• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোক ক্ষমা কৰিবা বাইদেউ, মই যাওঁগৈ : যৌন নিৰ্যাতনৰ বলি হৈ চৰম সিদ্ধান্ত ল’লে ১৭ বছৰীয়া ছাত্ৰীয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 1, 2024 5:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন নিৰ্যাতনৰ বলি হৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী ছাত্ৰীয়ে। বিশাখাপট্টনমৰ এখন মহাবিদ্যালয় ভৱনৰ পৰা জপিয়াই আত্মহত্যা কৰিছে ছাত্ৰীগৰাকীয়ে।

মৃত্যুৰ আগতে নিজৰ পৰিয়াললৈ পঠোৱা এটা বাৰ্তাত আত্মহত্যাৰ কাৰণ উল্লেখ কৰিছে ছাত্ৰীগৰাকীয়ে।

Apply Now

পৰিয়াললৈ প্ৰেৰণ কৰা বাৰ্তা অনুসৰি মহাবিদ্যালয়ত যৌন নিৰ্যাতনৰ বলি হৈছিল ছাত্ৰীগৰাকী। আনকি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ বা আৰক্ষীৰ ওচৰত অভিযোগ দিব পৰা নাছিল ছাত্ৰীগৰাকীয়ে। কাৰণ ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ সময়ত নিৰ্যাতনকাৰীয়ে ছাত্ৰীগৰাকীৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰিছিল আৰু অভিযোগ দাখিল কৰিলে সেইবোৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছিল।

ছাত্ৰীগৰাকীয়ে লিখা বাৰ্তা অনুসৰি ছাত্ৰীগৰাকীৰ আন কেইবাগৰাকী সহপাঠীৰ ওপৰতো তেওঁলোকে যৌন নিৰ্যাতন চলাইছিল।

মৃত্যুৰ আগত জ্যেষ্ঠ ভগ্নীলৈ  ছাত্ৰীগৰাকীয়ে লিখিছিল – “ক্ষমা কৰিবা বাইদেউ, মই যাওঁগৈ।”

ভিছাখাপট্টনমৰ এখন পলিটেকনিক কলেজত অধ্যয়ন কৰি আছিল ভুক্তভোগী ছাত্ৰীগৰাকী।

বৃহস্পতিবাৰে নিশা ১০ বজাত অন্ধ্ৰপ্ৰদেশৰ আনকাপলে জিলাত বাস কৰা ছাত্ৰীগৰাকীৰ পৰিয়ালক ফোন কৰি আৰক্ষীয়ে কৈছিল যে প্ৰতিষ্ঠানটোৰ অভিযোগ অনুসৰি ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ আছে।

শুকুৰবাৰে পুৱা প্ৰায় ১২.৫০ বজাত ছাত্ৰীগৰাকীয়ে তেলেগু ভাষাত পৰিয়াললৈ প্ৰেৰণ কৰা বাৰ্তাত কৈছিল – “ তোমালোক চিন্তাত নাথাকিবা। মোৰ মৃত্যুৰ কাৰণ তোমালোকক জনাব নোৱাৰোঁ। তোমালোকে বুজিও নাপাবা। মোৰ সঁচাকৈয়ে দুখ লাগিছে। মা আৰু দেউতা, মই কৃতজ্ঞ যে তোমালোকে মোক জন্ম দি ডাঙৰ-দীঘল কৰিলা। মই এই সিদ্ধান্ত লোৱাৰ কাৰণটো হ’ল যে মই এতিয়া আঁতৰি গ’লে কেইবছৰমানৰ বাবে তোমালোকৰ বেয়া লাগিব আৰু পিছত পাহৰি যাবা। কিন্তু, যদি মই ওচৰত থাকোঁ, তেন্তে তোমালোকে সদায় দুখ কৰি থাকিবা।”

আৰক্ষীৰ খবৰ পোৱাৰ পিছতেই ছাত্ৰীগৰাকীৰ পৰিয়াল লগে লগে বিশাখাপট্টনম অভিমুখে ৰাওনা হয় আৰু ইফালে কিছু সময়ৰ পিছত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। 

ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে জনোৱা মতে, আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে। 

পিতৃয়ে সাংবাদিকৰ আগত কয় – “মোৰ ছোৱালীজনীৰ মৃত্যু কিয় হ’ল মই জানিব লাগিব। মই তাইক বৰ মৰম আৰু যত্নৰে ডাঙৰ-দীঘল কৰিছিলোঁ। তাই দশম শ্ৰেণীৰ পৰীক্ষাত ভাল নম্বৰ পাইছিল আৰু সেয়ে আমি ইয়াতো ভাল শিক্ষা পাব বুলি বিশ্বাস কৰি এই কলেজত ভৰ্তি কৰি দিছিলোঁ”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd