• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিতৃয়ে কিনি ৰাখিছিল মিঠাই, ফটকা! বিশ্বকাপত সুযোগ নাপাই কাক প্ৰথম ফোন ৰিংকু সিঙৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2024 2:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টী-২০ বিশ্বকাপৰ ভাৰতীয় দলত সুযোগ নাপালে ৰিংকু সিঙে। পুত্ৰই সুযোগ নোপোৱাত হতাশ হৈ পৰিছে কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰৰ পিতৃ খানচন্দ্ৰ সিঙ। তেওঁলোকৰ পৰিয়ালৰ সকলোৱে হতাশ। দলত সুযোগ নোপোৱাৰ পিছত ৰিংকুৱে প্ৰথমে মাকৰ লগত কথা পাতে।

এই মুহূৰ্তত দেশৰ টী-২০ ক্ৰিকেটত অন্যতম শ্ৰেষ্ঠ ফিনিছাৰ হিচাপে পৰিচিত ৰিংকু সিং। দেশৰ জাৰ্চি পিন্ধি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো তেওঁ যথেষ্ট সফল। কে কে আৰ ক্ৰিকেটাৰগৰাকীয়ে অন্তিম অভাৰত যিকোনো বলাৰৰ বল খেলপথাৰৰ বাহিৰলৈ সহজে পঠিয়াব পাৰে।

লগতে পঢ়কঃ কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান বিপদজনক? বিশেষজ্ঞ পেনেল গঠনৰ আবেদন উচ্চতম ন্যায়ালয়ত

Apply Now

বহুতে তেওঁ বিশ্বকাপৰ দলত সুযোগ নোপোৱাত আচৰিত হৈছে। ৰিংকুৰ পৰিয়ালটোক আচৰিত কৰাৰ লগতে হতাশাইও আৱৰি ধৰিছে। পিতৃ খানচন্দ্ৰই কয়, “আশাটো আছিলেই। সেয়ে, আৰু অধিক হতাশ অনুভৱ কৰিছো। আমি উদযাপন কৰিবলৈ মিঠাই আৰু ফটকাও কিনিলোঁ। আমি আশা কৰিছিলোঁ যে ৰিংকু কেৱল ১৫ জনীয়া দলতেই নহয়, বিশ্বকাপৰ বাবে প্ৰথম একাদশতো থাকিব। কিন্তু দলত স্থান নাপালে। আমাৰ সকলোৰে মন ভাঙি পৰিছে। ৰিংকুও বৰ হতাশ।” খানচন্দ্ৰই কয় যে ঘৰৰ কোনেও আগতে কিনি ৰখা মিঠাই খাব নিবিচাৰে।

দল ঘোষণাৰ পিছত ল’ৰাটোৰ লগত কথা পাতিছেনে? ৰিংকুৰ পিতৃয়ে কয়, “হয়, ৰিংকুৱে মাকক ফোন কৰিছিল।” কৈছিল যে “মোৰ বিশ্বকাপ খেলাৰ কোনো সুযোগ নাই। কাৰণ মোৰ নাম ১১ জনীয়া দলত নাই, আনকি ১৫ জনীয়া দলটোতো নাই। কিন্তু হয়তো আমি দলটোৰ সৈতে আমেৰিকালৈ যাব লাগিব।”

ৰিংকুক ৰিজাৰ্ভ মেম্বাৰ হিচাপে ৰখা হৈছে। ঘোষিত দলৰ যিকোনো বেটছমেনক সলনি কৰিলে কেকেআৰৰ বেটছমেনৰ বাবে বিশ্বকাপৰ দুৱাৰ মুকলি হ’ব পাৰে।

লগতে পঢ়কঃ IPL 2024: গাঁঠি সুলকিল চেন্নাইৰ! পঞ্জাৱৰ হাতত পৰাজিত হৈ প্লে অফৰ দৌৰত চাপত পৰিল ছুপাৰ কিংছ

এই পৰ্যন্ত দেশৰ হৈ ১৫খন টী-২০ মেচ খেলিছে ৰিংকুৱে। ৩৫৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ গড় ৮৯। ষ্ট্ৰাইক ৰেট ১৭৬.২৩। শেষত বেটিং কৰিবলৈ নামিও তেওঁ দুটা অৰ্দ্ধশতক অৰ্জন কৰে। দেশৰ হৈ এদিনীয়া খেলো খেলিছিল। এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দলটোৰ অন্যতম সদস্য আছিল ৰিংকু। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd