• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাজপেয়ীৰ গাঁৱত নাই কলেজ, চাকৰি, উদ্যোগ ! কিয় বিজেপিক ভোট দিম বুলি প্ৰশ্ন ৰাইজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2024 3:18 pm
172
VIEWS
Share on FacebookShare on Twitter

বাটেশ্বৰ এখন গাঁৱৰ নাম। আগ্ৰাৰ পৰা ৮০ কিলোমিটাৰ নিলগত যমুনা নদীৰ পাৰৰ এখন সৰু গাঁও বাটেশ্বৰ।বাটেশ্বৰৰ কোনো বিশেষ স্মৃতি নাই কেৱল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নাম এই গাঁৱৰ লগত জড়িত। বাজপেয়ীৰ স্মৃতি এতিয়াও এই গাঁৱৰ ধূলিৰ মাজত ৰৈ আছে। কিন্তু, বিজেপিৰ প্ৰতিষ্ঠাপক বাজপেয়ীৰ গাঁৱত আজিকোপতি নিৰ্মাণ হোৱা নায় এখন মহাবিদ্যালয়৷

বাজপেয়ীৰ আত্মীয় এতিয়াও বাটেশ্বৰত থাকে। উত্তৰ প্ৰদেশ চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি দি থাকিলেও ইয়াত চৰকাৰী মহাবিদ্যালয় নাই। এইবাৰো একেই প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। গতিকে প্ৰয়াত প্ৰধানমন্ত্ৰীৰ আত্মীয়ই আশা এৰিব বিচাৰিছে। ৭৫ বছৰীয়া মংগলচৰণ শুক্লাই কয় যে যোগী আদিত্যনাথ ২০১৮ চনৰ ৮ ছেপ্টেম্বৰত বাজপেয়ীৰ মূৰ্তিত সেৱা অৰ্পণ কৰিবলৈ আহিছিল। সেইদিনা মহাবিদ্যালয় নির্মাণকে ধৰি কেইবাটাও প্রতিশ্রুতি দিছিল৷ অৱশ্যে আজিও সেয়া পূৰণ হোৱা নাই। তেওঁৰ মতে, এতিয়া বিজেপিয়ে বাজপেয়ীৰ জন্মদিন (২৫ ডিচেম্বৰ) আৰু মৃত্যুৰ দিন (১৬ আগষ্ট)তহে স্মৰণ কৰে।

এই গাঁৱৰ বহুতেই জানে যে এদিন বাজপেয়ীৰ দেউতাকে আজগাওঁ এৰি গোৱালিয়ৰলৈ গৈছিল ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে।বৰ্তমান আগ্ৰাৰ যোগী চৰকাৰৰ উচ্চ শিক্ষামন্ত্ৰী যোগেন্দ্ৰ উপাধ্যায় বাটেশ্বৰৰ বিধায়ক। বাজপেয়ীয়ে শৈশৱৰ কেইবাবছৰ এইখন গাঁৱতে কটাইছিল। প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মাত্ৰ এবাৰহে গাঁৱলৈ উভতি আহিছিল। লগতে তেওঁ গাঁৱৰ ৰাইজক বহু সেৱাৰ প্ৰতিশ্ৰুতি দিছিল।

বাটেশ্বৰত ভোটাৰৰ সংখ্যা মাত্ৰ ৭ হাজাৰ। সকলোৰে এটাই দাবী চৰকাৰী মহাবিদ্যালয়। দশম শ্ৰেণীৰ পাছত পঢ়িবলৈ ওচৰতে স্কুল নাই। ইয়াৰ পাছত পঢ়া-শুনা কৰিব বিচাৰিলে প্ৰতিদিনে ১২ কিঃমিঃ দূৰলৈ যাত্ৰা কৰিব লাগে।অঞ্চলটোত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চাহিদা দীৰ্ঘদিনীয়া। যোৱা বছৰ মুখ্যমন্ত্ৰী আদিত্যনাথে ইয়ালৈ আহি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী সংস্কৃত কেন্দ্ৰ উদ্বোধন কৰিছিল।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd