• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলি আছিল সূৰ্যগ্ৰহণৰ পোনপটীয়া সম্প্ৰচাৰ : হঠাৎ টেলিভিশ্যনৰ পৰ্দাত ওলাল অণ্ডকোষ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2024 11:04 am
222
VIEWS
Share on FacebookShare on Twitter

এক আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত সংঘটিত হোৱা কাণ্ডই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷সোমবাৰে সম্পূৰ্ণ সূৰ্যগ্ৰহণে উত্তৰ আমেৰিকা আৰু মেক্সিকোত কম সময়ৰ বাবে অন্ধকাৰ কঢ়িয়াই অনাৰ বিপৰীতে এই অনুষ্ঠানৰ কভাৰেজে মেক্সিকান সংবাদ মাধ্যমৰ ওপৰত আৰু অধিক অন্ধকাৰৰ সৃষ্টি কৰিছে৷এতিয়া বিশ্বজুৰি বাতৰি সম্প্ৰচাৰৰ মাজতে ভুলবশতঃ এজন মানুহৰ অণ্ডকোষ দেখা পোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই কাৰ্য সম্পাদন কৰা প্ৰতিষ্ঠানটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সংবাদ প্ৰতিষ্ঠানটোৱে ইণ্টাৰনেটযোগে তীব্ৰ সমালোচনাৰ মুখামুখি হৈছে।

আৰ চি জি মিডিয়াৰ ২৪/৭ বাতৰি পৰিবেশন অনুষ্ঠানৰ তিনিজন এংকৰে সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ দৰ্শকে দাখিল কৰা ফুটেজ উপস্থাপন কৰি আছিল তেতিয়া পৰ্দাত থকা ভিজুৱেল নিজৰ অণ্ডকোষেৰে বন্ধ কৰি দিয়ে।ক্লিপটো প্ৰচাৰ হোৱাৰ পাছত মহিলা এংকৰৰ এগৰাকীয়ে স্তম্ভিত হৈ হাঁহি থকা শুনা গ’ল আৰু তেওঁৰ পুৰুষ সহকৰ্মীয়ে অনুষ্ঠানটি আগবঢ়াই লৈ যায়।

পুৰুষ এংকৰজনে লগতে বুজাই দিয়ে যে ক্লিপসমূহ দৰ্শকেহে জমা দিছিল৷ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে -মানুহৰ অভিজ্ঞতা অন্তৰ্ভুক্ত কৰাৰ ইচ্ছাই সম্প্ৰচাৰকসকলৰ বাবে লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি নিউয়ৰ্ক পোষ্টে প্ৰকাশ কৰিছে।ইফালে, ‘ৰিভলভাৰ’ নামৰ ইউজাৰনেমেৰে এজন এক্স ইউজাৰে এই সমগ্ৰ কাণ্ডৰ দায়িত্ব ইণ্টাৰনেটযোগে স্বীকাৰ কৰিছে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd