• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হোলীৰ সময়ত মধুমেহ ৰোগী সকলে ভুলতো নকৰিব এইকেইটা ভুল, অন্যথা বিপদ অনিবাৰ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 25, 2024 1:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ইমূৰৰ পৰা ইমূৰলৈকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি সকলো হোমীৰ আনন্দত মত্ত। হোলীৰ ৰঙেৰে ৰঙীয়াল হৈ পৰিছে সকলোৰে দেহ মন। ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে লৈছে হোলীৰ আনন্দ। 

ৰঙৰ আনন্দৰ লগতে সকলোৱে হোলীৰ দিনটোত লৈছে বিভিন্ন খাদ্যৰ জুতি। সকলো গৃহিণীয়ে হোলীৰ আনন্দত পাকঘৰত সোমাই ৰান্ধিছে বিবিধ সোৱাদযুক্ত খাদ্য। 

Apply Now

কিন্তু হোলীৰ আনন্দত খাদ্য গ্ৰহণ কৰাৰ সময় বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব মধুমেহত আক্ৰান্ত ৰোগীসকলে। কিয়নো হোলীৰ আনন্দত তৈয়াৰ কৰা বিবিধ খাদ্য সম্ভাৰ মুখত দিলেই বিপদ আহিব পাৰে মধুমেহ ৰোগীসকললৈ। 

আজিকালি মধুমেহ ৰোগীৰ সংখ্যা দ্ৰুত হাৰত বাঢ়িছে। ইয়াৰ মূল কাৰণ হৈছে অনিয়মিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস। গতিকে মধুমেহ ৰোগীয়ে ফাকুৱাৰ সময়ত খাদ্য খোৱাৰ ক্ষেত্ৰত অতি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ।

হোলীৰ আনন্দত বহুতে দেহাটো শীতলাই ৰাখিবৰ বাবে বিভিন্ন ধৰণৰ পানীয় গ্ৰহণ কৰে। কিন্তু মধুমেহ ৰোগী সকলে এনে কিছুমান পানীয় গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে। কাৰণ শীতল পানীয় সমূহত অত্যাধিক পৰিমাণৰ চেনী থাকে। 

হোলীত বহুতৰে ঘৰত মালপোৱা আৰু বিভিন্ন ধৰণৰ মিঠাই তৈয়াৰ কৰা দেখা যায়। এনে মিঠাইত চেনিৰ পৰিমাণ অতি বেছি। গতিকে সেইবোৰ খোৱাৰ পৰা বিৰত থাকক।

হোলীৰ আনন্দ দুগুণ কৰিবলৈ সন্ধিয়াৰ পাৰ্টিত জলপান হিচাপে ঘৰতে বনোৱা আলুৰ পকোৰা, আলু ভজা বা ফ্ৰেঞ্চ ফ্ৰাই অতি জনপ্ৰিয়। কিন্তু, আলু মধুমেহৰ অন্যতম অপকাৰী খাদ্য। আলু খালে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে। গতিকে এনে খাদ্যৰ পৰা বিৰত থাকক।

বহুতে হোলী খেলি থাকোঁতে লাচীৰ সলনি শীতল পানীয় খায়। কিন্তু, বিভিন্ন শীতল পানীয়ত লাচি বা শীতল পানীয়তকৈ বেছি চেনি থাকে। গতিকে ডায়েবেটিছ ৰোগীয়ে লাচীৰ দৰে সেইবোৰ পৰিহাৰ কৰা উচিত।

হোলী উপভোগ কৰিবলৈ বহুতে মদ নোখোৱাকৈ নাযায়। কিন্তু, মদত চেনিও থাকে। ডায়েবেটিছ ৰোগীয়ে অত্যধিক মদ্যপান কৰিলে তেজৰ চেনিৰ মাত্ৰা হঠাতে বাঢ়ি যাব পাৰে, যিটো বিপদজনক হ’ব পাৰে। গতিকে মদ পৰিমিতভাৱে সেৱন কৰক।

হোলীৰ খাদ্য খাওঁতে সাৱধান হওক। ব্যায়ামৰ লগতে পৰ্যাপ্ত পৰিমাণৰ পানী খাওক। স্বাস্থ্যৰ দিশটো মনত ৰাখিহে উৎসৱৰ আনন্দ লওক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd