• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেট্ৰিকত চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফল : স্থানপ্ৰাপ্তৰ তালিকাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাফল্য

স্থানপ্ৰাপ্তৰ তালিকাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাফল্যই ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ প্ৰমাণ- ডাঃ ভবেন চৌধুৰী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 23, 2024 5:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় স্বৰূপ উদঙাই দিছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ৩ লাখ ১৭ হাজাৰ ৩১৭ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৭৫.৭ % শতাংশ। এই ফলাফলে  ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ  সফলতা প্ৰতিপন্ন কৰাৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানৰ বিফলতা প্ৰতিফলিত কৰিছে। ” আজি গুৱাহাটীত আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । 

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ব্যৰ্থতা উদঙাই তেওঁ কয়- “হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ স্থান প্ৰাপ্ত শীৰ্ষ পাঁচ গৰাকী ছাত্ৰী – ছাত্ৰীও ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাৰ্থী। ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজনীয় আন্তঃগাঁথনি তথা শিক্ষাৰ উপযুক্ত পৰিবেশ নথকাৰ বাবেই আজি এই অৱস্থাৰ সৃষ্টি হৈছে। ”

Apply Now

অন্যহাতে, চাহ বাগিছা অঞ্চলৰ পৰীক্ষাৰ্থীৰ ফলাফলক লৈয়ো সৰৱ হয় আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী । 

তেওঁ কয়-” যি সময়ত চৰকাৰে ঢাক- ঢোল বজাই চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে বাগিছা সমূহত প্ৰায় ১০০ মডেল স্কুল স্থাপনৰ কথা কৈছে, সেই সময়ত বাগিছা অঞ্চলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ হৈছে মাত্ৰ ৫০%। অকল সেয়েই নহয়, প্ৰায় ২২% চাহ জনগোষ্ঠীৰ বাসিন্দা থকা ৰাজ্যখনত  ১৩,০০০ তকৈ কম শিক্ষাৰ্থীয়েহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এয়া চৰকাৰী শিক্ষাৰ নামত প্ৰহসনৰ বাহিৰে আন একো নহয়।”

 ডাঃ ভবেন চৌধুৰীয়ে কয়- “সেইবাবেই আম আদমী পাৰ্টিয়ে অসমতো দিল্লী চৰকাৰৰ দৰে অত্যাধুনিক আৰু উন্নত চৰকাৰী শিক্ষানুষ্ঠান গঢ়ি তুলিবলৈ দাবী জনাই আহিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰে ৰাজ্যখনৰ চৰকাৰী শিক্ষাখণ্ডৰ আধুনিকীকৰণৰ ক্ষেত্ৰত এক বৈপ্লবিক পৰিৱৰ্তনৰ সূচনা কৰিছে। সেইবাবেই দিল্লীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হৈছে। ইয়াৰ কাৰণ হৈছে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ শিক্ষা নীতি আৰু উন্নত মানদণ্ডৰ চৰকাৰী স্কুল।’’

 আপে অসম চৰকাৰকো দিল্লী চৰকাৰৰ আৰ্হি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd