• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এবছৰ আগতে আছিল ১৭,৫৪৫ কোটিৰ মালিক, এতিয়া পকেটত ‘শূন্য’! আচৰিত পতন ৰবীন্দ্ৰনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2024 8:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছৰৰ পূৰ্বে বাইজু ৰবীন্দ্ৰনৰ সম্পত্তিৰ পৰিমাণ আছিল ১৭,৫৪৫ কোটি টকা (২.১ বিলিয়ন মাৰ্কিন ডলাৰ) আৰু তেওঁ কেইবাখনো মৰ্যাদাসম্পন্ন ‘বিশ্বৰ ধনী’ তালিকাত স্থান লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা ফৰ্বছ বিলিয়নাৰ ইনডেক্স ২০২৪ অনুসৰি ৰবীন্দ্ৰনৰ সম্পত্তি শূন্যলৈ নামি আহিছে।

ই ভাৰতৰ ষ্টাৰ্টআপ ইক’চিষ্টেমৰ পোষ্টাৰ চাইল্ডৰ পতনকে চিহ্নিত কৰে। এসময়ৰ হাই ফ্লাইং  ষ্টাৰ্টআপটোক জোকাৰি যোৱা ধাৰাবাহিক সংকটৰ পিছতে এই তীব্ৰ পতন ঘটিছে।

বাইজুৰ তালিকাৰ পৰা পতনৰ কথা উল্লেখ কৰি ফৰ্বছে কয় যে, ‘যোৱা বছৰৰ তালিকাৰ পৰা এইবাৰ মাত্ৰ চাৰিজন লোকহে বাদ পৰিছে, য’ত প্ৰাক্তন এডটেক তাৰকা বাইজু ৰবীন্দ্ৰনো আছে, যাৰ প্ৰতিষ্ঠান বাইজুৱে একাধিক সংকটৰ সন্মুখীন হৈছিল আৰু ব্লেকৰকৰ মূল্য ১ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে, ২০২২ চনত সৰ্বোচ্চ ২২ বিলিয়ন মাৰ্কিন ডলাৰ মূল্য নিৰ্ধাৰণৰ এক ভগ্নাংশ’।

Apply Now

লগতে পঢ়কঃ ৰোহিত শৰ্মা, মুম্বাই ইণ্ডিয়ানছ টীমৰ চিনাকি! কোন এই ৰহস্যময়ী যুৱতী? চাওক প্ৰকৃত পৰিচয়

২০১১ চনত প্ৰতিষ্ঠা হোৱা বাইজু দ্ৰুতগতিত ভাৰতৰ আটাইতকৈ মূল্যৱান ষ্টাৰ্টআপত পৰিণত হৈছে। ২০২২ চনত ইয়াৰ সৰ্বোচ্চ মূল্য আছিল ২২ বিলিয়ন ডলাৰ। ৰবীন্দ্ৰনৰ মগজুৰ সৃষ্টি এই এপটোৱে শিক্ষা খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে, প্ৰাথমিক বিদ্যালয়ৰ পৰা এম বি এ ছাত্ৰ-ছাত্ৰীক সহায় কৰিছে। শেহতীয়া বিত্তীয় পৰিঘটনা আৰু ক্ৰমাৎ বৃদ্ধি পোৱা বিতৰ্কই কোম্পানীটোৰ বিকাশত যথেষ্ট আঘাত হানিছে।

২০২২ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে দীৰ্ঘদিন পলম হোৱা ফলাফল বাইজুৱে প্ৰকাশ কৰাৰ লগে লগে কোম্পানীটোৰ উদ্বেগ পোহৰলৈ আহে। ইয়াত দেখা যায় যে কোম্পানীটোৰ সামগ্ৰিক লোকচান ১ বিলিয়ন ডলাৰতকৈও অধিক। এই হতাশাজনক বিত্তীয় প্ৰদৰ্শনৰ ফলত প্ৰধান বিনিয়োগকাৰী ব্লেকৰকে বাইজুৰ মূল্য মাত্ৰ ১ বিলিয়ন ডলাৰলৈ হ্ৰাস কৰে, যিটো ইয়াৰ সৰ্বোচ্চ মূল্যায়নৰ পৰা ডাঙৰ পতন।

কোম্পানীটোৰ দুৰ্ভাগ্যৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বাইজু ৰবীন্দ্ৰন। প্ৰচেছ এনভি আৰু পিক এক্সভি পাৰ্টনাৰ্ছকে ধৰি কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰসকলে যোৱা মাহত ৰবীন্দ্ৰনক চিইঅ’ৰ পৰা অপসাৰণ কৰিবলৈ ভোটদান কৰিছিল। এই ঘটনাই এসময়ৰ হাই ফ্লাইং অনলাইন টিউচন ষ্টাৰ্টআপটোৰ ভাগ্যক লৈ যুঁজ বৃদ্ধি কৰিছে।

লগতে পঢ়কঃ দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ গ্ৰন্থত ডাঙৰ পৰিৱৰ্তন; হৰপ্পাই দেশৰ প্ৰাচীনতম সভ্যতা, আৰ্য অনুপ্ৰৱেশক লৈ সন্দেহ

বাইজুৰ বিদেশী বিনিয়োগো বলবৎকাৰী সঞ্চালকালয়ৰ স্ক্যানাৰৰ অধীনলৈ আহিছে। প্ৰতিষ্ঠাপকৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ জাৰি কৰাৰ পূৰ্বে ইডিয়ে বাইজুৰ মূল কোম্পানী থিংক এণ্ড লাৰ্নক বিদেশী মুদ্ৰা ব্যৱস্থাপনা আইনৰ অধীনত ৯,৩৬২ কোটিতকৈ অধিক টকাৰ উলংঘাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd