• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“এই বছৰেই মোৰ শেষ”, ইডেনত ৰোহিতৰ ভিডিঅ’ই সূচনা কৰিলে নতুন বিতৰ্কৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2024 2:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইডেনত মুম্বাই ইণ্ডিয়ানছ বনাম কেকেআৰ খেলৰ পূৰ্বে নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিছে। কলকাতা নাইট ৰাইডাৰ্ছৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰৰ সৈতে ৰোহিতৰ বাৰ্তালাপৰ ভিডিঅ’ ফাদিল হৈছে। তাতেই আৰম্ভ হৈছে বিতৰ্কৰ।

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শুকুৰবাৰে সন্ধিয়া ইডেনত কেকেআৰ আৰু মুম্বাইৰ অনুশীলনৰ সময়ত লোৱা হৈছিল। ভিডিঅ’টো পোষ্ট কৰিছে কেকেআৰে। তাতেই অভিষেকৰ লগত কথা পাতি থকা দেখা যায় ৰোহিত। অৱশ্যে কিছু সময়ৰ পিছতে ভিডিঅ’টো আঁতৰাই দিয়া হয়।

 কিন্তু সেই ভিডিঅ’টোত কি আছিল? কেইমিনিটমানৰ সেই ভিডিঅ’টোত  ৰোহিতৰ কণ্ঠত অভিমানৰ সুৰ ফুটি উঠে। তেওঁ কয়, “লাহে লাহে সকলো সলনি হৈ আছে। কিন্তু সেইবোৰ তেওঁলোকৰ কথা। মই আৰু একো গুৰুত্ব নিদিওঁ। এইটোৱে মোৰ শেষ বছৰ। কিন্তু যিয়েই নহওক, মন্দিৰটো মোৰ হাতেৰে নিৰ্মাণ হৈছে। সেইটো মোৰ ঘৰ। মোৰ হাতেৰে দলটো গঢ়া হৈছে।”

লগতে পঢ়কঃ মান-ইজ্জত নাই নেকি ক্ৰিকেটাৰৰ : অপমানিত ক্ৰিকেটাৰৰ পক্ষত মহম্মদ ছামী

চলিত বৰ্ষৰ আই পি এলৰ আৰম্ভণিতে হঠাৎ ৰোহিতৰ ঠাইত মুম্বাইয়ে হাৰ্দিকক অধিনায়ক হিচাপে ঘোষণা কৰে। তেতিয়াৰ পৰা দলটোত বহু পৰিৱৰ্তন ঘটিছে।

শুকুৰবাৰে সন্ধিয়া ইডেনৰ মাজত থিয় হৈ অভিষেকৰ আগত সেই মনৰ কথা কৈ আছিল ৰোহিতে। যিটো ফোনত বন্দী কৰা হৈছিল, আৰু কে কে আৰৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰা হৈছিল। তাৰ পিছতে সূচনা হ’ল বিতৰ্কৰ।

… That chat.

Rohit to Nayar "Ek ek cheez change ho rha hai!,, Wo unke upar hai,,, Jo bhi hai wo mera ghar hai bhai, wo temple mene banwaya hai"

Last line – "Bhai mera kya mera to ye last hai" And now KKR deleted that chatting video of Rohit Sharma and Nayar

#RohitSharma pic.twitter.com/4BiQzutQdH

— HitMan 🌼 (@Sachin__i) May 11, 2024

কোৱা বাহুল্য যে ৰোহিতে মুম্বাই এৰি যোৱাটো এতিয়া মাথোঁ সময়ৰ অপেক্ষা। কিন্তু কেকেআৰৰ বিৰুদ্ধে খেলখনৰ প্ৰাকক্ষণত হয়তো কোনোৱেই পোনে পোনে প্ৰাক্তন অধিনায়কগৰাকীৰ মুখৰ পৰা এই কথা শুনিবলৈ সাজু নাছিল।

স্বাভাৱিকতে এই ভাইৰেল ভিডিঅ’টোৱে মুম্বাই শিবিৰত অস্বস্তিৰ সৃষ্টি কৰিছে। সেইবাবেই ভিডিঅ’টো পোষ্ট কৰাৰ কিছু মুহূৰ্ত পিছতে ডিলিট কৰা হয়। কিন্তু তাৰ আগতেই এই বিতৰ্কিত ভিডিঅ’ ভাইৰেল হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd