• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

সম্পত্তি বিক্ৰী কৰি হ’লেও ভৰিব লাগিব : নীৰৱ মোদীক ৮০ লাখ ডলাৰৰ জৰিমনা বিহিলে লণ্ডনৰ আদালতে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 10, 2024 7:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘পলাতক’ হীৰা ব্যৱসায়ী নীৰৱ মোদীক বৃহৎ জৰিমনা বিহিছে লণ্ডন উচ্চ ন্যায়ালয়ে। জালিয়াতিৰ গোচৰত আদালতে নীৰৱ মোডীক এই ৮০ লাখ ডলাৰৰ জৰিমনা বিহিছে।

লণ্ডনৰ আদালতে নীৰৱৰ যিকোনো সম্পত্তি বিক্ৰী কৰি এই ধন সংগ্ৰহ কৰিবলৈ বেংক অৱ ইণ্ডিয়া কৰ্তৃপক্ষক নিৰ্দেশ দিছে।

লণ্ডন আদালতত নীৰৱ মোদীৰ বিৰুদ্ধে গোচৰ তৰিছিল বেংক অৱ ইণ্ডিয়াই। বেংক কৰ্তৃপক্ষৰ তথ্য অনুসৰি ‘ফায়াৰষ্টাৰ ডাইমণ্ড এফ জে ই’ নামৰ কোম্পানীৰ পৰা বেংকটোৱে ভাৰতীয় মুদ্ৰাত মূলধন আৰু সুতসহ ৬৬ কোটি টকা পাবলৈ আছে। উল্লেখ্য যে সেই কোম্পানীটো হৈছে নীৰৱ মোডীৰ। 

আবেদনকাৰীৰ বক্তব্য শুনি লণ্ডন উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে বেংক অৱ ইণ্ডিয়াই নীৰৱ মোদীৰ যিকোনো সম্পত্তি নিলাম কৰিব পাৰে। 

প্ৰসংগক্ৰমে ২০১৮ চনত নীৰৱ মোডীৰ ধন আত্মসাৎৰ ঘটনা প্ৰথম পোহৰলৈ আহিছিল। কেইবছৰমানৰ আগতে তেওঁক পঞ্জাৱ নেচনেল বেংকে (পিএনবি) এক বৃহৎ ঋণ দিছিল। পিছত গম পোৱা গ’ল যে নীৰৱ মোদীয়ে ভুৱা গেৰাণ্টাৰ ব্যৱহাৰ কৰি ঋণ লৈছিল। বিষয়টো পোহৰলৈ অহাৰ আগতেই নীৰৱে দেশ এৰি ব্ৰিটেইনত আশ্ৰয় লৈছিল। 

তাৰ পিছত ২০১৯ চনৰ ১৪ মাৰ্চত লণ্ডনত বেংক একাউণ্ট খুলি থকাৰ সময়তে গ্ৰেপ্তাৰ হয় নীৰৱ মোদী।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 10, 2025 1:01 pm
কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

September 10, 2025 12:43 pm
দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

September 10, 2025 12:16 pm
অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

September 10, 2025 12:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 10, 2025 1:01 pm
কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

September 10, 2025 12:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd