• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: মুখলৈ পানী আহিল কোহলী বাহিনীৰ; ধাৰাবাহিক পৰাজয়ৰ পিছত SRHৰ বিৰুদ্ধে জয়ী RCB

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2024 7:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আইপিএলত আৰ চি বি জয়ী হ’ব পাৰে বুলি বিশ্বাস অনুৰাগীৰ মনত যেন নোহোৱা হৈ গৈছিল। কিন্তু অৱশেষত কোহলী বাহিনীয়ে পুনৰ জয়ৰ মুখ দেখিলে৷ তেওঁলোকে প্ৰথমে বেটিং কৰি ২০৬ ৰান সংগ্ৰহ কৰাৰ পিছত এনে লাগিছিল যে হয়তো এই ৰান হায়দৰাবাদৰ বাবে একোৱে নহয়। কিন্তু প্ৰথম অভাৰতে ট্ৰেভিছ হেডৰ আউট হোৱাৰ আঘাতটো তেওঁলোকে চম্ভালিব নোৱাৰিলে। ফলত ঘৰুৱা খেলপথাৰত বেংগালুৰুৰ হাতত ৩৫ ৰানত পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়।

টছত জয়লাভ কৰি আৰ চি বিয়ে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অধিনায়ক ফাফ ডু প্লেছিছৰ সৈতে বিৰাট কোহলীয়ে ভাল আৰম্ভণি কৰিছিল। কিন্তু ডু প্লেছিছ ১২টা বলত ২৫ ৰান কৰি আউট হোৱাৰ পিছতে অহা উইল জেকছ (৬) ৰানত আউট হয়। কোহলীয়ে ৰজত পাটিদাৰৰ সৈতে ইনিংছ আগুৱাই নিয়ে।

Apply Now

কোহলীৰ আৰম্ভণিৰ ষ্ট্ৰাইক ৰেট ভাল আছিল। কিন্তু পৰৱৰ্তী সময়ত খেলখন ধৰি ৰখাৰ নীতি গ্ৰহণ কৰাৰ পিছত শেষত তেওঁ ৪৩টা বলত ৫১ ৰান কৰে। কোহলীয়ে তেওঁৰ ইনিংছটোত মুঠতে এটা যয় আৰু চাৰিটা চাৰি কোবায়।

তেওঁ ১১৮তকৈ অধিক ষ্ট্ৰাইক ৰেট বজাই ৰাখিব নোৱাৰিলেও বেংগালুৰুৰ খেলখনত প্ৰকৃত যাদু দেখুৱাইছিল ৰজত পাটিদাৰে। তেওঁ ২০টা বলত ৫০ ৰান সংগ্ৰহ কৰে। তেওঁ ইনিংছটোত ২টা চাৰি আৰু ৫টা ছয় মাৰে। কেমেৰন গ্ৰীনে ২০টা বলত ৩৭ ৰান সংগ্ৰহ কৰে। তেওঁ মুঠতে ৫টা চাৰি কোবায়।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকটে ৩০ ৰানত ৩টা উইকেট দখল কৰে। তেওঁ বলৰ গতিৰ পৰিৱৰ্তন কৰি কোহলী বাহিনীক কিছু সমস্যাত পেলাইছিল।

হায়দৰাবাদে অভিষেকৰ দৰে স্পিনাৰক বল দি যিদৰে আৰম্ভণি কৰিছিল, আৰ চি বিয়েও অফস্পিনাৰ উইল জেকছক আনিছিল। অভিষেক সফল নহ’ল। কিন্তু জেকছে ট্ৰেভিছ হেডৰ নিখুঁত উইকেট দখল কৰি এক বৃহৎ আঘাত হানে। সেইটোৱেই হৈ পৰিল খেলখনৰ টাৰ্নিং পইণ্ট।

অৱশ্যে অভিষেক শৰ্মাই দুটা ছয় আৰু তিনিটা চাৰিৰে ১৩ বলত ৩১ ৰান সংগ্ৰহ কৰি প্ৰত্যুত্তৰ দিয়ে। কিন্তু তেওঁ আউট হোৱাৰ পিছতে উইকেট হেৰুৱাই হায়দৰাবাদ বিপদত পৰিল। টা এটাকৈ উইকেট হেৰুৱাই থাকিল। মাৰ্কৰাম (৭), নীতিশ কুমাৰ ৰেড্ডী (১৩), ক্লাচেন (৭) বেছি সময় টিকি থাকিব নোৱাৰিলে।

অধিনায়ক পেট কামিন্সে চেষ্টা কৰিছিল যদিও তেওঁৱো ১৫টা বলত ৩১ ৰান কৰি পেভলিয়নমুখী হয়। ৰান ৰেট ঠিকেই আছিল। কিন্তু ধাৰাবাহিক উইকেটৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদ ক্ৰমান্বয়ে খেলখনৰ আঁতৰি যায়। শেষত আৰচিবিৰ হাতত ৩৫ ৰানত পৰাস্ত হৈ খেলপথাৰ এৰিব লগা হয় ছানৰাইজাৰ্ছ। বহু দিনৰ অন্তত  আৰ চি বিৰ অনুৰাগীসকলে ষ্টেডিয়ামত বিজয় উদযাপন কৰা দেখা গ’ল।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ২০৬/৭ (কোহলী ৫১, পাটিদাৰ ৫০, উনাদকাট ৩০/৩)

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ১৭১/৮ (শ্বাহবাদ আহমেদ ৪০ নট আউট, অভিষেক শৰ্মা ৩১, পেট কামিন্স ৩১, গ্ৰীণ ১২/২)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ৩৫ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd