• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইভিএমত জালিয়াতি নকৰিলে বিজেপিয়ে ১৮০ খনতকৈ অধিক আসন নাপায়; দাবী প্ৰিয়ংকা গান্ধীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 17, 2024 3:37 pm
প্ৰিয়ংকা গান্ধী। ফটোঃ সংগ্ৰহীত।

প্ৰিয়ংকা গান্ধী। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে ১৫০খনতকৈ অধিক আসন নাপায় বুলি দাবী কৰিছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যই তোলপাৰ লগাইছে। এইবাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৰাহুলৰ দৰে বিজেপিৰ আসনৰ সম্পৰ্কত ভৱিষ্যদ্বাণী কৰিছে।

উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত দলীয় কাৰ্যসূচীৰ পিছত প্ৰিয়ংকাই কয় যে বিজেপিয়ে কোনো প্ৰকাৰে ১৮০ খনতকৈ অধিক আসন নাপায়। একে সময়তে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাক লৈ তেওঁ মোডী চৰকাৰক সমালোচনা কৰে।

প্ৰিয়ংকাৰ ভাষাত ৪০০ পাৰ কৰাৰ যিমানেই শ্লোগান নিদিয়ক কিয়, ইভিএমত জালিয়াতি নকৰিলে ১৮০খনতকৈ অধিক আসন নাপায়। এনেদৰেই প্ৰিয়ংকাই বিজেপিৰ নাম নোলোৱাকৈ ইভিএম ৰিগিঙৰ অভিযোগ উত্থাপন কৰে।

Apply Now

লগতে পঢ়কঃ নিৰ্বাচনী বণ্ড বৃহত্তম কেলেংকাৰী, প্ৰধানমন্ত্ৰী হৈছে দুৰ্নীতিগ্ৰস্তসকলৰ মুৰব্বী: আক্ৰমণ ৰাহুলৰ

তেওঁৰ মন্তব্য, কি ভিত্তিত তেওঁলোকে ৪০০ তকৈ অধিক আসন পোৱাৰ দাবী কৰিছে নাজানো। ইতিমধ্যে তেওঁলোকে কিছু জালিয়াতি কৰা যেন লাগে, সেইবাবেই তেওঁলোকে ৪০০ৰো অধিক আসন লাভ কৰাৰ দাবী কৰিছে।

বিজেপিৰ আসনক লৈ মুখ মেলিলেও প্ৰিয়ংকাই ইণ্ডিয়া মিত্ৰজোঁটৰ আসনখনৰ বিষয়ে পোনপটীয়াকৈ একো ক’ব বিচৰা নাই। তেওঁৰ মতে মই কোনো জ্যোতিষী নহয়। কিন্তু আমি এইবাৰ ভাল সংখ্যক আসন পাবলৈ ওলাইছো। যোৱাবাৰতকৈ আমি অধিক আসন পাম। মানুহে পৰিৱৰ্তন বিচাৰে। উত্তৰাখণ্ড, ৰাজস্থানলৈ গৈছিলো৷ এই ৰাজনীতি চাই মানুহ ভাগৰি পৰিছে। খৰচ কৰিবলৈ মানুহৰ টকা নাই। সাধাৰণ মানুহৰ সমস্যাক লৈ মৌন বিজেপি।

https://twitter.com/INCVivekSingh/status/1780516366128488628

প্ৰিয়ংকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি নেতাসকলক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপি নেতাসকলে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, কৃষক আৰু মহিলাসকলৰ সমস্যাৰ বিষয়ে কথা কোৱা নাই। তেওঁলোকে প্ৰকৃত বিষয়বোৰৰ পৰা মনোযোগ আঁতৰাই পেলাব বিচাৰে। সংবাদ মাধ্যমে প্ৰধানমন্ত্ৰীক সুধিব লাগে যে তেওঁৰ দলৰ নেতাসকলে কিয় সংবিধান সলনি কৰাৰ কথা কৈছে। সংবিধানত মানুহৰ অধিকাৰ সুৰক্ষিত কৰাৰ কথা কোৱা হৈছে। সেয়া সলনি কৰিব নোৱাৰি। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd