• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰ্বাচনী আচৰণবিধি উলংঘা; ‘এক্স’ৰ পৰা আঁতৰিল বিজেপিসহ চাৰি দলৰ পোষ্ট, বাক্‌স্বাধীনতাৰ পক্ষত এক্স

by
April 17, 2024 1:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি ইলেক্সন কমিছনৰ ৰোষত ৰাজনৈতিক নেতা আৰু দল৷নিৰ্বাচন আয়োগে ইলন মাস্কৰ মালিকানাধীন ছ’চিয়েল মিডিয়া ছাইট ‘এক্স’ক ৱাই এছ আৰ কংগ্ৰেছ, আপ, এন চন্দ্ৰবাবু নাইডু, আৰু বিহাৰৰ বিজেপি নেতা তথা উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ কিছুমান পোষ্ট আঁতৰাবলৈ নিৰ্দেশ দিছে৷ নিৰ্বাচনী আচৰণ বিধি ভংগৰ উদাহৰণ দি এক্সে মঙলবাৰে এই ঘোষণা কৰে।

এই নিৰ্দেশনা ২ আৰু ৩ এপ্ৰিলত জাৰি কৰা হৈছিল, পৰৱৰ্তী সময়ত ১০ এপ্ৰিলত নিৰ্বাচন আয়োগ কৰ্তৃপক্ষৰ পৰা এক্সক সোঁৱৰাই দিয়া হৈছিল৷নিৰ্দেশনাত ‘এক্স’ক দিয়া নিয়মাৱলী অনুসৰি পোষ্টসমূহ আঁতৰোৱাৰ ক্ষেত্ৰত ‘এক্স’ক “voluntary code of ethics”ৰ সম্ভাৱ্য উলংঘাৰ ওপৰত আলোকপাত কৰিছিল।

শেহতীয়াকৈ ‘এক্স’-এ প্ৰকাশ কৰে যে ভাৰতৰ নিৰ্বাচন আয়োগে বিভিন্ন নিৰ্বাচিত বিষয়া, ৰাজনৈতিক দল, আৰু নিৰ্বাচনী প্ৰাৰ্থীৰ পৰা ৰাজনৈতিক বিষয়বস্তু অন্তৰ্ভুক্ত কৰা নিৰ্দিষ্ট পোষ্টসমূহ আঁতৰোৱাৰ নিৰ্দেশ দিছিল। নিৰ্বাচন আয়োগ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিছে যে এনেধৰণৰ পোষ্টসমূহে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে, য’ত ৰাজনৈতিক সদস্যৰ ব্যক্তিগত জীৱনৰ ওপৰত ভিত্তি কৰি বা অপ্ৰমাণিত দাবী বা বিকৃত তথ্যৰ ভিত্তিত অপমান কৰা নিষিদ্ধ কৰা হৈছে। নিৰ্দেশনা মানি চলি ‘এক্স’এ নিৰ্বাচনী চক্ৰৰ সময়ছোৱাত পোষ্টসমূহ নিষিদ্ধ কৰিছে। তথাপিও ‘এক্স’-এ এই ব্যৱস্থাসমূহৰ সৈতে মতানৈক্য প্ৰকাশ কৰি কয় যে বাক্‌স্বাধীনতাৰ নীতিয়ে এই পোষ্টসমূহ আৰু ৰাজনৈতিক বক্তৃতাক ব্যাপকভাৱে সামৰি ল’ব লাগে। ইতিমধ্যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মটোৱে প্ৰভাৱিত পক্ষসমূহক অৱগত কৰিছে আৰু স্বচ্ছতাৰ স্বাৰ্থত নিৰ্বাচন আয়োগৰ নিৰ্দেশ ৰাজহুৱা কৰিছে। ইয়াৰ উপৰিও ‘এক্স’-এ নিৰ্বাচন আয়োগক ভৱিষ্যতে সকলো পোষ্ট আঁতৰোৱাৰ আদেশ ৰাজনৈতিক কৰিবলৈ আহ্বান জনাইছে।

Apply Now

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd