• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পতিয়ে মোডীৰ নামত শ্লোগান দিলে ৰাতি ভাত নিদিব; মহিলাসকলক ‘পৰামৰ্শ’ কেজৰিৱালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2024 10:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদি পতিয়ে মোডীৰ নামত জয়ধ্বনি দিছে, তেন্তে তেওঁক ৰাতিৰ আহাৰ নিদিব। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মহিলা ভোটাৰক এনে পৰামৰ্শই দিলে।

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। শাসক বিৰোধী দলৰ নেতাসকলে তীব্ৰ প্ৰচাৰ চলাইছে। ৰাজনৈতিক নেতাসকলে তাৰমাজতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভোটাৰক বিভিন্ন আৱেদন আৰু পৰামৰ্শ আগবঢ়াইছে।

অৱশ্যে আম আদমি পাৰ্টিৰ মুৰব্বীয়ে যেন সকলোকে চেৰ পেলাইছে নির্বাচনত৷ মহিলা ভোটাৰক ‘পৰামৰ্শ’ দিয়াৰ সময়ত তেওঁ এই অদ্ভুত মন্তব্য কৰে।

Apply Now

শনিবাৰে দিল্লীত অনুষ্ঠিত হোৱা ‘মহিলা সন্মান সমাৰোহ’ অনুষ্ঠানত অংশগ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাত তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী মোডীৰ নামত বহু লোকে শ্লোগান দি আছে। যদি আপোনালোকৰ পতিয়েও মোডীৰ নামত জয় ধ্বনি চিঞৰিছে, তেন্তে ৰাতিৰ আহাৰ নিদিব।”

লগতে পঢ়কঃ খেলা হ’ব! তৃণমূলৰ প্ৰাৰ্থী তালিকাত ডাঙৰ চমক ক্ৰিকেটাৰ ইউছুফ পাঠান, প্ৰতিদ্বন্দ্বী ডাঙৰ নেতা

উল্লেখ্য যে শেহতীয়াকৈ দিল্লীৰ আপ চৰকাৰে ঘোষণা কৰিছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ‘মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা’ৰ অধীনত ১৮ বছৰ আৰু তাৰ ওপৰৰ মহিলাসকলে মাহে ১০০০ টকা লাভ কৰিব।

শনিবাৰে এই প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ দিল্লী টাউন হলত এখন সভাৰ আয়োজন কৰা হৈছিল। চৰকাৰী প্ৰকল্পৰ কথা কবলৈ গৈ কেজৰিৱালে নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰে। তেওঁ মহিলাসকলক মোডীক ভোট নিদিবলৈ আহ্বান জনায়।

উক্ত অনুষ্ঠানত কেজৰিৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামত বহু লোকে জয়ধ্বনি দিয়ে। তাৰ পাছত দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে উপস্থিত মহিলাসকললৈ আৱেদন জনায়, ‘আপোনালোকে মোক সমৰ্থন কৰাৰ আৰু আপকে ভোট দিব বুলি শপত খাওক । কেজৰিৱালে নিজকে মহিলা ভোটাৰসকলৰ ভাতৃ বুলিও ঘোষণা কৰে।‘

লগতে পঢ়কঃ বিজেপিৰ শেষ কথা? ‘বিজেপিক দুই তৃতীয়াংশ আসনত জিকালেই সংবিধানৰ পৰা আঁতৰিব ধৰ্মনিৰপেক্ষতা’

কেজৰিৱালে তেওঁৰ চৰকাৰৰ কেইবাটাও কামৰ খতিয়ান দাঙি ধৰে। একে সময়তে তেওঁ বিজেপিক আক্ৰমণ কৰি কয়, “মই বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া বাছ সেৱা দিলোঁ আৰু এতিয়া মই মহিলাক মাহে ১০০০ টকা দিছো। বিজেপিয়ে আপোনালোকৰ বাবে কি কৰিলে? বিজেপিক কিয় ভোট দিব? এইবাৰ কেজৰিৱালকে ভোট দিয়ক।”

ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলাৰ ভোট আকৰ্ষণ কৰিবলৈকে কেজৰিৱালৰ এই মন্তব্য।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd