• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুছলমান বিদ্বেষী ভাষণৰ বিৰোধিতা কৰা বাবে ৰাজস্থানৰ বিজেপি নেতাক বহিস্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2024 8:25 pm
263
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে ৰাজস্থানৰ বাঁশৱাৰাত অনুষ্ঠিত বিজেপিৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া মন্তব্যক লৈ ইতিমধ্যে দেশৰ ৰাজনীতিত বিতৰ্কৰ ধুমুহা সৃষ্টি হৈছে। ৰাজস্থানৰ বিজেপি সংখ্যালঘু মঞ্চৰ নেতা ওছমান গনিয়ে মঙলবাৰে প্ৰধানমন্ত্ৰীৰ এই মন্তব্যক ‘অনিচ্ছাকৃত’ বুলি অভিহিত কৰে। আৰু সেই অপৰাধৰ বাবে বুধবাৰে বিজেপিয়ে তেওঁক দলৰ বহিষ্কাৰ কৰে।

ৰাজস্থান বিজেপিৰ অনুশাসন সমিতিৰ অধ্যক্ষ ওমকাৰ সিং লাখাৱাটে বুধবাৰে কয় যে উছমান গনিয়ে সংবাদ মাধ্যমত বিজেপিৰ ভাবমূৰ্তি ম্লান কৰিবলৈ চেষ্টা কৰিছিল। গতিকে ছয় বছৰৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে৷

প্ৰসংগক্ৰমে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ হায়দৰাবাদত কৈছিল যে কংগ্ৰেছ ক্ষমতালৈ আহিলে আৰ্থ-সামাজিক সমীক্ষা কৰি চাব যে যিকোনো শ্ৰেণীৰ হাতত কিমান ধন-সম্পত্তি আছে। সেই বক্তব্যৰ কথা উল্লেখ কৰি দেওবাৰে বাঁশৱাৰাত অনুষ্ঠিত বিজেপিৰ সভাতত মোদীয়ে কয় যে, ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে পূৰ্বতে কৈছিল যে দেশৰ ধন-সম্পত্তিৰ ওপৰত মুছলমানসকলৰ সৰ্বোচ্চ অধিকাৰ আছে। সেইবাবেই কংগ্ৰেছে এক সমীক্ষা চলোৱাৰ পৰিকল্পনা কৰিছে। যাতে দেশবাসীৰ কষ্টোপাৰ্জিত ধন মুছলমান আৰু অনুপ্ৰৱেশকাৰীৰ মাজত বিতৰণ কৰিব পৰা যায়।”

পাছত সোমবাৰে উত্তৰ প্ৰদেশৰ আলিগড়ত তেওঁ কয়, “কংগ্ৰেছৰ চকু আপোনাৰ সম্পত্তিৰ ওপৰত আছে। যদি তেওঁলোকে ক্ষমতালৈ আহে তেন্তে মাতৃ-ভগ্নীৰ মংগলসূত্ৰ কাঢ়ি নিব।” ইয়াৰ পাছত মঙলবাৰে ৰাজস্থানৰ টংক-সাৱাই মাধোপুৰত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে কয়,” কংগ্ৰেছৰ শাসনত হনুমান চলিছাৰ কথা শুনাটো অপৰাধ আছিল।”

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd