• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাজপুতক জোকাই লৈ বিপদত বিজেপি : ৰাজপুত ছাত্ৰীক অসভ্য ব্যৱহাৰ বিজেপি প্ৰাৰ্থীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2024 8:16 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটত শাসকীয় বিজেপিৰ বিপদঘণ্টা বজাইছে ৰাজপুত সম্প্ৰদায়ে। গুজৰাটৰ বিজেপিৰ সাংসদ প্ৰাৰ্থী পুৰুষোত্তম ৰূপালাই দৌছাৰ শ্ৰী ভৱনী ৰাজপুত হোষ্টেলত ছাত্ৰীক অসভ্য ভাষাৰে গালি-গালাজ কৰাৰ বিৰুদ্ধে ৰাজুপত সম্প্ৰদায়ে বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে প্ৰতিবাদ কৰি বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ টিকট বাতিলৰ দাবী জনায়।

ইফালে ৰাজপুত সমাজৰ বুদ্ধিজীৱীসকলৰ দাবী যে ৰাজপুত ইতিহাসক বিকৃত কৰা হৈছে, যিটো ৰাজপুত সমাজে কেতিয়াও সহ্য নকৰে। তেওঁলোকে কয় যে ৰাজপুত সম্প্ৰদায়ে সদায় বিজেপিক শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টিক ক্ষমতালৈ অনা একমাত্ৰ সমাজখনেই হৈছে ৰাজপুত। তাৰ পিছতো ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু শীৰ্ষ নেতৃত্বই ৰাজপুত সমাজক আওকাণ কৰিছে। এই কথা ৰাজপুত সমাজে কেতিয়াও সহ্য নকৰে আৰু আমি বিজেপি বৰ্জন কৰিবলৈ বাধ্য হম। এইদৰে সোচ্চাৰ হৈ পৰিছে প্ৰতিবাদী ৰাজপুত সমাজ।

Apply Now

ৰাজপুত সমাজৰ নেতৃবৃন্দই কয় যে বিজেপিক শক্তিশালী কৰাত ৰাজপুত সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলে কটোৰ পৰিশ্ৰম কৰিলে, তাৰপাছতো ৰাজপুত নাৰী সমাজ আৰু ৰাজুপুক ইতিহাসৰ সৈতে বিজেপিয়ে যিটো আচৰণ কৰিছে সেইটো অসহনীয়। সেয়ে কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হ’ব ৰাজপুত সমাজ।

ইফালে শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ ৰাজ্যিক সম্পাদক যশৱন্ত সিং বন্দিকুৱে কয় যে গুজৰাটৰ ৰাজকোটত বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাই ক্ষত্ৰীয় মহিলাৰ ওপৰত অশ্লীল মন্তব্য কৰিছে। ইয়াৰ বিৰুদ্ধে সমগ্ৰ ৰাজপুত সমাজত ক্ষোভৰ সৃষ্টি হৈছে। বিজেপিয়ে পুৰুষোত্তম ৰূপলাৰ টিকট বাতিল নকৰালৈকে এই প্ৰতিবাদ বন্ধ নহয়। বিজেপিক সকলোতে বৰ্জন কৰা হ’ব।

ৰাজপুত সমাজৰ এই বিজেপি বিৰোধিতাই এতিয়া বিপদত পেলাইছে শাসকীয় বিজেপিক। প্ৰকাশিত বাতৰিৰ মতে উত্তৰ প্ৰদেশতো ৰাজপুতসকলে বিজেপি বিৰোধী স্থিতি লৈছে। বিশেষকৈ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ আচৰণে ক্ষোভিত কৰি তুলিছে উত্তৰ প্ৰদেশৰ ৰাজপুত সমাজক।

আনহাতে ৰাজপুত সমাজে ‘কমল কা ফুল আমাৰ ভুল’ শ্লোগানেৰে বিজেপি বিৰোধী স্থিতি লোৱাৰ বাবেই এসময়ত ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড় তিনিখন ৰাজ্যত বিজেপি নিঃশেষ হৈ গৈছিল বুলিও দাবী কৰিছে ৰাজপুত সমাজে। আকৌ এবাৰ বিজেপিয়ে একে ভুলৰ পুনৰাবৃত্তি কৰিলে ২০২৪ত প্ৰধানমন্ত্ৰী মোদী তথা বিজেপিয়ে ভয়ংকৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব। এইদৰে বিজেপিক হুংকাৰ দিছে ৰাজপুত সমাজে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd