• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমিকাক সাৱটি গভীৰ চুম্বন কৰিলে গলিব পাৰে কেলৰি! ‘চুম্বন’ সম্পৰ্কে ১০টা আমোদজনক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2024 5:08 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোৱা বাহুল্য যে সম্পৰ্কটোক সুন্দৰ আৰু মজবুত কৰি তোলাত চুম্বনৰ ভূমিকা অপৰিসীম। চুমা এটা প্ৰেমৰ প্ৰকাশ। কিন্তু জানেনে, চুমা খোৱাটো শৰীৰৰ যত্নৰ বাবেও অতি উত্তম। প্ৰতিটো সৰু সৰু মান-অভিমানক বিদায় দিবলৈ আদৰণীয় অস্ত্ৰ সম্ভাৰৰ ই এক অন্যতম ৰামবান। নিয়মীয়া ব্যায়ামৰ উপৰিও প্ৰতিদিনে চুমা খালে আপোনাৰ স্বাস্থ্য যে অটুট  থাকিব, সেই কথা জানেনে?

‘স্মুচিং’ বা গভীৰ চুমাত লুকাই আছে সুস্বাস্থ্যৰ ৰহস্য। গভীৰ চুম্বনে প্ৰতি মিনিটত ৪-৬ কেলৰি বাৰ্ণ কৰিব পাৰে। আপুনি কিমান কেলৰি গলাব সেয়া নিৰ্ভৰ কৰিব আপুনি কিমান আবেগিকভাৱে আৰু কিমান সময় অবিৰতভাৱে চুমা খায় তাৰ ওপৰত।

গৱেষকৰ মতে নিয়মিত চুমা খালে ‘ফিল গুড’ হৰম’নৰ নিঃসৰণ বৃদ্ধি পায়। ফলত শৰীৰত অবাঞ্চিত চৰ্বি জমা হ’ব নোৱাৰে। বৰঞ্চ অনিয়মৰ ফলত জমা হোৱা চৰ্বি সহজে গলি যায়।

Apply Now

গৱেষকসকলৰ মতে দিনটোত কমেও ৩-৪ বাৰ গভীৰ চুম্বন কৰাটো উপকাৰী। কেৱল সেয়াই নহয়, এনে ভংগীমাত চুমা খাব লাগে যাতে মুখৰ পেশীবোৰ সক্ৰিয় হৈ পৰে।

গৱেষণাত দেখা গৈছে যে গড়ে এটা চুমা ১২ ছেকেণ্ডতকৈ অধিক সময় স্থায়ী হয়। আশীৰ দশকত চুমা আৰু কম স্থায়ী হৈছিল। তেতিয়া গড় চুম্বন মাত্ৰ ৫.৫ ছেকেণ্ডহে বৰ্তি আছিল।

কিন্তু চুমা খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। দাঁতৰ স্বাস্থ্য ভাল ৰখাৰ বাবে চুমা  উপকাৰী। এই ব্যায়ামৰ দ্বাৰা শৰীৰৰ চৰ্বি কম কৰাৰ লগতে মুখমণ্ডলৰ চৰ্বিও কমাব পাৰি। চুমা খালে শৰীৰত কলাজেন উৎপাদনৰ হাৰো বৃদ্ধি পায়, যাৰ ফলত ছালত বয়স বৃদ্ধিৰ ছাপ ৰোধ হয়।

সাধাৰণতে কাৰোবাৰ প্ৰতি শাৰীৰিকভাৱে আকৰ্ষিত হোৱাৰ পিছত এইটোৱেই প্ৰথম পদক্ষেপ! গৱেষণাৰ পৰা দেখা গৈছে যে ৩০ মিনিট চুমা খালে ৬৮ কেলৰি গলায়। আনকি, আমেৰিকাৰ গৱেষকৰ এটা দলে দাবী কৰিছে যে যদি চুম্বন অধিক তীব্ৰ হয়, যদি উশাহ-নিশাহ অতি দ্ৰুত হয় তেন্তে ই ৯০ কেলৰি পৰ্যন্ত গলাব পাৰে!

দৈনন্দিন জীৱনত কাৰনো মানসিক চাপ নাথাকে। অনবৰতে ঘৰ আৰু অফিচ সকলোতে বিভিন্ন সমস্যাত ভুগি থকা যায়। তেনে ক্ষেত্ৰত অলপ চুমা খালে শৰীৰৰ পৰা ফিল-গুড হৰম’ন নিৰ্গত হয়। যিয়ে আপোনাক মানসিক চাপমুক্ত কৰি ৰাখিব। আনকি ই আপোনাক ৰোমান্টিক কৰিও তুলিব।

সংগীক চুমা খাই ওজন কমাবও পাৰি। ৩০ মিনিটৰ মেকআউট চেচন বা ফোৰপ্লেৰ সময়ত প্ৰতিটো গভীৰ চুম্বনত ৮ৰ পৰা ১৬ কেলৰি বাৰ্ন কৰিব পাৰে। অৱশ্যে আপুনি সংগীক আবেগেৰে চুমা খাব লাগিব।

প্ৰেমিকাৰ ঋতুস্ৰাৱ হৈছে? তল পেটৰ বিষে তেওঁক যন্ত্ৰাকাতৰ কৰি তুলিছে? এই সময়ত আপোনাৰ চুমাটোৱেই হয়তো তেওঁৰ দৰৱ হ’ব পাৰে। চুম্বনে ঋতুস্ৰাৱৰ ক্ৰেম্প কম কৰাত সহায় কৰে। লগতে মূৰৰ বিষ কমোৱাত সহায় কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd