ ৰস বনৌষধিৰ কাম কৰে। নিম পাত বটি ঘাঁত লগাব পাৰি।

ঞ) নিয়মিতভাৱে নিমপাত খালে কোষ্ঠকাঠিন্যৰ সমস্যা সমাধান হয়। লগতে যকৃতৰ সমস্যা দূৰ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd