• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: গাঁঠি সুলকিল চেন্নাইৰ! পঞ্জাৱৰ হাতত পৰাজিত হৈ প্লে অফৰ দৌৰত চাপত পৰিল ছুপাৰ কিংছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2024 7:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আই পি এলত প্ৰথমবাৰৰ বাবে আউট হ’ল ধোনী। তাৰ লগতে তেওঁৰ চেন্নাই এক্সপ্ৰেছো লাইনচ্যুত হৈ পৰিল। ঘৰুৱা খেলপথাৰ চিপকত পঞ্জাৱ কিংছৰ হাতত পৰাস্ত হয় চেন্নাই ছুপাৰ কিংছ। প্লে অফৰ দৌৰত হালধীয়া আৰ্মি আন দলতকৈ  যথেষ্ট পিছ পৰিল। আনহাতে, একেৰাহে দুখন মেচত জয়লাভ কৰি পঞ্জাবে প্লে অফ খেলাৰ আশা এতিয়াও সজীৱ ৰাখিলে।

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে বিশ্ব অভিলেখ গঢ়ি মেচখনত জয়লাভ কৰিছিল ছেম কাৰানৰ পঞ্জাৱ কিংছ দলে। আনহাতে, চেন্নাই ছুপাৰ কিংছে হায়দৰাবাদৰ বিধ্বংসী বেটিঙক তচনচ কৰি দিছিল।

বুধবাৰে দুয়োটা দলে চিপকত আত্মবিশ্বাসেৰে নামিছিল। অৱশ্যে খেলখনৰ আৰম্ভণিতে পঞ্জাবে নিজৰ শক্তি প্ৰদৰ্শন কৰে। বিপক্ষৰ ঘৰুৱা খেলপথাৰ হ’লেও আৰম্ভণিৰে পৰাই ৰাহুল চাহাৰ বাহিনীয়ে চেন্নাইক বেকফুটত ঠেলি দিয়ে। যোৱা মেচখনৰ নায়ক জনী বেয়াৰষ্টোৱে বেটেৰে পাঞ্জাব কিংছৰ জয় নিশ্চিত কৰে।

Apply Now

পাৱাৰ প্লে শেষ হোৱাৰ পিছতে চেন্নাইয়ে নিয়মিত উইকেট হেৰুৱাই থাকিল। বিশ্বকাপ দলত সুযোগ পোৱাৰ পিছদিনাই শূন্য হাতেৰে উভতিল শিৱম ডুবেই। অধিনায়ক ৰুতুৰাজ গাইকোৱাডে এটা মূৰৰ পৰা ইনিংছ গঢ়িবলৈ চেষ্টা কৰিছিল যদিও আনটো মূৰৰ পৰা একেবাৰেই সহায় নাপালে।

ৰান ৰেট বৃদ্ধিৰ বাবে ইমপেক্ট চাব হিচাপে সমীৰ ৰিজভিকো নমোৱা হয়। তাতো কোনো সহায় নহ’ল। ২০ অভাৰৰ শেষত চেন্নাইয়ে ১৬২ ৰান সংগ্ৰহ কৰে। মন কৰিবলগীয়া যে চলিত আই পি এলত মহেন্দ্ৰ সিং ধোনী অপৰাজিত আছিল। কিন্তু এইবাৰ ইনিংছৰ শেষ বলটোত তেওঁ ৰান ল’বলৈ গৈ আউট হৈ আহিল।

১৬৩ ৰানৰ লক্ষ্য খেদি পঞ্জাবে বিশেষ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। পাৱাৰ প্লে’ত প্ৰভসিমৰণ সিঙক আউট কৰা হয় যদিও বেইৰষ্ট’ৱে ইনিংছ নিয়ন্ত্ৰণ কৰে। ইংৰাজ বেটছমেনগৰাকীয়ে ৰাইলী ৰ’ছ’ৰ সৈতে দুৰ্দান্ত পাৰ্টনাৰশ্বিপ গঢ়ি মেচখনৰ গতি পাঞ্জাৱলৈ ঘূৰাই আনে।

শেষত চেন্নাইৰ বলাৰসকলে চেষ্টা কৰিছিল যদিও হালধীয়া আৰ্মিৰ বাবে এই জয় দূৰতে থাকিল৷ ১০খন মেচত ১০ পইণ্ট লাভ কৰি চেন্নাইয়ে প্লে অফত প্ৰৱেশৰ যুঁজখন অধিক কঠিন কৰি পেলালে।

সংক্ষিপ্ত স্কোৰঃ

চেন্নাই ছুপাৰ কিংছঃ ১৬২/৭ (ৰুতুৰাজ ৬২, হৰপ্ৰীত ২/১৭, ৰাহুল ২/১৬)

পাঞ্জাব কিংছ: ১৬৩/৩ (বেইৰষ্টো ৪৬, ৰছ’ ৪৩)

পঞ্জাবে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd