• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মামাই ভৰসা! ৯ বছৰৰ মূৰত বলীউডলৈ ঘূৰি আহিছে ভাগিন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 3, 2024 10:20 am
মামাই ভৰসা! ৯ বছৰৰ মূৰত বলীউডলৈ ঘূৰি আহিছে ভাগিন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ৯ বছৰৰ বিৰতিৰ অন্তত অৱশেষত বলীউডলৈ ঘূৰি আহিছে ‘জানে তু…য়া জানে না’ৰ চিনেমাৰ নায়োক ইমৰাণ খান। মোমায়েক আমিৰ খানৰ প্ৰডাকচন কোম্পানীৰ সহায়ত পুনৰ বলীউডলৈ প্ৰত্যাৱৰ্তন ঘটিছে অভিনেতাগৰাকীৰ।

প্ৰাপ্ত খবৰ অনুসৰি আমিৰ খানৰ প্ৰডাকচন কোম্পানীয়ে নিৰ্মাণ কৰা ‘হেপ্পী পেটেল’ নামৰ এখন কমেডী ছবিৰ জৰিয়তে বলীউডত পুনৰ প্ৰৱেশ ঘটিব অভিনেতাগৰাকীৰ।

উল্লেখ্য যে প্ৰায় আঠ মাহ পূৰ্বে ইমৰাণে ইংগিত দিছিল যে তেওঁ হয়তো পুনৰ বলীউডলৈ ঘূৰি আহিব।

খবৰ অনুসৰি গোৱাত ইতিমধ্যে চিনেমাখনৰ শ্বুটিং আৰম্ভ হৈছে।

জানিব পৰা মতে যে এই ছবিখনৰ পৰিচালনাৰ দ্বায়িত্বত আছে কৌতুক অভিনেতা বীৰ দাস। উল্লেখ্য যে ২০১১ চনত ইমৰাণ আৰু বীৰে একেলগে অভিনয় কৰিছিল ‘দিল্লী বেলী’ নামৰ ছবিখনত। ‘হেপ্পী পেটেল’ নামৰ ছবিখন হ’ব বীৰ দাসে পৰিচালনা কৰা প্ৰথমখন ছবি।

ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত ইমৰাণে অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা প্ৰকাশ কৰিছিল। সেই সাক্ষাৎকাৰত তেওঁ কৈছিল, ‘২০১৬ চনত মই অভিনয়ৰ পৰা বিৰতি লৈছোঁ। কিয়নো মই কপালগুনাত এটা উদ্যোগত কাম কৰি আছোঁ। এই কামৰ পৰা মই যথেষ্ট উপাৰ্জন কৰিছোঁ। গতিকে ৩০ বছৰ বয়স হোৱাৰ আগতেই মই টকাৰ চিন্তাৰ পৰা মুক্তি পালোঁ। এতিয়া মই মোৰ সন্তানৰ ভৱিষ্যত ঠিক কৰিব লাগিব।’

ইমৰাণৰ উল্লেখযোগ্য চিনেমাসমূহ হৈছে – ‘জানে তু…য়া জানে না’, ‘দিল্লী বেলি’, ‘লাক’, ‘মেৰে ব্ৰাদাৰ কি দুলহান’, ‘আই হেট লাভ ষ্ট’ৰীজ’ আৰু ‘এক মে আৰু এক তু’।

ইমৰাণক শেষবাৰৰ বাবে ২০১৫ চনত কংগনা ৰানাউটৰ সৈতে ‘কট্টী বাট্টি’ চিনেমাত দেখা গৈছিল। ইয়াৰ তিনি বছৰৰ পাছত তেওঁ ‘মিছন মাৰ্চ: কীপ ৱাকিং ইণ্ডিয়া’ নামৰ এখন চুটি ছবি পৰিচালনা কৰিছিল।

মন কৰিবলগীয়া যে ইমৰানে ১৯৮৮ চনত ‘কায়ামত সে কায়ামত তক’ নামৰ ছবিখনত শিশু অভিনেতা হিচাপে ৰূপালী পৰ্দাৰ জগতখনত প্ৰৱেশ কৰিছিল আমিৰ খানৰ ভাগিন ইমৰাণ খানে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd