• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেওঁৰ কামনাৰ বলি ১২০ গৰাকী কিশোৰী-যুৱতী-মহিলা! জেলতেই মৃত্যু ভণ্ড সাধু `জেলেবী বাবা’ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2024 1:18 pm
জেলেবী বাবা' ওৰফে কুখ্যাত বাবা বিল্লু ৰাম। ফাইল ফটোঃ সংগ্ৰহীত।

জেলেবী বাবা' ওৰফে কুখ্যাত বাবা বিল্লু ৰাম। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘জেলেবী বাবা’ ওৰফে কুখ্যাত বাবা বিল্লু ৰামৰ জীৱনৰ যৱনিকা ঘটিছে। কিছুমানৰ বাবে তেওঁ অমৰপুৰী নামেৰেও পৰিচিত আছিল। নিজকে ‘গডমেন’ বুলি দাবী কৰা বিল্লু ৰামে ১২০ গৰাকীতকৈও অধিক মহিলাক ধৰ্ষণ কৰিছিল। তাৰ পিছত তেওঁলোকক ব্লেকমেইল কৰি অশ্লীল ভিডিঅ’ বনাইছিল।

এই অপৰাধৰ বাবেই হাৰিয়ানাৰ হিছাৰ জেলত তেওঁ ১৪ বছৰ যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল। বিল্লু ৰাম আছিল কেন্দ্ৰীয় কাৰাগাৰ-২ত। যোৱা বুধবাৰে নিশা হঠাতে বুকুত বিষ অনুভৱ কৰিছিল। ইয়াৰ পিছতে জেল কৰ্তৃপক্ষই তেওঁক হাৰিয়ানাৰ মহাৰাজা আগৰসেন মেডিকেল কলেজলৈ লৈ যায়। জানিব পৰা মতে বিল্লু ৰামৰ হাৰ্ট এটেকত মৃত্যু হয়।

কোন এই জেলেবি বাবা? বিল্লু ৰামৰ ঘৰ পঞ্জাৱৰ মানছাত। টোহানাত বাস কৰিছিল। তেওঁ আগতে টোহানাত সৰু ঠেলা এখনত জেলেপি বিক্ৰী কৰিছিল কাৰণ ‘জেলেবী বাবা’ নামেৰে পৰিচিত হয়। কাৰণ তেওঁ জেলেপি বিক্ৰী বাদ দি বাবা হৈ টোহানাত এখন আশ্ৰম স্থাপন কৰিছিল।

Apply Now

লগতে পঢ়কঃ পৰীক্ষাৰ আগদিনাই NEET ৰ প্ৰশ্নকাকত পাইছিল বিহাৰৰ ২০ গৰাকী পৰীক্ষাৰ্থীয়ে; জেৰাত ওলাল জোলোঙাৰ মেকুৰী!

টোহানাৰ বাবা আছিল বালক নাথ মন্দিৰৰ মহন্ত। ১২০ গৰাকীৰো অধিক মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল। জনা যায় যে তেওঁ মহিলাৰ চাহৰ লগত ড্ৰাগছ মিহলাই দুস্কাৰ্য সংঘটিত কৰিছিল।

বিল্লু ৰামে তন্ত্ৰ আৰু মন্ত্ৰৰ নামত নাৰীক নিচা কৰোৱাই তেওঁলোকৰ লগত জঘন্য কাম কৰিবলৈ তেওঁ কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল। আনকি ধৰ্ষিতাসকলৰ ভিডিঅ’ও শ্বুট কৰিছিল। সেইবোৰ পিছত ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে। জেলেবী বাবাৰ আশ্ৰমত আৰক্ষীয়ে যথেষ্ট যৌন চিডিও উদ্ধাৰ কৰে।

২০১৮ চনত টোহানাৰ ফতেহাবাদ জিলাত শ্বুট কৰা এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰে। তাত দেখা যায় যে এই ভণ্ড বাবাই এগৰাকী নাৰীৰ লগত লজ্জাজনক কামত লিপ্ত হৈছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰাইজে বাবাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। বাবাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়কঃ বিজেপিক কিয় ৪০০ আসন লাগে? বাবৰি মছজিদৰ প্ৰসংগেৰে ওড়িশাৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী

২০২০ চনত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল। আদালতত তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছিল মহিলা আৰু আৰক্ষী বিষয়াকে ধৰি প্ৰায় ২০ জন লোকে। বাবাৰ বিৰুদ্ধে থকা সকলো অভিযোগ ফাতেহাবাদ আদালতত প্ৰমাণিত হয়। ইয়াৰ পিছত আদালতে তেওঁক ১৪ বছৰৰ কাৰাদণ্ড আৰু ৩৫ হাজাৰ টকা জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে। এই আশ্ৰমত আফিংও পোৱা যায়। এন ডি পি এছ আইনৰ অধীনতো ভণ্ড বাবাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd