• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘এক দেশ এক নিৰ্বাচন’ৰ প্ৰতিবেদন দাখিল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2024 2:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক দেশ এক নিৰ্বাচন সন্দৰ্ভত ১৮,৬২৬ পৃষ্ঠাৰ প্ৰতিবেদন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক দাখিল কৰা হৈছে।

২৪’ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশতে CAA কাৰ্যকৰী কৰা হৈছে। এইবাৰ লোকসভা নির্বাচনৰ পূর্বে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ নেতৃত্বাধীন এক দেশ এক নির্বাচনৰ কমিটীয়ে এই বিষয়ত প্রতিবেদন দাখিল কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক। ১৮,৬২৬ পৃষ্ঠাৰ প্ৰতিবেদন সমিতিখনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক দাখিল কৰিছে।

উল্লেখ্য যে ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন হোৱা এই পেনেলে ১৯১ দিনত এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল। এই পেনেলটো ২০২৩ চনৰ ২ ছেপ্টেম্বৰত গঠন কৰা হৈছিল।

Apply Now

লগতে পঢ়কঃ বিস্ময়! ৭০ বছৰ ধৰি লোহাৰ হাওঁফাওঁ লৈ জীৱন কটোৱা পল আলেকজেণ্ডাৰৰ মৃত্যু

সাংবিধানিক কাঠামোৰ অধীনত লোকসভা, ৰাজ্যিক বিধানসভা, পৌৰসভা আৰু পঞ্চায়তসমূহলৈ একেলগে নিৰ্বাচনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ছেপ্টেম্বৰ মাহত গঠন কৰা সমিতিখনে ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে।

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ এই সমিতিৰ অধ্যক্ষ। ইয়াৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যসভাৰ প্ৰাক্তন বিৰোধী নেতা গুলাম নবী আজাদ, বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন. সিং, লোকসভাৰ প্ৰাক্তন সাধাৰণ সচিব সুভাষ কাশ্যপ আৰু জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভেও কমিটীত আছে। সমিতিৰ বিশেষ আমন্ত্ৰিত সদস্য হিচাপে আছে অৰ্জুন ৰাম মেঘৱাল।

লগতে পঢ়কঃ‘CAA কেতিয়াও ঘূৰাই লোৱা নহ’ব, বিজেপি চৰকাৰে কেতিয়াও ইয়াক লৈ আপোচ নকৰে’: অমিত শ্বাহ

লোকসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীকো কমিটীৰ সদস্য কৰা হৈছিল যদিও কমিটীৰ পৰা আঁতৰি আহিছিল। সূত্ৰ অনুসৰি এক দেশ এক নিৰ্বাচন যদি কাৰ্যকৰী হয়, তেন্তে লোকসভা আৰু ৰাজ্যৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব।

এক দেশ, এক নিৰ্বাচনৰ আঁৰৰ যুক্তি হ’ল ভাৰতত প্ৰতি বছৰে ক’ৰবাত নহয় ক’ৰবাত নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত আছে লোকসভাৰ পৰা পঞ্চায়ত সদস্য নিৰ্বাচনলৈকে। এই ক্ষেত্ৰত আদৰ্শ নিৰ্বাচনী আচৰণ বিধি বাৰে বাৰে বলবৎ কৰিবলগীয়া হয়। নিৰ্বাচন সম্পৰ্কীয় কামত সঘনাই নিয়োজিত হয় নিৰাপত্তা বাহিনী, আৰক্ষী আৰু অসামৰিক কৰ্মচাৰী। ইয়াৰ ফলস্বৰূপে দেশৰ উন্নয়নমূলক কাম-কাজ স্থৱিৰ হৈ পৰে।

লগতে পঢ়কঃশ্বেয়াৰ বজাৰত বৃহৎ পতন; আদানীৰ ৬৬ হাজাৰ কোটি, আম্বানীৰ ৩০ হাজাৰ কোটিৰ লোকচান!

দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ৰোডমেপ প্ৰস্তুত কৰিবলৈ চৰকাৰে গঠন কৰা উচ্চ পৰ্যায়ৰ কমিটীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক প্ৰতিবেদন দাখিল কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd