• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপোচহীন জুকাৰবাৰ্গ! ‘হোৱাটছএপ ব্যক্তিগত, কাৰোবাৰ Chat দেখুৱাবলৈ ক’লে ভাৰত এৰি গুচি যাম’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2024 2:44 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেটাই এইবাৰ দৃঢ় স্থিতি গ্ৰহণ কৰিলে। প্ৰয়োজন হ’লে ভাৰত এৰি যাবলৈও প্ৰস্তুত। বাতৰি অনুসৰি হোৱাটছএপে দিল্লী উচ্চ ন্যায়ালয়ত জনাইছে যে যদিহে ইয়াৰ প্লেটফৰ্মৰ মেছেজ এনক্ৰিপচন ভাঙিবলৈ বাধ্য হয় তেন্তে ভাৰতত মেছেজিং প্লেটফৰ্মটো বন্ধ কৰি দিয়া হ’ব।

এই এনক্ৰিপচনৰ জৰিয়তে সুৰক্ষা নিশ্চিত কৰা হয় যে প্লেটফৰ্মলৈ প্ৰেৰণ কৰা বাৰ্তাসমূহ কেৱলমাত্ৰ প্ৰেৰক আৰু প্ৰাপকেহে পঢ়িব আৰু ব্যৱহাৰ কৰিব পাৰে।

মেটা মালিকানাধীন কোম্পানীটোৰ এজন অধিবক্তাই আদালতত কয় যে, “এটা প্লেটফৰ্ম হিচাপে আমি কৈছো যে যদি আমাক এনক্ৰিপচন ভাঙিবলৈ কোৱা হয়, তেন্তে হোৱাটছএপ গুচি যাব”।

Apply Now

লগতে পঢ়কঃ IPL 2024: মুখলৈ পানী আহিল কোহলী বাহিনীৰ; ধাৰাবাহিক পৰাজয়ৰ পিছত SRHৰ বিৰুদ্ধে জয়ী RCB

হোৱাটছএপৰ গোচৰটো কি? হোৱাটছএপ আৰু ফেচবুকৰ মূল কোম্পানীটোৱে মেটা ইনফৰ্মেশ্যন টেকন’লজি (ইণ্টাৰমিডিয়েৰী গাইডলাইন আৰু ডিজিটেল মিডিয়া এথিক্স কোড) ৰেগুলেচন ২০২১ক প্ৰত্যাহ্বান জনাইছে। এই নিয়ম অনুসৰি কোম্পানীসমূহে চ্যাট ট্ৰেচ কৰিব লাগিব আৰু বাৰ্তা প্ৰেৰণ কৰা লোকক চিনাক্ত কৰিব লাগিব।

হোৱাটছএপে আদালতত কি ক’লে? ভাৰতত হোৱাটছএপৰ ব্যৱহাৰকাৰী ৪০ কোটিৰো অধিক। তেওঁলোকে আদালতত কয় যে মূলতঃ ইয়াৰ গোপনীয়তাৰ বৈশিষ্ট্যৰ বাবেই মানুহে হোৱাটছএপ ব্যৱহাৰ কৰে।

হোৱাটছএপে যুক্তি দিছে যে এপটোৰ এনক্ৰিপচনৰ লগতে ব্যৱহাৰকাৰীৰ গোপনীয়তাও উলংঘা কৰা যিকোনো নিয়মে ভাৰতীয় সংবিধানৰ ১৪, ১৯ আৰু ২১ অনুচ্ছেদৰ অধীনত নিশ্চিত কৰা মৌলিক অধিকাৰ উলংঘা কৰে।

সংস্থাটোৰ অধিবক্তাই কয় যে, “পৃথিৱীৰ আন ক’তো এনে নিয়ম নাই। আনকি ব্ৰাজিলতো নাই। আমি এটা সম্পূৰ্ণ চেইন ৰাখিব লাগিব আৰু কোনবোৰ বাৰ্তা ডিক্ৰিপ্ট কৰিবলৈ কোৱা হ’ব আমি নাজানো। অৰ্থাৎ লাখ লাখ বাৰ্তা বছৰ বছৰ ধৰি সংৰক্ষণ কৰিব লাগিব।”

লগতে পঢ়কঃ বন্ধ গাড়ীৰ ভিতৰতে শ্বাসৰুদ্ধ হৈ মৃত্যু দুটি শিশুৰ! মৰ্মান্তিক ঘটনাক লৈ চাঞ্চল্য, তদন্তত আৰক্ষী

উল্লেখ্য যে যোৱা বছৰ মেটাৰ বাৰ্ষিক অনুষ্ঠানত মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে ভাৰ্চুৱেল ভাষণত কৈছিল, “ভাৰত এনে এখন দেশ যিয়ে সকলোতকৈ আগুৱাই আছে… মানুহ আৰু ব্যৱসায়ে কেনেকৈ বাৰ্তা প্ৰেৰণক আকোৱালি লৈছে সেই ক্ষেত্ৰত আপোনালোকে বিশ্বক নেতৃত্ব দিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd