• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰম্পৰা! হোলীৰ সময়ত এখন গাঁৱত পুৰুষসকলে লয় মহিলাৰ বেশ-ভূষা, আছে এক বিশেষ কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2024 10:45 am
Holi
2k
VIEWS
Share on FacebookShare on Twitter

বিগত দুটা দিন হোলীৰ আনন্দত ডুব গ’ল সমগ্ৰ দেশ। ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰিলে দেশৰ সৰ্বপ্ৰান্তৰ লোকসকলে।

সাধাৰণতেই বৈচিত্ৰময় ভাৰতৰ প্ৰতিটো প্ৰান্তত স্থান বা জনসমষ্টি বিশেষে দেখিবলৈ পোৱা যায় পৃথক পৃথক ৰীতি-নীতি বা পৰম্পৰা।

উৎসৱ সমূহৰ ক্ষেত্ৰতো সেইদৰে স্থান ভেদে পৰম্পৰাৰ পাৰ্থক্য বহুসময়ত পৰিলক্ষিত হয়। ফাকুৱাৰ সময়তো দেশৰ এখন গাঁৱত পালন কৰি অহা হৈছে তেনে এক বিশেষ পৰম্পৰা।

অন্ধ্ৰ প্ৰদেশৰ কুৰনুল জিলাৰ আদোনি মণ্ডলৰ সান্থেকুডলুৰ নামৰ এখন গাঁৱত অনাদি কালৰে পৰা এক বিশেষ পৰম্পৰা পালন কৰি অহা হৈছে।

গাঁওখনৰ লোকসকলে হোলী উদযাপনৰ সময়ত পালন কৰি আহিছে এক অনন্য পৰম্পৰা।

সান্থেকুডলুৰ গাঁৱৰ পুৰুষসকলে হোলীৰ দিনটোত পূৰ্বৰে পৰা মহিলাৰ সাজ-পোছাক পৰিধান কৰি বিশেষ ধৰণে ৰীতি পালন কৰি আহিছে।

তেওঁলোকে মহিলাৰ সাজ-পোছাক পৰিধান কৰি, আ-অলংকাৰ তথা নানাৰঙী ফুলেৰে নিজকে সজাই তোলে।

 এয়া গাঁওখনৰ পৰম্পৰা আৰু বিশ্বাসৰ চিৰস্থায়ী মনোভাৱৰ প্ৰতীক। নাৰীৰ সাজ-সজ্জাৰে সজ্জিত পুৰুষসকলে এইদৰে “ৰতি মনমথা” দেৱতাক আৰাধনা কৰে।

দেখাত আজৱ যেন লাগিলেও গাঁওবাসীয়ে পালন কৰা এই পৰম্পৰাৰ আঁৰত আছে এক বিশেষ কাৰণ।

স্থানীয় লোকৰ মতে, হোলীৰ উৎসৱত যদি ‘কামদেৱ’ক মহিলাৰ সাজ-পোছাক পৰিধান কৰি পুৰুষে পূজা কৰে, তেন্তে পৰিয়ালসমূহক সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিয়া হ’ব বুলি বিশ্বাস কৰা হয়।

Recent News

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd