• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

AHSEC HS Resiult 2024: কলা শাখাত শীৰ্ষত বাক্সা, বিজ্ঞানত শীৰ্ষত তামুলপুৰ আৰু বাণিজ্যত শীৰ্ষত শিৱসাগৰ জিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2024 9:50 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2.9k
VIEWS
Share on FacebookShare on Twitter

আজি (৯ মে) ঘোষণা কৰা হৈছে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পূৰ্বৰ সকলো অভিলেখ এইবাৰ ভংগ কৰিছে উত্তীৰ্ণ হাৰে। অৱশ্যে এইবাৰ ফলাফলত কোনো স্থানপ্ৰাপ্ত তালিকা প্ৰকাশ কৰা নাই সংসদে।

এইবাৰৰ ফলাফল অনুসৰি, কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪০,৪৯৯ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬৫,৫৩২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৭২,৭৭৫ গৰাকী শিক্ষাৰ্থী।

সেইদৰে, বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৩,৫৫২ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৭,৩৩৯গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৮,০৬২ গৰাকী শিক্ষাৰ্থী।

আনহাতে, বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৫,৯১৫ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬,০৮৭ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১৯৪ গৰাকী শিক্ষাৰ্থী।

ফলাফল অনুসৰি জিলা ভিত্তিত কলা শাখাত বাক্সা, বিজ্ঞান শাখাত তামুলপুৰ আৰু বাণিজ্যা শাখাত শিৱসাগৰ জিলাই শীৰ্ষস্থান দখল কৰিছে।

এইবাৰৰ ফলাফলত উত্তীৰ্ণৰ হাৰত কলা শাখাত শীৰ্ষস্থানত জিলিকিছে বাক্সা জিলা। বাক্সা জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৪৪ শতাংশ। কলা শাখাত উত্তীৰ্ণৰ দ্বিতীয় স্থানত আছে নলবাৰী জিলা। নলবাৰী জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.০৩ শতাংশ। কলা শাখাত উত্তীৰ্ণৰ হাৰত তৃতীয় স্থানত আছে দৰং জিলা। দৰঙত উত্তীৰ্ণৰ হাৰ ৯৬.৫৯ শতাংশ।

সেইদৰে, বিজ্ঞান শাখাত শীৰ্ষস্থানত জিলিকিছে তামুলপুৰ জিলা। তামুলপুৰ জিলাত উত্তীৰ্ণৰ হাৰ ৯৭.৯৮ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ দ্বিতীয় স্থানত আছে শিৱসাগৰ জিলা। শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ ৯৭.৬০ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত আছে বাক্সা জিলা। বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৫.৮৬ শতাংশ।

আনহাতে, বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষত আছে শিৱসাগৰ জিলা। শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ ৯৭.৪২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰত দ্বিতীয় স্থানত আছে বজালী জিলা। বজালী জিলাত উত্তীৰ্ণৰ হাৰ ৯৬.৯১ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত আছে দুখন জিলা। বাক্সা আৰু চৰাইদেউ জিলাত একেলগে উত্তীৰ্ণৰ হাৰ ৯৫.৮৮ শতাংশ।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd