• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি-কংগ্ৰেছ-অগপ ত্যাগ কৰি আপত যোগদান অৰ্ধ শতাধিক নেতা-কৰ্মী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 6, 2024 6:09 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সম্প্ৰতি অসমত আম আদমী পাৰ্টিৰ উত্থানে শাসকীয় পক্ষৰ নিদ্ৰা হৰণ কৰিছে। প্ৰায় প্ৰতিদিনেই আন আন দলৰ বহুসংখ্যক নেতা – কৰ্মীয়ে আপত যোগদান কৰিবলৈ আগবাঢ়ি আহিছে। দলৰ এই জনপ্ৰিয়তাই দলটোৰ প্ৰতিষ্ঠাতা তথা মুৰব্বী অৰবিন্দ কেজৰিৱালৰ নীতি আৰু আদৰ্শৰ প্ৰাসংগিকতা বৃদ্ধি কৰিছে। ” আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মত ব্যক্ত কৰে ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

লক্ষ্যণীয় যে বিজেপি, কংগ্ৰেছ আৰু অগপ ত্যাগ কৰি অৰ্ধ শতাধিক নেতা – কৰ্মীয়ে আজি আপত যোগদান কৰে। দলৰ গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক জিতু ডেকা আৰু আপ, অসমৰ যুৱ শক্তিৰ নেতা সৌৰভ কলিতাৰ তৎপৰতাত আপত যোগদান কৰে এই সকল লোকে। দলৰ এই যোগদান কাৰ্যসূচীত ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ উপৰিও ৰাজ্যিক মিডিয়া পেনেলিষ্ট নীলমণি শইকীয়া, গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক জিতু ডেকা, গুৱাহাটী মহানগৰ সমিতিৰ উপ সভাপতি গৌতম শৰ্মা আৰু আপ, অসমৰ যুৱ শক্তিৰ নেতা সৌৰভ কলিতা। 

Apply Now

উল্লেখ্য যে যোগদান কৰাসকলৰ ভিতৰত বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰ উদ্দিন, বিজেপিৰ কৰ্মী মোহিত ঠাকুৰ, কামৰূপৰ কংগ্ৰেছ জিলা সমিতিৰ সদস্য কায়দ আলি, অগপৰ কৰ্মী মানৱ ডেকা, শ্বাহ আলম, মৃদুল কলিতা  উল্লেখযোগ্য। 

ইপিনে, ডিব্ৰুগড় আৰু শোণিতপুৰতো আম আদমী পাৰ্টিৰ উদ্যোগত যোগদান কাৰ্যসূচী অব্যাহত আছে। শুকুৰবাৰে শোণিতপুৰত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত শোণিতপুৰ জিলাৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য, আম আদমি পাৰ্টীৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু আপৰ কেন্দ্ৰীয় নেতা মনীষ কৌশিকৰ উপস্থিতিত শোণিতপুৰ বিজেপিৰ নেতা দেৱদত্ত গোস্বামী আৰু তেওঁৰ সতীৰ্থসকলে আম আদমি পাৰ্টীত যোগদান কৰে।  

ডিব্ৰুগড়তো দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ, দুৱাৰমৰাকে ধৰি চাৰিটা পঞ্চায়তৰ শতাধিক ব্যক্তিয়ে বিজেপি আৰু অগপ ত্যাগ কৰি আপত যোগদান কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd