• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! বেঁকী নদীত গা ধুবলৈ গৈ বৰপেটা ৰোডৰ তিনি যুৱকৰ কৰুণ মৃত্যু

এন ই নাও নিউজ, বৰপেটাৰোড by এন ই নাও নিউজ, বৰপেটাৰোড
May 2, 2024 11:05 am
ফটোঃ ছচিয়েল মিডিয়াৰ পৰা সংগ্ৰহীত।

ফটোঃ ছচিয়েল মিডিয়াৰ পৰা সংগ্ৰহীত।

23.9k
VIEWS
Share on FacebookShare on Twitter

অত্যন্ত মৰ্মান্তিক ঘটনা। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে লাগি থকা বেঁকী নদীত গা ধুবলৈ নামি সলিল সমাধি ঘটিল তিনি সম্ভাৱনাপূৰ্ণ যুৱকৰ।

ঘটনাৰ বলি যুৱক তিনিজনক বৰপেটা ৰোডৰ কৃষ্ণ নগৰৰ দুই ভাতৃ দ্বীপ সাহা, ৰাজ সাহা আৰু বন্ধু অভিজিৎ কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়কঃ কোভিড ভেকচিনৰ প্ৰমাণ পত্ৰৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰী মোডীৰ ফটো; কিয় দিয়া হ’ল আঁতৰাই?

জানিব পৰা মতে, ১ মেত বন্ধৰ দিনত গাড়ী লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ গৈছিল যুৱক তিনিজন।

প্ৰাকৃতিক দৃশ্য উপভোগৰ মাজতে তিনিওজনে গা ধুবলৈ বেঁকী নৈত নামিছিল। তাৰপিছতে তেওঁলোক নৈখনত সন্ধানহীন হৈ পৰে।

বৃহস্পতিবাৰে পুৱা এজন যুৱক দ্বীপ সাহাৰ ভাতৃ ৰাজ সাহাৰ মৃতদেহ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়। আনহাতে, আন দুই যুৱক দ্বীপ সাহা আৰু অভিজিৎ কৰ্মকাৰ এতিয়াও নিখোজ হৈ আছে।

লগতে পঢ়কঃ দুটা ভাগত বিভাজন হ’ল ১২৭ বছৰ পুৰণি গডৰেজ কোম্পানী; সম্পত্তিৰ ভাগ-বটৰা সম্পূৰ্ণ

দ্বীপ সাহা পঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। আনহাতে, ভাতৃ ৰাজ সাহা আছিল এগৰাকী ফটোগ্ৰাফাৰ। 

Recent News

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd