• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকা : তালিকাত আছে আলিয়া ভাট, সাক্ষী মালিককে ধৰি ৮ জন ভাৰতীয়ৰ নাম 

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 18, 2024 3:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰে আমেৰিকাৰ টাইম আলোচনীয়ে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ তালিকা প্ৰকাশ কৰে। সম্পত্তি, আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱ আদিৰ ভিত্তিত দেশ-বিদেশৰ বিভিন্ন প্রভাৱশালী ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হয় উক্ত তালিকাত।

বুধবাৰে টাইম আলোচনীয়ে ২০২৪ চনত বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ নাম প্ৰকাশ কৰে। সেই তালিকাত আছে আলিয়া ভাট, সাক্ষী মালিককে ধৰি মুঠ ৮ গৰাকী ভাৰতীয়ৰ নাম। 

Apply Now

টাইম আলোচনীয়ে প্ৰকাশ কৰা ২০২৪ চনৰ এই তালিকাত আছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাট, ভাৰতৰ প্ৰথমগৰাকী মহিলা অলিম্পিক পদক বিজয়ী সাক্ষী মালিক, ভাৰতীয়-ব্ৰিটিছ অভিনেতা দেৱ পেটেল, মাইক্ৰ’ছফ্টৰ চিইঅ’ সত্য নাডেলা, বিশ্ব বেংকৰ মূৰব্বী অজয় ​​বাংগা আদি কেইবাগৰাকীও প্ৰভাৱশালী ব্যক্তিৰ নাম।

লগতে এই তালিকাত আছে আমেৰিকাৰ শক্তি বিভাগৰ ঋণ কাৰ্যসূচী কাৰ্যালয়ৰ সঞ্চালক জিগাৰ শ্বাহ, ইয়েল বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা প্ৰিয়মবাদ নটৰাজন আৰু ভাৰতীয় মূলৰ ৰেষ্টুৰেণ্টৰ মালিক আছমা খান।

ঊল্লেখ্য যে এই তালিকা প্ৰকাশ পোৱাৰ পিছতে পৰিচালক, প্ৰযোজক আৰু লেখক টম হাৰ্পাৰে আলিয়াক ‘দীপ্ত প্ৰতিভা’ বুলি অভিহিত কৰে। তেওঁ কয়, “আলিয়াই ভাৰতীয় চলচ্চিত্ৰ জগতত এক দশকৰো অধিক সময় ধৰি কৰা অসাধাৰণ কামৰ বাবে প্ৰশংসা লাভ কৰি আহিছে। তেওঁ কেৱল বিশ্বৰ অন্যতম আগশাৰীৰ অভিনেতাই নহয়, তেওঁ এগৰাকী সফল ব্যৱসায়ী আৰু এগৰাকী দানবীৰ যিয়ে সকলো কাম সততাৰে পৰিচালনা কৰে।”

দেৱ পেটেলৰ শিল্পকৰ্মৰ বিষয়ে অস্কাৰৰ বাবে মনোনীত অভিনেতা ডেনিয়েল কালুয়াই লিখিছে, “দেৱৰ মানৱতাবাদী চিন্তা তেওঁৰ প্ৰতিখন চিনেমাত জিলিকি উঠে। তেওঁৰ শেহতীয়া চিনেমা ‘মাংকি মেন’ মোৰ একেবাৰে প্ৰিয়।”

অলিম্পিয়ান সাক্ষী মালিকক টাইম আলোচনীয়ে ভাৰতৰ “সকলোতকৈ বিখ্যাত মল্লযুঁজাৰু” বুলি অভিহিত কৰি উল্লেখ কৰে যে সাক্ষীয়ে মহিলা মল্ল যুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত তেতিয়াৰ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বী ব্রিজ ভূষণ সিঙক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাজপথত দীঘলীয়া প্ৰতিবাদ সাব্যস্ত কৰিছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd