• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: বেয়াৰষ্ট’ৰ সন্মুখত দিশহাৰা কলকাতা; টী-২০ ইতিহাসত সৰ্বাধিক ৰান চেজ কৰি জয়লাভ পঞ্জাবৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2024 7:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমানৰ আই পি এলৰ মিড ছিজন মাত্ৰ অতিক্ৰম কৰিলে। ইয়াৰ মাজতে ২২ বাৰকৈ এটা ইনিংছত ২০০ৰো অধিক ৰান সংগ্ৰহ কৰা হৈছে। এইবাৰ শুকুৰবাৰৰ কলকাতা আৰু পঞ্জাৱৰ মেচখনো সেই তালিকাত প্ৰৱেশ কৰিলে।

এতিয়ালৈকে এই মেচখন শ্বাহৰুখ খান আৰু প্ৰীতি জিণ্টাৰ মাজত মৰ্যাদাৰ যুঁজ বুলি জনা গৈছিল। এইবাৰ আন এটা কাৰণত কলকাতা-পাঞ্জাৱ যুঁজখন ইতিহাসত লিপিবদ্ধ হ’ল। আই পি এলত সৰ্বাধিক ৰান চেজৰ অভিলেখ গঢ়িলে পঞ্জাবে। সেইদৰে, টী-২০ ইতিহাসতো এয়া সৰ্বাধিক ৰান চেজ। ইডেনত ছেম কাৰানৰ দলে ৮ উইকেটত জয়লাভ কৰে।

টছত জয়ী হৈ কাৰানে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। সাধাৰণতে ইডেনত ৰান অতিক্ৰম কৰি জয়ী হোৱাটোৱে স্বাভাৱিক। কিন্তু পঞ্জাৱৰ ডাঙৰ সমৰ্থকেও হয়তো ভাবিব পৰা নাছিল যে ইমান বিৰাট ৰান অতিক্ৰম কৰিব পাৰি।

Apply Now

আই পি এলত এতিয়ালৈকে সৰ্বাধিক ৰান চেজত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে। ২০২০ চনত এই পঞ্জাৱৰ বিৰুদ্ধে ২২৬ ৰান কৰি জয়লাভ কৰিছিল। শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছে তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছিল। তথাপি সেই ৰাণ অতিক্ৰম কৰিলে বেয়াৰষ্টো বাহিনীয়ে। ২৬২ ৰানৰ লক্ষ্য তেওঁলোকৰ বাবে কোনো বাধা যেন নালাগিল।

প্ৰথম ইনিংছত সম্পূৰ্ণৰূপে নাইটছৰ আধিপত্য আছিল। নাৰাইন আৰু ছল্টৰ যুটীত  ৰানৰ পাহাৰ গঢ়িছিল শ্ৰেয়াছ বাহিনীয়ে। পঞ্জাৱৰ ফিল্ডাৰসকলে একাধিক কেচ ড্ৰপ কৰি তেওঁলোকৰ কাম আৰু সহজ কৰি তুলিছিল।

পাৱাৰ প্লে’ত ৭৬ ৰান সংগ্ৰহ কৰে অপেনিং যুটীয়ে। ৰাবাডাক চাৰি মাৰি মাত্ৰ ২৪টা বলতে অৰ্ধশতক অৰ্জন কৰে নাৰাইনে। শতক হয়তো নাহিল, কিন্তু তেওঁৰ ইনিংছত আছিল মনোৰঞ্জনৰ সকলো মছলা। শেষত ৩২টা বলত ৭১ ৰান সংগ্ৰহ কৰি স্তব্ধ হৈ পৰিল নাৰাইনে।

ইপিনে, এফালে ধুমুহা বন্ধ হৈ গ’ল যদিও ফিল ছল্টৰ দমন তেতিয়াও চলি আছিল। ছল্টে ৩৭টা বলত ৭৫ ৰান সংগ্ৰহ কৰি কাৰানৰ দুৰ্দান্ত য়ৰ্কাৰত আউট হৈ উভতি আহে। ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল, শ্ৰেয়াছ আয়াৰৰ আক্ৰমণাত্মক বেটিং  সত্ত্বেও কলকাতা ২৬১ ৰানতে সীমাবদ্ধ থাকিল। বেয়াৰষ্ট’ৰ অদমনীয় ইনিংছৰ আগত সেইটোও সামান্য যেন লাগিছিল। ১০৮ ৰানত তেওঁ অপৰাজিত হৈ থাকে।

পঞ্জাৱৰ ইনিংছৰ আৰম্ভণিৰে পৰাই প্ৰভসিমৰন সিঙে ধুমুহাৰ সৃষ্টি কৰিছিল। মিচেল ষ্টাৰ্কৰ ঠাইত শ্ৰীলংকাৰ দুস্মন্ত চামিৰাই তেওঁৰ সন্মুখত ভাল অভিষেক ঘটাব নোৱাৰিলে। অৱশ্যে একমাত্ৰ সুনীল নাৰাইনৰ বাহিৰে পঞ্জাৱৰ অ’পেনাৰৰ সন্মুখত কোনেও তিষ্ঠিব নোৱাৰিলে। শেষত শশাংক সিঙে আকৌ এবাৰ ৰাজকীয় ইনিংছ খেলিলে। বেয়াৰষ্টো-শশাংকৰ সংহাৰেৰে পঞ্জাবে ৮ উইকেটত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

কলকাতা নাইট ৰাইডাৰ্ছ: ২৬১/৬ (ছল্ট ৭৫, নাৰাইনে ৭১, অৰ্শ্বদীপ ৪৫/২)

পঞ্জাব কিংছঃ ২৬২/২ (বেইৰষ্টো ১০৮, শশাংক ৬৮, নাৰাইন ২৪/১)

পঞ্জাব কিংছে ৮ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd