• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলন্ত ৰে’লতে সন্তান জন্ম দিলে মহিলাইঃ সন্তানৰ নাম ৰাখিলে ৰে’লৰ নামেৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2024 6:29 pm
Woman Gives Birth On Train
4k
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ বিদিশা জিলাত আজি এগৰাকী মহিলাই এটি সন্তান জন্ম দিয়ে। সন্তান জন্ম দিয়াৰ কথাটি তেনেই সাধাৰণ হ’লেও ইয়াৰ আঁৰত আছে এক বিশেষ খবৰ।

মহিলাগৰাকীয়ে এখন চলন্ত ৰে’লতে জন্ম দিয়ে সন্তানটি। মুম্বাই-বাৰানসী কামায়নী এক্সপ্ৰেছত মহিলাগৰাকীয়ে প্ৰসৱ কৰে এটি কন্যা সন্তান।

মহিলাগৰাকীয়ে নিজ স্বামীৰ সৈতে মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা মধ্য প্ৰদেশৰ সতনা অভিমুখে ৰাওনা হৈছিল। যাত্ৰা পথতে ভোপাল-বিদিশাৰ মাজভাগত প্ৰসৱ বেদনা আহে মহিলাগৰাকীৰ।

ৰে’ল সুৰক্ষা বাহিনীৰ এগৰাকী বিষয়াই সদৰী কৰা মতে, একেখন ডবাত যাত্ৰা কৰা দুগৰাকী মহিলাই সন্তান প্ৰসৱ কৰিবলৈ ওলোৱা মহিলাগৰাকীক সহায় কৰে।

ডবাটোত থকা আন এগৰাকী  পুৰুষ যাত্ৰীয়ে এই বিষয়ে আৰ পি এফক অৱগত কৰে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

ৰে’লখনে বিদিশা ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ পিছতে নৱজাতক আৰু মাতৃক ততাতৈয়াকৈ স্বাস্থ্য পৰীক্ষাৰ বাবে হৰডা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

অৱশ্যে মাতৃ-কন্যা দুয়োৰে স্বাস্থ্যৰ অৱস্থা ভাল বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে।

ইফালে পৰিয়ালৰ লোকে কামায়নী এক্সপ্ৰেছত সন্তানটিৰ জন্ম হোৱা বাবে আনন্দতে সন্তানটিৰ নাম ‘কামায়নী’ নামেৰে নামাকৰণ কৰে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd