• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাজপেয়ীৰ গাঁৱত নাই কলেজ, চাকৰি, উদ্যোগ ! কিয় বিজেপিক ভোট দিম বুলি প্ৰশ্ন ৰাইজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2024 3:18 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাটেশ্বৰ এখন গাঁৱৰ নাম। আগ্ৰাৰ পৰা ৮০ কিলোমিটাৰ নিলগত যমুনা নদীৰ পাৰৰ এখন সৰু গাঁও বাটেশ্বৰ।বাটেশ্বৰৰ কোনো বিশেষ স্মৃতি নাই কেৱল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নাম এই গাঁৱৰ লগত জড়িত। বাজপেয়ীৰ স্মৃতি এতিয়াও এই গাঁৱৰ ধূলিৰ মাজত ৰৈ আছে। কিন্তু, বিজেপিৰ প্ৰতিষ্ঠাপক বাজপেয়ীৰ গাঁৱত আজিকোপতি নিৰ্মাণ হোৱা নায় এখন মহাবিদ্যালয়৷

বাজপেয়ীৰ আত্মীয় এতিয়াও বাটেশ্বৰত থাকে। উত্তৰ প্ৰদেশ চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি দি থাকিলেও ইয়াত চৰকাৰী মহাবিদ্যালয় নাই। এইবাৰো একেই প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। গতিকে প্ৰয়াত প্ৰধানমন্ত্ৰীৰ আত্মীয়ই আশা এৰিব বিচাৰিছে। ৭৫ বছৰীয়া মংগলচৰণ শুক্লাই কয় যে যোগী আদিত্যনাথ ২০১৮ চনৰ ৮ ছেপ্টেম্বৰত বাজপেয়ীৰ মূৰ্তিত সেৱা অৰ্পণ কৰিবলৈ আহিছিল। সেইদিনা মহাবিদ্যালয় নির্মাণকে ধৰি কেইবাটাও প্রতিশ্রুতি দিছিল৷ অৱশ্যে আজিও সেয়া পূৰণ হোৱা নাই। তেওঁৰ মতে, এতিয়া বিজেপিয়ে বাজপেয়ীৰ জন্মদিন (২৫ ডিচেম্বৰ) আৰু মৃত্যুৰ দিন (১৬ আগষ্ট)তহে স্মৰণ কৰে।

এই গাঁৱৰ বহুতেই জানে যে এদিন বাজপেয়ীৰ দেউতাকে আজগাওঁ এৰি গোৱালিয়ৰলৈ গৈছিল ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে।বৰ্তমান আগ্ৰাৰ যোগী চৰকাৰৰ উচ্চ শিক্ষামন্ত্ৰী যোগেন্দ্ৰ উপাধ্যায় বাটেশ্বৰৰ বিধায়ক। বাজপেয়ীয়ে শৈশৱৰ কেইবাবছৰ এইখন গাঁৱতে কটাইছিল। প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মাত্ৰ এবাৰহে গাঁৱলৈ উভতি আহিছিল। লগতে তেওঁ গাঁৱৰ ৰাইজক বহু সেৱাৰ প্ৰতিশ্ৰুতি দিছিল।

বাটেশ্বৰত ভোটাৰৰ সংখ্যা মাত্ৰ ৭ হাজাৰ। সকলোৰে এটাই দাবী চৰকাৰী মহাবিদ্যালয়। দশম শ্ৰেণীৰ পাছত পঢ়িবলৈ ওচৰতে স্কুল নাই। ইয়াৰ পাছত পঢ়া-শুনা কৰিব বিচাৰিলে প্ৰতিদিনে ১২ কিঃমিঃ দূৰলৈ যাত্ৰা কৰিব লাগে।অঞ্চলটোত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চাহিদা দীৰ্ঘদিনীয়া। যোৱা বছৰ মুখ্যমন্ত্ৰী আদিত্যনাথে ইয়ালৈ আহি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী সংস্কৃত কেন্দ্ৰ উদ্বোধন কৰিছিল।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd